পৃষ্ঠা:হেমকোষ.pdf/৬৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰাঞ্চ প্ৰস্তাৱিত্ প্ৰস্তাৱিতৃ, বি. (সং.} উৎথাপিত, বিবেচনাৰ নিমিত্তে উপস্থিত কৰা; কথোপকথনত &catat, proposed, mentioned in the course of conversation, প্ৰস্তু, বি. (সং. প্ৰস্তুত-প্ৰ, উপস, +স্তু, প্ৰশংসা ক) যুগুত; সাজু, সষ্টম, prepared, readly. প্ৰস্থ, স, শ, {স, প্ৰস্থ-প্ৰ, উপস.+ স্থা, থা) পথালিৰ পৰিমাণ, এতিৰ পৰা আন তিলৈ স্থান, breadth. প্ৰস্থে, ক্ৰি. বি. পলিয়ে, এতিৰ পৰা আন দাতিলৈ, is royalth. প্ৰস্থা, স. শ. ( স. প্ৰস্থান- প্ৰ, উপস. + স্থ, থাক্‌ গমন, যোৱা কাৰ্য, (leparttare. প্ৰস্ফুটিত, কৃদ স.। স’, প্ৰস্ফুটিত---প্ৰ, উপস,+ ফুট, ফুল) ভালকৈ ফুল; যেনে প্ৰস্ফুটিত পদ্ম; ব্যক্ত হোৱা, প্ৰকাশিত, সকলোৱে জনা; যেনে, তাৰ দুনাম প্ৰস্ফুটিত হৈছে, fully blowa, noise abroad. প্ৰৱ, স. শ. (সং. প্ৰশ্ৰৱণ~-প্ৰ, উপস, + , বৈ যা পানীৰ পুং বা দুমুক, a water spring. প্ৰস্ৰাব, স. শ. {সং. } মূ, মূত, urust. প্ৰহৰ, স. শ. { সং. প্ৰহৰ---প্ৰ, উপস.-+ , হণ ক) দিন বা ৰাতিৰ চাৰি ভাগৰ 4915, 957, one-fourth of a clay or night. প্ৰহৰী, স. শপৰীয়া, চকীদাৰ, a watch- প্ৰহ্লাদ। স. শ. (সং. প্ৰহাদ, প্ৰদ প্ৰা, প্ৰ, উপস. + লদ, সুখী হ) হিৰণ্যাক্ষ দৈত্যৰ বিষ্ণু-ভক্ত পুতেক, a Daitya, son of lliranyakasira nel fatlier of Bali. (Dowson). প্ৰক্ষিপ্ত, কদ, বি. (সং. প্ৰক্ষিপ্ত—প্ৰ, উপস.+ ক্ষিপ, পেলাই দি) লেখাৰ মাজত w176 par frary, interpolated. প্ৰক্ষেপ, “নিক্ষেপ” চো॥ প্ৰাকৃত, বি. (সং. প্ৰকৃত-প্ৰকৃতি, সভাৰ } স্বাভাবিক, সুভৱ সম্বন্ধীয়; সামান্য, নীচ, natural, comun, ugar. 7. *. সংস্কৃত ভাষাৰ সামান্য মানুহে কেৱ এট। 2015, il preudiar dialect of the Sanscrit language sko ly con- mon pcople. প্ৰাং, স. শ. কোৱা বা লেখ কথাৰ বান্ধনি, বাক্যত ব্যৱহৃত শব্দবিলাকৰ গাথনি, mole of expression in language, whether orl or written, arrange mint s words in {{isguirst, , style. . প্ৰাক্ত, স. শ. (১৭. প্ৰাক্তন---প্ৰাক, পূৰ্ক- কাল) পূৰ্ব জন্মৰ কৰ্ম্মৰ ফল; এতেকে

  • 179, 49167, destiny, fate.

প্ৰাচীন, বি. (সং. প্ৰাচীন--প্ৰা, পূব ফাল) পুৰণি, আগৰ কালৰ, বহুকলীয়, old, ancient. প্ৰাচীনতা, শু. শ. (স.) পুৰণি গুণ, বৃদ্ধতা, ancientness. প্ৰাচীৰ, স, শ, (সং. প্ৰাচীৰ ---প্ৰ, উপ. + চি, সংগ্ৰহ কৰ বাৰীৰ চাৰি ফালৰ ঢাপ, & wall around a dwelling. প্ৰাজ্ঞ, বি. (সং. প্ৰাজ্ঞ --প্ৰ, উত্তমৰূপে + জ্ঞা, জান) বিজ্ঞ, জ্ঞানী, জন। বুজা, wise, clever. প্ৰাঞ্জ, বি. (সং. প্ৰাঞ্জল, আগত + অঞ্জ, গতি কৰ, অৰ্থটা আগে আগে যোৱাৰ দৰে হয়, এ ভকে) ধোন, পাক নপক, সহজ, বুজিবলৈ ঢিলা; যেনে, cette afful, plain, perspicuous. man. প্ৰহসন, স. শ. (সং. প্ৰহসন, উপস+ হস্, ঘঁহ) বৰকৈ হাঁহি তোলা ভাৱনা বা ante, a farce. প্ৰহাৰ, স. শ. (সং. প্ৰহাৰ-প্ৰ, উপস. + স্ব, হৰণ কৰ) আঘাত, মাৰ কিল, a bloy. স, ধা, আঘাত কৰ; মাৰি পঠা, to strike, to throw as a missile. প্ৰহেলিকা, স. শ. (সং. প্ৰহেলিকা, উপস. + হিল, ধেমালি কৰ) সাখৰ, অনুমানৰ দ্বাৰা বুজিবলৈ কোৱা গুপ্তাৰ্থক Pery, a ridille,