পৃষ্ঠা:হেমকোষ.pdf/৬৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰত্যাগত্। প্ৰদেশ। প্ৰতেক মানুহে আপোন কামৰ ফল পায়, cach, every + অক্ষি, চকু) চকুৰে দেখা, আগত ওলাই থকা, visible. প্ৰত্যাগত, কদ, বি. (সং. প্ৰত্যাগত--প্ৰতি, উপস,+ অ, উপস. + গম, গতি কৰ } উলটি অহা, ঘূৰি অহা, come back. প্ৰত্যাগমনু, কদ, স. (স.) উলটি অহা

  1. U, the act of coming bauk.

প্ৰকাশ, স. শ. {সং. প্ৰতাশা----প্ৰতি, উপস. + আশ, ভাৰসা ভাৰসা, কোনো বস্তু পোৱাত বা কাৰ্য্য সিদ্ধ হোৱাত faf*6* fak, lepe, expectation. প্ৰত্যাশী, বি. (সং. প্ৰতাশিন্~~-প্ৰত্যাশা + ইন্। আশা কৰা, ভাবসা কৰা, টো- wyfa 27. hoping, expecting, প্ৰত্যুক্তি, স. শ. { সং. প্ৰত্যুক্তি প্ৰতি, উপস..+ উক্তি, কথ) উত্তৰ, a reply. প্ৰত্যুও, স. শ. { স”. প্ৰতুওৰ-প্ৰতি, উপম. + উত্তৰ, কথাৰ সলনি কথা) এজনে যি উত্তৰ দিয়ে, তাৰ উত্তৰ, উত্তৰৰ উত্তৰ, il rejoinder. প্ৰত্যুৎপন্নমতি, স. শ. ( সং. প্ৰত্যুৎপন্নমতি --প্ৰত্যুৎপন্ন, তৎক্ষণাত উৎপন্ন হোৱা + মতি, বুদ্ধি কোনো কথা শুনিলেই তাৰ উচিত উত্তৰ সাজিব পৰা বা অকম্মত আপদত পৰিলে বিতত নোহাৱা স্থিৰ বুদ্ধি; যেনে, প্ৰত্যুৎপন্নমতিৰে

        • ft wat, presence of nuind.

বি. তেনে বুদ্ধি থকা, having presence of mind. প্ৰত্যুপকাৰ, স. শ. (সং. প্ৰত্যুপকাৰ-- প্ৰতি, উপস. + উপকাৰ, হিত) উপকাৰৰ সলনি কৰা উপকাৰ, a leturn of kindness. প্ৰত্যুষু, স. শ. (স. প্ৰক্ষ, প্ৰতুস-~- প্ৰত্যু,। প্ৰতি, উপস. +ঊষু, জুই জলা; ৰাতিপুৱা জুই ধৰা যায়, এতেকে) প্ৰভাত, প্ৰাতঃকাল, নিচেই ৰাতি পুৱা, dawu. প্ৰত্যেক, বি. (সং. প্ৰত্যেক-প্ৰতি, উপস, +এক, দুইৰ আধা) অনেকৰ ভিতৰৰ বেলেগাই কোৱ এটা, এটা; যেনে, প্ৰথম, বি. (সং. প্ৰথম---প্ৰথ, খ্যাতি মস্ত হ} সকলোতকৈ আগ, প্ৰধান, first, chic. প্ৰথমে, ক্ৰি. বি. প্ৰথমতে, দিতে, at first. প্ৰথা, স. শ. (স. প্ৰথা--- প্ৰথ, খ্যাতিম হ) ৰীতি, custout. প্ৰদত্ত, কুদ. বি. (সং, প্ৰদত্ত-প্ৰ, উপস:+ দা, দি) দিয়া, দান কৰা, gic. প্ৰদৰ্শক, স. শ. { সং. প্ৰদৰ্শক প্ৰ, উপস, + দৃশ, দেখু) দেখাওঁত, ১e who shows, an exhibitor. প্ৰদৰ্শন, ক. স. (স.) দেখোৱা কাৰ্য্য; সকলোৰে চাবৰ কাৰণ নানা বিধৰ বস্তু সজাই থোৱা কাৰ্য, the art of slios- iny, : exhibition or pullie sh. প্ৰদৰ্শিত, কৃদ. বি. (স.) দেখোৰা, চকুত পেলোৱা, চকুৰ আগত উলিওৱা, laown, exhibitel. প্ৰদক্ষিণ, স. শ. (স. প্ৰদক্ষিণ, চাৰিও ফলে ঘূৰি দেখোৱা সন্মান--প্ৰ, উত্তম- ৰূপে। দক্ষিণ, সো ফল, যাৰ চাৰিও ফালে ঘূৰা যায়, তেওঁলৈ ঘূৰোতাৰ সো- ফাল ৰখা যায়, এতেকে। কোনো দেৱতা বা মান্য লোকৰ চাৰিও ফালে ঘূৰি কৰা সন্মান; যেনে, বিষ্ণুৰ মূৰ্তিক প্ৰদক্ষিণ

  1. face, a reverential circumambulat-

tion of an idol or a venerable 11'soil. . | প্ৰদাতা, স. শ. (সং. প্ৰদা-প্ৰ, উপস.+ 777, fr ) faggy, a giver. প্ৰদা, কদ, বি. (স.) দিয়া কাৰ্য্য, দান, the act of giviny. প্ৰদীপ্ত, স. শ. (সং. প্ৰদীপ—প্ৰ, উপস, + দীপ, পোহন ক} চাকি, বন্তি, a lamp. প্ৰদীপ্ত, কদ, বি. (স.) জলি থকা, প্ৰজ- fas, kindled. প্ৰদেশ, স. শ. {স, প্ৰদেশ -প্ৰ, উপস,