পৃষ্ঠা:হেমকোষ.pdf/৬২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিপন্ন arrera canon, the first linor day, each step . প্ৰতিপন্ন, বি. (সং. প্ৰতিপন্ন প্ৰতি, উপন.+ প, গতি ক) অৱগত, বুজোৱা, নিশ্চিত; যেনে, এই কথা প্ৰতিপন্ন হৈছে, umder- stool, marke knowi, ascertained. প্ৰতিপাল, স, শ. (সং. প্ৰতিপালন, পোহন) ৰক্ষণ, বাহন পালন, to it. of fro- tecting r supporting. প্ৰতিপালক, স. শ. (স”. প্ৰতিপালক-প্ৰতি, উপস. + পাল, ৰঞ্চ কৰ) ৰক্ষক; জীবিকা দিওঁত, খাৰ পিন্ধিবলৈ দিয়া লোক, a protcetur, it supporter প্ৰতিপালন, কৃদ. স. (সং.) ৰক্ষণ; পোহ পল দিয়া কাৰ্য, পোহন পালন, ili act of protecting or supporting. প্ৰতিপালনীয়, বি. (স.) প্ৰতিপাল কৰিবৰ যোগ্য, পোহন পালন কৰিব লগা, tit or lupozor the protecteur Supportel. প্ৰতিপালি, দ. বি. (স.) পালিত, (**, protected or supported. প্ৰতিপাল্য, বি. (সং.) “প্ৰতিপালনীয় ” প্ৰতিমূৰ্তি 767, an obstructor, he who or that which obstructs. . প্ৰতিবন্ধকতা, গু. শ. (সং. } প্ৰতিবন্ধ, an obstacle. প্ৰতিবাদ, স. শ(সং. প্ৰতিৱাদ—প্ৰতি, বিৰোধে + ৰদ, কী আপত্তি, কোনো কথাৰ বিৰোধ কৰা উক্তি, (ontadie- tion, remonstration. প্ৰতিবাদী, স. শ. (সং. প্ৰতিদিন প্ৰতি, বিৰোধে + দিন, কওঁতা; ওচৰীয়াৰ কথাৰ বিৰোধে কয়; এতেকে। পদকীয়া, it defendant. (1) featfrati প্ৰতিবাসী, স. শ. (সং, প্ৰতিৱাসিন--প্ৰতি, উপস. + ৱাসিন, নিবাস কৰোতা --ৱস্, নিবাস ক) চুবুৰীয়া, ওচৰ ঘৰীয়া মানুহ, ২৫ naighlor. (স্ত্ৰী। প্ৰতিবাসিনী। প্ৰতিবিধা, স. শ. (স. প্ৰতিবিধান-- প্ৰতি, উপস, + বিধান, দিহা) বেয়া হোৱা কাৰ্যক ভাল কৰিবৰ দিহা, আপদ বা

  1. 5134 , arrangenents for

remedying an evil. প্ৰতিবিম্ব, স. শ. (স. প্ৰতিবিম্ব-প্ৰতি, উপস+বিম্ব, আকৃতি। দু, আৰ্মী বা পানীত লোৱা মানুহৰ বা বস্তুৰ আকৃতি, a shadow, a weleeteel likeness. মীয়াত “তিনিখু" এনেও হয়। প্ৰতিভ, স. শ. (সং. প্ৰতি প্ৰতি, উপস. + , হ; গনৰ সলনি জগৰীয়া হয়, এতেকে। 991, sifat, 2 security, it surety. প্ৰতিভা, স. শ { সং. প্ৰতিভা--প্ৰতি, উপস. +ভ, দীপ্তি কৰ প্ৰখৰ বুদ্ধি, বাঢ়ি যোৱা বুদ্ধি, genilv, strior intellectual power, tatlonf.. প্ৰতিমা, স. শ. { স. প্ৰতিমা প্ৰতি, উপস, + মা, জাখ), দেৱতাৰ মুৰ্তি; আকৃতি, Té, an idol, an image. প্ৰতিমূৰ্তি, স. শ. (সং. প্ৰতিমূৰ্তি-প্ৰতি, উপস. + সৃষ্টি, আকৃতি) লিখনীৰে লেখা বা 'সজ গাৰুতি; আঃীত বা পানীত ওলোৱা কোনো বস্তুৰ আকুতি, all ianage, a picture, a reflected likeness, প্ৰতিপ্ৰসৰ, স. শ. (সং. প্ৰতিপ্ৰসৱ-প্ৰ, উপস, +, ওপজ। নিষিদ্ধ কাৰ্য কৰিৰৰ facuna fanta, precept for an act which, under other circumstances, is forbidden. প্ৰতিফল, স, শ, ( সং. প্ৰতিফল—প্ৰতি, উপস. + ফল, পৰিণতি) প্ৰতিহিংসা, (9407, revenge, retaliation. প্ৰতিবচন্, স. শ. (সং. প্ৰতিচল--প্ৰতি, উপস. + বচন, বাক্য) মৌখিক উব, oferyat, a verbal reply. প্ৰতিবন্ধ, স. শ. (সং. প্ৰতিবন্ধ-~প্ৰতি, উপস.+ বধূ আবদ্ধ ক) বাধাবিপ্ন,কোনো কাৰ্যসিদ্ধিৰ নিবাৰণ, in otbstacle. প্ৰতিবন্ধক, স. শ. {সং.) বাধা জম্মত, বিৰোধ কৰোতা; যেনে, এই কাৰ্যত প্ৰতিবন্ধক নহবা, অশো বিয়াৰ প্ৰতি