পৃষ্ঠা:হেমকোষ.pdf/৬২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৈণত পেপুৱা। Citat ayt, whispering, falling in- cessantly, as rain), muddy. পেপুৱা, “বেবুৱা” প’শ; “ বৈৰুৱা' চোয়। পেয়, বি. (সং. পেয়, পানীয়-প, পনি ক। পনিৰ যোগ্য, পান কৰিব লগীয়া; (যেনে, পেয় দ্ৰব্য, (linkill. স. শ. Hন কৰা বা পি খোৱা বস্তু, a drink. ৰো, “পেড়া” চোৰ!। পেৰোৱাৰি, স. শ. ( অ• পৰা, চলুক। তিৰোত। মানুহ উঠা দোলাৰ চাৰিও ফালে দিয়া ঢাকনী কাৰ। (তৰ দ্বাৰা দোলাখান পেৰাটোৰ নিচিনা হয়; CUF), i Serluit curtain, a covering for the doli nised by an Assantese female. পৰোৱাই--এনেকৈও কোনোৱে বেলে। পে, স, ধ. ( ব’, পেড়ান, ঢেপ। শালত চেপি ৰস উলিয়া; যেনে, তেল বা কুঁহিয়াৰ পেৰে, to sqleeze out juice by pressing . পৈৰু-চৰাই, স. শ. { পটু : পৰু, এবিধ চৰাই) এবিধ বিলাতী পোহনীয়া চৰাই, turkey . পেৰেক, অনুক, বোকাত ভৰি দিলে হোৱাৰ Afsary 1, an imitative stud used to expres that producul log mod when trudden upon. পেৰেকাপেৰে, বি. পঞ্চময়, বোকাযুক্ত; যেনে, বাটটো পৰেকাপেৰেক হৈছে, muddy: পেৰেঙ্গনি, স, শ, এডাল থিয় কাঠ বা বাঁহত আন এডাল পথালিকৈ বান্ধি কৰা যতন, যেনে, খাওঁত নহলে ভাত পেলনি যায়; চুৰা ২, আশুটি হ; যেনে, দৰত মানুহ sfacat 54 ( 41714, lit only to lu thrown away as esclass or lelikl. পেলনীয়া, বি. ( গ. পেলা, অকামিলা বুলি নিক্ষেপ ক«। লাই দিবৰ যোগা, fai, fit to be thrown away as worthless. পেল, স. ধ: { হিং. 'ফকুন; বং, ফেলান, নিক্ষেপ কৰণ! অকামিলা বা চুৱা বুলি ত্যাগ বা ঘৰৰ বাহিৰে নিক্ষেপ ক; যনে, তানবোৰ পেলাইছে। কুকুৰে চোৰ। চৰু পেলায়; 4তন কৰ, তললৈ নিক্ষেপ কৰ; যেনে, ঠেলা মাৰি মাটিত পেলালে; কঠালটো তললৈ পেলালে; নোমান, অবজ্ঞা ক { | খাটে); খেন, পিতৃৰ বাক্য নেপেলাব; ধ, কলি উৎপন্ন কৰ; যেনে, বগৰীয়ে কলি পেলাইছে, “কঠালে পেলালে মুচি, মই আহিলো ঘৰলৈ গুচি” to the ilway as useless or defiled, to aast duwu, to drop); to disregard or «lisobey', to hear young. লু, স. শ. (৩”.. পলু, মুগ শাদিৰ পোক) এবিধ মানুহৰ পেটত থকা বগা দীঘলীয়া 7, threadd-worm or il lape-wom. পেলুৱা, বি. পেশুৰ নিচিনা ঢৰীয়া ( সূত TCT ), avarse', (as thread.) পেষণ, দ. স. (সং, পেষণ---পিশ, ঘহ) যোহৰ বা মৰ্দন কৰা কাৰ্য,॥lt it of grinding or rubbing. পেস্থা, স. শ. (অ. পেহী, বোপাইৰ ভনীয়েক; ক. পিসা, পেহীৰ স্বামী) বোপাইৰ Salcii fact, the husbaud of a father's sister, পৈী, স. শ. (সং. পিতৃস্থ; ব. পিসী) বোপাইৰ ভনীয়েক, a paternal aunt. পৈ, স. শ. {সং. পতি, স্বামী } স্বামী, পতি, a husljani. পৈণত, বি. ( সং. পৰিণত, পকা) পূৰঠ, 471; tiste, mature, alle. A Cl'oss. পেৰ্পেৰা, অ, ধালৰাৰ দৰে কানি থাক্; অধিককৈ অকামিলা কথা ক, to whimper. পেপেৰীয়া, বি. অলপ অলপকৈ কান্দি থকা; সৰহকৈ অকামিলা কথা কোৱা, বকি থকা, whimpering, prattling, পেলনি যা, অকামিলা হ, কামত নলগা হ;