পৃষ্ঠা:হেমকোষ.pdf/৬০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিটিকি চা পিকা ছাই বা বালি আদি; এতেকে, পিক বা ধুই পেলোৱা পাত্ৰ, a spittoon. পিকুদা, স, শ. ( যাই. পিক, তামোলৰ ৰস + দান, আধাৰ } পিক-পেলোৱা পাত্ৰ, e Catatay #to, a spitloon. পিক্‌বান, স, শ, (অং. পিক, তামোলৰ ৰস+ বান, এবিধ খুৰা লগোৱা পত্ৰ) পিক পেলোৱা পাল, পিকদান, spittoon. পিটু, বি. (সং, পিঙ্গল, মুগা বৰণ ) পিঙ্গ- লীয়া; যেনে, পিঙ্গট জটা, feelisla- brown. পিঙ্গল, স. শ. (সৎ, পিঙ্গল----পি, বৰণ লগ) অলপ ৰক্ষাৰে মিহলি যুগা বৰণ, reddish brown color. পিটীয়া,। বি. পিঙ্গল-বৰণীয়া, ৰঙ্গাৰে পিঙ্গলীয়া, মিহলি মুগা, redlisti-brown, পিচ, স. শ. {সং, পৃষ্ঠ, পিঠি। পাচ ফাল, পিঠি কাল; কোনো কাৰ্য্য বা সময়ৰ অন্ত; যেনে, তাৰ পিচত, the back side, the rear, the end. fg. 0752, পাচত থকা; যেমে, পিচ ফাল, hind, hinder. পিচে, ক্ৰি. বি. পাচত, কোনো এক কাৰ্যৰ বা সময়ৰ অস্তুত, aftervals. পিছল, বি. (সং. পিচ্ছিল, ব. পিছল, তেলৰ নিচিনা) বটা মাটি মাহ, তেল বা ঔৰ্বীজৰ নিচিনা, লেতকেতীয়া, খোপনি মোৰোৱা, বীজণীয়, slippeity, shiuly. পিছল খা বা পিছলা খা, ভৰি পিছল, Cetta gat, to slip, as the foot. পিছল, অ, ধা: খোপনি এৰা; যেনে, “ হাতীৰৰ পিছুলে ভৰি,” খাজ খাই নৰৈ ওপৰে ওপৰে চলি খা; যেনে, তেল লগা বস্তুত হাত পিছলে, to slip, to slidc, to glide. পিছল, স. ধাপিছল খুৱা; খাজ খাই নোৰোৱা কৰ, to or slide. পিলা, স, শ, ওকণীৰ পোৱালি, a fora for young louse. পিজাল, স, ধা. {সং. পিঞ্জ, পীড়া দি) পঙ্গল, জোঙ্গল, জোঙ্গ কৰ, to give a point to, to eat or grind to a sharp point. পিটু, স ধ (সং. পিঠ, পড়া কৰ; হিং. পিটনা; ব. পিটন, প্ৰহাৰ কৰণ প্ৰহাৰ কৰ, মাৰ; খুন্দি আট খুৱা; যেনে, ঘৰৰ িেট পিটিছে; হাতুৰীৰে খুন্দ; যেনে, patica con FACT, to beat, to thrash, to make compact and hard by beating, to hammer. পিটু খা, খুন্দাত আট মাৰি টান হ; যেনে, ঘৰৰ ভেঁটিয়ে পিট খাইছে, to become compact and hard hy bcating. পিটু খুৱা, পিটি আট খুৱা, to make compact and hard by beating, এপিটা দি, বৰকৈ কিলা বা মাৰ; যেনে, চোৰটোক ভালকৈ এপিটা দিলে, to give a sound thrashing. পিটু, স, শ, { পিটাৰ দৰে ডাঠ হয়, এতেকে পানীৰ ওপৰত ডাঠ হৈ গজা বন, ajtatis grass covering the water on the surface of wbielt it grows. পিট, কদ, স, খুন্দা বা পিটা কাৰ্য, the act of striking, beating or ham- nering. পিটনি, স. শ. পিষ্টেৰে ঢকা হোৱা পানী; uit wafa, a sheet of water covered with vegetation, thickly growing aquatic grass. পিটি, স. ধা. {সং. পিঠ, প্ৰড়া ক) হাতেৰে টিপ, টেপা মাৰ গাৰ অঙ্গ খাটে); যেনে, ভৰি পিটিকিছে; আঙ্গু- লিৰে টিপ; যেনে, সি ভাত পিটিকিলে ft, to shampoo, to press with the hands as the body, to squeeze with the fingers. পিটিকি চা, টোপোলা আদিৰ ভিতৰত থকা বা হাতেৰে টিপি পৰীক্ষা কৰ; উত্তম আৰু সম্পূৰ্ণৰূপে বিবেচনা কৰ; যেনে, কথাটো পিটিকি চাইছো, to examine causa to slip