পৃষ্ঠা:হেমকোষ.pdf/৫৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

689 পথিৱন স, শ, সৎ, পতঙ্গ, পতঙ্গম-- পতৃ, প, উড়ি গৈপৰে এতেকে) পাখি লগা পোক, ফৰিং আদি, any .winged insect, such as a grasshop per, a butterfly, &c. পতং পৰ, শেষ পৰ, অন্ত হ; যেনে, সেই কথাৰ পতৎ পৰিল, to be ended, to be finished. পতঞ্জলি, স. শ. {সং. পতঞ্জলি -প, পৰ + অঞ্জলি, আঁজলি) ষ-দৰ্শনৰ পাতঞ্জল নামেৰে শাস্ত্ৰ কৰোতা মুনি জনাৰ নাম। { পাণিনি মুনিয়ে কৃতাঞ্জলি হৈ ঈশ্বৰক সুতি কৰি থাকোতে তেওঁ সৰু এটি সাপৰ আতিৰে পাণিনিৰ হাতৰ আঁজলিত ওপৰৰ পৰা পৰে, এতেকে সেই নাম , the founder of the Yoga philosophy (Dowson, পতন, কদ, স. (সং. পতন--প, প } পৰণ, পৰা কাৰ্য্য, 'ললৈ নমা কাৰ্য্য; সম্পদহীন হোৱা অৱস্থা, the art of falling, degradation, পতনুৱা, বি. { অং. পৰান, শাহ নথকা ধান) ভিতৰত শাহ নথকা ধানযুক্ত, পনেৰে মিহলি; যেনে, পতনুৱা ধন; ভিতৰত শাহ নথকা, পতনৰ নিচিনা, full of or mixed with blighted corn, blighted, like a blighted grain. পলা, স. শ, ( সং. পাত্ৰ, আধাৰ) খোৱা বস্তুৰে পূৰ হোৱা পাত্ৰ; যেনে, এপলা sto, as much food as a plate will hold, a large quantity of food. পহা, স. শ. ( সৎ, পত্ৰ, গছৰ পাত ) পাতৰ নিচিনা পাল চকল; যেনে, এপতহা UTC+14, a thin piece, a slice. পহিয়া, দ, ধ, নিচেই পাতলকৈ চকলিয়া; যেনে, বুঢ়া মানুহে কামোল পহিয়াই ধাৰ, to slice, প, স. শ(অ. পাত, পত্ৰ, তাৰ নিচিনা এতেকে) পিটি গছৰ পাতৰ দৰে পাতল কৰা ধাতু; চকু ঢাকা ছাল; মানুহৰ বা হাঁহ গতিৰ চৰাইৰ ঠেঙ্গৰ তলৰ চেপেটা stst, a thin plate of melal, the eye-lid, a human foot, a web-foot. পতা, স. ধআন নিযোগ কৰা অৰ্থৰ “পা” ধাতু; যেনে, এজনে জাল পাতে আন এজনে 'তাক পতায়, to cage to ১e lail, &. স. ধা. ঐ পাতৃ ” চোৱা। পতাকা, স. শ. (সং. পতাকা-পতৃ, গতি এডাল দীঘল মাৰিৰ মূৰত লগোৱা এডোখৰ কাপোৰ, ৬ flag, banner. পতা, স. শ. { সং, পতন, পৰা) ভিতৰত শাহ নথকা ধান, (ধানবিলাক পূৰঠ নে। হওঁতেই গছবোৰ পৰিলে ধানৰ ভিতৰত শাহ নহয়, এতেকে সেই নাম ), ilighter corn, immature com. পালী-কোমোৰা, স, শ, { সং, পাতালী, মাটিৰ তলৰ + অ, কোমোৰা, এবিধ লতাৰ ফ) এবিধ লতাৰ এটা কোমোৰাৰ নিচিনা মূল, (সি মাটিৰ তলত হয়, এতেকে পতালী অৰ্থাৎ মাটিৰ তলৰ কোমোৰা (17), the root of a creeper used in mcclicines, পতি, স. শ. (সং. পতি-পা, ৰক্ষা কৰ) স্বামী; গৰাকী, অধিকাৰ, a hushanil, a master, au owner. পতি-ঘাতিনী, স. শ. ( সং, পতিঘাতিনী পতি, স্বামী + ঘাতিনী, নাশ কৰতী ) পাৰ্মীক বধ কৰা তিৰোতা, a murderess of her own husban, বি. স্বামী যেনে, পতিঘাতিনী তিনোত, killing one's own husbanıl. . পতিতু, কদ, বি. {সং. পতিত—পতৃ, পৰ) পৰা; যেনে, গছৰ পাত পতিত হয়। পাপৰ ধৰা ওপৰৰ শ্ৰেণীৰ পৰা তললৈ নমা, জাতি যোৱা; যেনে, পতিত ব্ৰাহ্মণ; খেতি নোহোৱাকৈ পৰি থকা, দুন পাৰ প্ৰকা; যেনে, পতিত মাটি, fallen, degraded, lying fallow. পতিত্পাৱন, স শ. (সং. পতিতপাৱন-- পতিত, পাপ + পান, পবিত্ৰ কৰো) পাপক উদ্ধাৰোতা, পাপৰ গতি, ঈশ্বৰ,