পৃষ্ঠা:হেমকোষ.pdf/৫৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পঞ্চশৰ, পটীয়া। পঞ্চশৰ, “পঞ্চবাণ” চোৱা। পঞ্চানন, স. শ. (সং, পঞ্চানন--পঞ্চ, পাঁচ •+ আনন, মুখ ) শিৱ, Siva. পঞ্চামৃত, স. শ. (সং. পঞ্চান্বত-পঞ্চ, পাঁচ + অমৃত, অতি সোৰাদ বস্তু) একে লগে গোটোৱা এৱা গাখীৰ, দৈ-গাখীৰ, চেনি ঘিউ আৰু মৌ, a mixture of five sweets, ris., milk, ch, sugar, ghee and honcy. পঞ্চায়, স. শ. (হি. পঞ্চায়ত, বং, পঞ্চা-- য়িত, মেলুৱৈ) গোচৰ সুধিবৰ নিমিত্তে গুচৰীয়া পদকীয়াই বাচি লোৱা বা দেশৰ গৰাকীয়ে পা মেলুৱৈৰ সমাজ, a body uf persons appointed to deciile a case either liy the parties them- selves or by the orders of the authoriticx. পঞ্চব্লিশ-), সংখ. (সং. পচাৰি শৎ; বং. পঁয়তাল্লিশ) পাঁচ অধিক দুকুৰি, forty-five. পঞ্চাশ-ছ), সংখ্যা (সং. পঞ্চাশ, বং. পঞ্চাশ) দুকুৰি দহ, fifty. পঞ্জিক, স. শ. (সং. পঞ্জিকা-প, ছো) পাজি, তিথি বাৰ লিখা পুথি, a almanac. পটু, স. শ. (সং. পট, চিত্ৰিত কাপোৰ, বং, পট, চিত্ৰ) লিখা মূৰ্তি, লিখনীৰে লিখা মানুহ, ঔ, গছ বা ঠাই ইত্যাদি আকৃতি; এতেকে গg, আকাৰ, a pie- ture, a map, form, shape. পটন্তৰ, স. শ. { অং. পট, প্ৰতিমূৰ্তি, সাদৃশ্য ) কোনো এক হিত উপদেশ দিয়া এফাকি বা দুফাকি কথা, (গত প্ৰায়ে উপদেশটো বুজাবৰ কাৰণে এটা ভূলনা থাকে, এতেকে সেই নাম); যেনে, “অবু জনক বুজোৱা, ঢেৰুৱাঠাৰি সিজোৱা,” ইয়াত ঢেৰুৱা শাকৰ ঠাৰি সিজোৱা যেনে টান, অবুজন মানুহক বুজোৱাও তেনে টান, এই শিকনি আছে; সেই দৰেই “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে, অৰ্থাৎ এলেহু মানুহে 35 কোনো ভাল কাম কৰিব নোৱাৰে। দৃষ্টান্ত; উপমা, a proverb, a simile. “দৃষ্টান্ত" চোৱা। পটল, স. শ. (সং. পটল, পুথি) তান্ত্ৰিক পূজাৰ বিধি, a manual of the for mulas of lanirik worship. , পটা, স. শ. (সং. পটু, বটন বটা শিল) ta di forat, a slab, on which spices, &e., are ground. পটা, স. শ. { সং, পটু, ৰজাই মাটি দিয়া কাকত, বং. পাট্টা) খাজনাৰ কাৰণে মাটি Testats 19.45, a. lense of land. পটা-গুটি, স. শ. { অং. পটা, বটন বটা শিল + ৫টি, গোটা বস্তু } পটাত বস্তু দি fel STYG farat, a muller or stone for grinding spices with, &c. পটা-ওটীয়া, বি. পটা-গুটিৰ দৰে গোটা আৰু Htay, something resembling the above, পটা, স. শ. (সং পট্টম্বৰ, পাট কাপোৰ) পাটৰ কাপোৰ, a silk choti, পটি, ম. শ. ( সং, পটি, কাপোৰ কাপোৰৰ তিত লগাবৰ নিমিত্তে সোৰ বা ৰূপৰ গুণাৰে বোৱ ঠেক কাপোৰৰ নিচিনা 77 facut?, gold or silver lace. পটি, স. শ. (সং. পংক্তি; হিং. পট্টি, শাৰী। দোকান-ঘৰৰ শাৰী; যেনে, কোপটি; হাবিৰ মাজে জন্তুৰ অহা যোৱ কৰা বাট; যেনে, মহৰ পটি হাবি কাটি উলিওৱা ঠেক বাট; যেনে, হাবি মাটি জুখিবলৈ পটি কাটে; কোনো বস্তু চো- চৰাই নিওঁতে মাটিত ৰোৱা চিল, a low of shops, a truk, a lince, a narrow foot-path opened out in jungle. পটী, স. শ. { হিং- পট্টী, ঘা বন্ধা কাপোৰ) ঘা আদিত দৰব দি বন্ধা ঠেক কাপোৰ, a bandage. পটীয়া, স. শ. (অং. পাটী, এবিধ শীতল ঢাৰি) পাট সজা মানুহ, & man who plaits reeds in order to make mats, পাটী। (স্ত্ৰী) পটীয়ানী।

1

>