পৃষ্ঠা:হেমকোষ.pdf/৫৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিৰ্মিত্। নিশে কৰি আনক দিয়ে, a flower or garland, offered to a deity, or worn on the hcad as it sacred thing, or a gar- land given by priests and Brahmans with a blessing, নিশ্মি, কম্ব. বি. (সং. নিৰ্মিত — নি, উপস,+মা, জোখ ল) সজা, গছা, mate, fabricated. নিৰ্মুল, বি. (সং. নিৰ্ম্মল---নিৰু, নাই+ মূল, শিপ) মূল নথকা, গুৰি নথকা; সমূলি নষ্ট; যেনে, শসাবিলাক নিৰ্মূল হল, laseless, having no foundation, destroyed, vradicated. নিৰ্যাতন, কদ, স. {সং. নিৰ্যাতন-নিৰ, উপস, + যত্, যত্ন ক} প্ৰতিহিংসা, শুটো কাৰ্য, revenge. নিলজ্জ, বি. (সং. নিৰ্ম-নিৰ, নাই+লজ্জা, সা) নিলাজ, লাজ নথকা, shameless, নিলক্ষ, গু. শ. ( সং.) নিলাজ গুণ, লাজ পাবলৈ ভয় নথকা স্বভাৱ, shameless- ness, impudence. নিৰ্লেঠা, বি. (বং নিৰ, নাই + লেঠা, দায়িত) লেঠা নথকা; যেনে, ধাৰ শুজি নিলেঠা হল; আবদ্ধ নোহোৱা, মুক্ত, free from responsibility for liability, free. নিৰ্লেপ, বি. (সং. নিৰ্লেপ-নিৰ, নহয়। লেপ, লিপ্ত) একোতে লিপ্ত নোহোৱা, শুদ্ধ, পবিত্ৰ, (ঈশ্বৰত খাটে ), unclefiled by passion, pure. নিলগ, বি. { অং. নি, নোহোৱা + লগ, সঙ্গী) একে লগৰ নোহোৱা, আঁতৰ, দূৰ, distant. স. শ. দূৰণি, আঁতৰ ঠাই; যেনে, fatarste et, distance. নিলগা, স. বা আঁতৰ কৰু, বেলেগ কৰু, to remove to a distance, to separate. নিলগানিলগি, বি. এটাৰ পৰা আনটো নিলগ, আঁতৰা-আঁতৰি, distant from each other, separate. নিলগীয়া, বি. নিলগৰ, নিলগত থকা, ওচৰ নোহোৱা; আপোম মোহোৱা; যেনে, for at opnary store, distant, living at a distance, not one's own. নিলগে, ক্ৰি. বি. আঁতৰৰ পৰা, ওচৰ চপা- কৈ; বাঁকী ভাগ নোছাৱাকৈ; যেনে, থোকৰ পৰা কল এটা নিলগে আনা, from a distance, without touching the rest. নিলয়, স. শ. (সং. নিলয়--নি, উপস+ লী, আলিঙ্গন কৰ) আলয়, ঘৰ, a house, নিলাজ, বি. (সং. নিৰ্লজ্জ, লাজহীন) লজ্জাহীন; অপমানলৈ ভয় নকৰা, shameless, impudent. 7. . ata নথকা মানুহ, a sliameless or in- pulent man. (স্ত্ৰী) বি. স. শ. নিলাজী। নিশৰ্কতীয়া, বি, { অং. নি, নথকা+শক্তি, বল } দুৰ্বল, নিৰ্বল; ক্ষীণ; যেনে, নি- শকতীয়া মানুহ, নিশকতীয়া খুঁটাই ঘৰ affez cratca, weak, feeble, not strong and stout. নিশঙ্ক, বি. (সং নিশঙ্ক--নি, নথকা+শঙ্কা, সন্দেহ, ভয়) নিসন্দেহ, নিসংশয়; নিৰ্ভয়, doubtless, fearless. নিশব্দ, বি. (স.. নিশ-নি, নথকা+শব্দ, মাত) শব্দ বা মাত নথকা, হাই নথকা, নিস্তব্ধ; অমাত, কথা নেকোৱা, silent, speechless, still, quiet. নিশা, স, শ. (সং. নিশ—নিশ, চিন্তা কৰ; মনত, ভাবনা ওলায়, এতেকে) বালি, ৰাতি, night. নিশাকৰ, স. শ. (সং. নিশাৰ-নিশা+ কৰ কৰোতা, বা কৰ, দীপ্তি; ৰাতি পোহৰ দিয়ে, এতেকে চন্দ্ৰ, জোন, the moon. নিশাচৰ, স. শ. (সং. নিশাচৰ-নিশা , গতি কৰ, ৰাতি ফুৰৰ) ৰাক্ষস; ভূত; CHU; 6644, a demon, an evil spirit, a thief. (স্ত্ৰী) নিশাচৰী। নিশে, বি. (সৎ, নিশেষ-নি, নাই+শেষ, অপ্ত) শেষ বা আঁকী নখকা, সম্পূৰ্ণ; যেনে, পুথি নিশেষ হল নে? onded, finished, completed.