পৃষ্ঠা:হেমকোষ.pdf/৫৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিয়পত্ৰ। দুই বা বহু মানুহৰ মাজত বন্ধ হোৱা 2017 sy effuse, a rule, a contract, 11 agreement, practice, uxaye. মিয়মূ-পত্ৰ, স. শ. (সং. নিয়মপত্ৰ-নিয়ম, নিৰ্ধাৰিত কথা + পত্ৰ, কাকত) নিয়ম কৰা বা কখা বন্ধ কাকত, a written agreement or engagement. নিয়মিত, কদ, স, বিধিৱত, বিধি অনুযায়ী; নিশ্চয় কৰা, স্থিৰ কৰা, regrilater, on- memant with law, fixel, settlel. নিয়মিতৰূপে, ক্ৰি. বি. নিয়ম অনুসাৰে, নিয়মিতৃকৈ, বঢ়া বা টুটা নোহোৱাকৈ, according to rule, either note Tor lecs. নিয়মীয়, বি. (সং. নিয়ম, বিধি ) যি পৰি- মাণৰ হব লাগে সিমান, বৰ ডাঙ্গৰ বা সৰু নোহোৱা; যেনে, ঘৰটো নিয়মীয়া হৈছে, neither very large nor very small. নিয়মে, আ. অব্য. নিয়ম কবি, কথা। বান্ধি; যেনে, এই নিয়মে ধন দিলে, on a vrtain condition. নিয়ৰ, স. শ. (সং. নিহাৰ, হিম) ৰাতি, ৰাতিপুৱা আৰু গধূলি আকাশৰ বাষ্প গোট খাই পৰা পানী, হিম, (ew. নিয়ৰু-তঙ্গা, স. শ. (অং. নিয়ৰ, হিম + ভঙ্গা, নাশ কৰ; হাবিত যাওঁতে সেই ভাগত লাগি বনৰ পৰা নিয়ৰ সৰে, এতেকে) জন্তুৰ আগ-চেউৰাৰ সমুখৰ ডিঙ্গিৰ তলৰ ভাগ, the lower part of the neck just near the forelegs. , নিয়া, স, ধা. {অং, নি, লৈ যা) আন এজনৰ ধাৰা স্থানান্তৰ কৰা, to cause to be carried. কৃদ, স. নিয়াওঁ, (স্ত্ৰী) নিয়াতী। মিয়াম, স. শ. (সং. নিয়ামক—নিয়ম, বিধি নিয়ম-কৰ্তা, চলাওঁতা, orie who makes rules, one who guides. নিয়াৰি, স. শ. মূৰত তীখা লগোৱা, ঠকুৰাৰ আকৃতিৰ এডোখৰ লো, যাৰ ওপৰত থৈ ধাতুক পিটি গঢ় লগোৱা যায়, a vil বি. পোন, ভজ নথকা; মিহি, উত্তম, straight, well-linishcl. নিযুক্ত(-জু-), কদ, বি. (সং. নিযুক্ত : নি, উপস. + যুক্ত, যোগ কৰা; যুজ, লগ লগা} নিয়োগ কৰা, কামত লগোৱা; যেনে, ৰণত নিযুক্ত সেনা, a|xiutal, en- plogeel, engagerl. নিযুত(-জু), স’খ্য, (সং, নিযুভ-নি, উপস, -- যু, যাগ ক) দহ লাখ, ( Lalls, নিযেগ-জো-, স. শ. {সং. নিয়োগ--নি, উপম + যুঞ্জ, লগ লগ) নিয়োজন, কেননা কামত নিযুক্ত কৰণ, aointn:nt, নিযোজ-জো), দ. স. (স.) কোনো কাৰ্যত নিযুক্ত কৰণ, কোনো কাম কৰিবলৈ আদেশ কৰা কাৰ্য্য, th: aut of appointing or cering to do something . নিযোজিত জো), কদ, বি. { স.. } নিযুক্ত, কোনো কামত লগোৱা, কোনো কায্য কৰিবলৈ আজ্ঞা পোৱা, avoint to, engagreat in, নিযোজনীয় জো), বি. (স.) নিযুক্ত নিযোজ্য(জো), কৰিবৰ বোগ্য, কোনো কামত লগাবৰ উপযুক্ত, fit to le - pointel to or employed. নি, উপসৰ্গ, শব্দৰ আগত থাকি অভাৰ, বাহিৰ বা হীনতা বুজায়; যেনে, নিৰ্দোষ, a negative prefix. নিৰঙ্কুশ, বি. (সং. নিশ—নি, নাই+ : অঙ্কুশ, লাচিং বা হাতী চলোৱা অস্ত্ৰ ) বাধা কৰোতা নথকা, মুকলি মূৰীয়া, আপোন ইচ্ছাৰে চলা, nclhecked, free, independent. নিৰঞ্জন, বি. (সং. নিৰঞ্জন --নিৰ, নাই। অঞ্জন, কাজল, তথা মল বা অন্ধকাৰ নিৰ্ম্মল, তেজোময়, দীপ্তিমন্ত (ঈশ্বৰত WIT), astuined, pure, an attri- bute of God. 7.*.94077**, God, নিষ্ঠু, বি. তিৰী পৰিয়াল নথকা, অকল- way, having no fanıily or relations. নিৰন্তৰ, ক্ৰি. বি. (সং. নিৰস্তৰ-নিৰ, নাই + অন্তৰ, ছেদ) ৰিচ্ছদ নোহোৱাকৈ, সৰ্বদায়; সনে, আজি সাত দিন নিৰন্তৰ