পৃষ্ঠা:হেমকোষ.pdf/৫৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিজগৰ, ওপ) নিজা, আপোনাৰ; যেনে, নিজ দ, oil. স. শআপোন; যেনে, নিজৰ ঘৰ, সকলোৱে নিজলৈ টানৈ; স্বয়ং; যেনে, মই নিজে যাম, one's self. নিজগৰ, স. শ. জগৰৰ অভাৱ, অদোষ, yuiltlessness. নিজগৰী, বি. ( অং. নি, নাই+ জগব, দাই) আন কাৰৰ দাবি বা স্বত্ব নখকা, আপা নাৰ সুকীয়া; যেনে, মাটি ডৰা নিজগৰী কৰি লোৱা; লেঠাৰ পৰা মুক্ত; যেনে, ধাৰ শুজি নিজগৰী হলো, freet fr the claim of another, absolutely one's own, free from liability or responsibility. . নিৰ্জগৰীয়া, বি. দই-জগৰ নথকা; যেনে, নিজগৰীয়া মানুহৰ ভয় নাই; জগৰৰ পৰা মুক্ত; যেনে, অমুক নিজগৰীয়া হৈছে; লোকৰ দাবি নথকা, guiltless, faultless, freed from guilt or fault, freed from the claim of another. সম-নিগৰীয়া শব্দে নিৰপৰাবী আৰু লোকৰ লেঠা নথকা দুইকে বুজায়, কিন্তু “নিজগৰী’ শব্দে লোেক লেঠা বা দাবি নথকা মাথোন বুজায়। নিজঞ্জাল, বি. (অং. নি, মাই + ঞ্জাল, বহু মানুহৰ সমাগম) নিৰাল, বহুত মানুহ নথকা, হাই নথকা; যেনে, ঘৰ নিজঞ্জাল হল, free from easfusion or disordler, quiet. 7. m. papa সমাগম বা হুলস্থূল নথকা ঠাই, হুলস্থূলৰ অভাৱ; যেনে, নিজঞ্জালত পঢ়িবা, a quiet place, quietness. নিজনি, বি. নিৰ্ম্মল, ফটফটীয়া, মলি নথকা, (in 785 t), clear, limpid, transparent. নিজনি পৰু, নিৰ্ম্মল হ, গেদ তললৈ গৈ Forby, to be clear, to be five from dirt. , নিজ, স. শ. (অ. নি, নাই+ সং. জন, কথা কওন) হাইৰ অভাৱ, নিস্তব্ধতা, Falta, silence, quietness. নিজ দি, হাই কৰিবলৈ এৰ, চিঞৰিবলৈ এৰ; যেনে, লৰাই নিজম দিলে, to be juiet. নিজ পৰ, হাই নথকা হ; নিৰৱ হ; যেনে, ঘৰটো নিজম পৰিছে, to be quiet, to be still. নিজ, অ. ধা. {সং. নিঝৰ, পৰ্বতৰ পৰা বৈ অহা পানী) অলপ অলপকৈ বৈ পৰ; যেনে, পৰ্বৰ পৰা পানী নি, জৰিছে; নিগৰ, জৰ; যেনে, তিতা কাপোৰৰ পৰা পানী নিজৰে, to flow gently, to oczı out, to vlrip. নিজৰণি, স. শ. কোনো বস্তুৰ পৰা নিজৰি ওলোৱা পানী, water (){vaing out tot of something . নিজৰা, স. শ. (সং. নিঝৰ, পৰ্বতৰ পৰা নিঝ, যা বৈ অহা পানী} পৰ্বতৰ পৰা বৈ অহা পানী, water flowing from a hill or mountain in a small stream. নিজ, বি. (সং. নিজ, আপোনাৰ আপো- ata, one's own. নিজাৰ পৰু, ফুল সৰি উদংহ; যেনে, আজাৰ গছ নিজাৰ পৰিল; সৰি পৰ, ফুলৰ পাহিত খাটে); যেনে, আফুৰ ফুল নিজাৰ পৰিছে, to le tenueded of flowers, to fall off, as the petals of flowers. নিটল,। স, শ{ অং. নি, নাই +টল, নিটাল, লৰ) একোৱে লৰচৰ নকৰাৰ নিচিনা নিস্তব্ধতা, হাইৰ অভাৱ, stillness, calmness. নিটল মা, নিটলি মাৰ, লৰচৰ নকৰাকৈ মনে মনে থাক্‌, to remain motionless and silent, to be hushed. নিই, বি, (সং. নিশ্চয় নিচয়, ঠিক, certain. নিঠৰু, বি. (অং, নি, নথকা+ঠাৰি, ফল আদিৰ আধাৰ) ঠাৰি ছিগা; ( ঠাৰি ছিগা ফল আদি সৰি পৰে, এতেকে। উপায়হীন, অতি দৰি; যেনে, বাহিৰে ভিতৰে মোৰ একেটি গৰু। ভাক দিলে Cecal fa fides," destitute of peduncle, lienco comes to meali quite destitute.