পৃষ্ঠা:হেমকোষ.pdf/৫২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নগৰীয়া পুৰুষৰ লিঙ্গ, 3 flag, a hannel, the peuis. ধ্বজভঙ্গ, বি. (স”- বজভঙ্গ -জ, লিঙ্গ, +ভঙ্গ, ভগা} লিঙ্গৰ দুৰ্বলতাৰ কাৰণ তিৰোতাৰে সহবাস কৰিব নোৱৰা, লিত, impotent. . ধ্বনি, স, শ. (সং. ধ্বনি-ধ্ব, শব্দ কৰ) অৰ্থহীন শব্দ, কোনো বস্তুৱে আন বস্তুত ঠেকা খাই ওলোৱা মাত, a sound. ধ্বনি, কদ, বি. (স.) শায়মান, ধ্বনিৰে 7, resounded. বাঘা, স. শ. (সং. ধ্বনি, মা + আঘাত, খুন } মাতৰ ঠেলা, শব্দ উচ্চাৰণ কৰোতে ভৰি কোনো ভাগত আন জগতকৈ অধিককৈ লগা খুন্দা; যেনে, ময়ুৰ, মত, an accent, , ন, ব্যঞ্জনবিলাকৰ কুৰি সংখ্যাৰ আখৰ, the twentieth letter of the consonants. ন, বি. (সং. নৱ, নতুন নতুন, পুৰণি নোহোৱা; যেনে, ন কাপোৰ, new, ন, সংখ্যা. {সং, নৱ, এক কম দহ } এক কম দহ, ten. ন, ক্ৰি. বি. অভাৱ বা নিষেধ বুজোৱা ক্ৰিয়া বিশেষণ; যেনে, নহয়, নকৰিবি,॥ negative particle . নকল, ম, শ. (বাং.) আহি চাই লেখা কাকত আদি, প্ৰতিৰূপ, প্ৰতিলিপি, a copy নকুল, স, শ, (সং. নকুলন, নাই+ কুল, বংশ) নেউল, নেল; চতুৰ্থ পাণ্ডৱ, an ichneumon or mmgoose, (Herpestes ichneumon ), the fourth son of Paudu. ন-কৈ, ক্ৰি. বি. নতুন কৈ; হুনাই, পুনৰায়, nowly, again, anew. নক্ষ, স, শ, (সং. মন, নাক, দীঘল নকিযুক্ত তেকে) ঘঁৰিয়াল, a cro- codile, স, শ. ( যাৎ.') আব্দ, চিত্ৰ-পট, না, লিখনীৰে ভোলা, দেশ, ঘৰ বা

    • of stafo, a picture, a map.

ন, স. শ{সং. নখন, নাই+খ, পাৰ বা বোধ যাৰ, সি কাটিলেও দুথ নেপায় এতোকে) হাতৰ বা ভৰিৰ আঙুলিৰ আগৰ হাড়ৰ দৰে টান গগ; পৰ্বত নিচেই ওচৰৰ বা তলভাগ; যেনে, পৰ্বতৰ 7, a tor or finger nail, the foot of a hill or mountain. নখ-চন্দ্ৰ, স. শ. {সং, নখচন্দ্ৰ-নখ, আঙুলিৰ আগৰ টান ভাগ + চন্দ্ৰ, জোন) মানুহৰ নথৰ গুৰি ফালত থকা অৰ্ধ চন্দ্ৰৰ নিচিন। 4914 86, the crescent-shaped spur at the root of the human nail. নখুচুকা, স. শ. (অ. নখ, আলিৰ আগৰ চোকা ভাগ + চুক, কোণ ) হাতৰ বা ভৰিৰ নখৰ চুকত ধা হোৱা, এবিধ ৰোগ, a painful inflammation in the fingers or toes under the nails, a kind of whitlow. নখ-বিষ, স. শ. (সং, নখ, ঐ+ বিষ, বেদনা) নখেৰে আঁচোৰাৰ পৰা হোৱা বেদনা, pain caused by heratches with the finger nails. নখী, বি. চোকা নখযুক্ত, হতোৰা থকা; সেনে, att tu, having sharp nails or elaws. স. শ. এবিধ নখৰ আকৃতিৰ গন্ধ , a kind of aromatic substance. নগৰ, স. শ, (সং. নগৰ নগ, পৰ্বত; পৰ্বত্তৰ নিচিনা ওখ ঘৰ থাকে যত ) ৰাজধানী, পুৰি; ৰজা থকা ঠাই, a city, a town. নগৰন্থ, বি. (সৎ, নগৰস্তু-শগৰ, ঐ+ স্থা, থাক) নগৰত থকা, নগৰীয়া, living in a town or city. নগৰা, স. শ. কোনো বস্তু ধৰিবৰ কাৰণে তাৰ কাণত লগোৱা বেতৰ আঙ্গঠি, কণাৰি, a cane ring or loop attached to any thing. নগৰী, স. শ. “নগৰ” চোৱা। নগৰীয়া, বি. নগৰৰ, নপৰত থকা relating