পৃষ্ঠা:হেমকোষ.pdf/৫২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধাৰা ৪১৬ জ্বৰীৰ নিচিনা হৈ পৰা, বৰষুণৰ টোপা, a channel, a stream. ধাৰা, বি. ধাৰ থকা, চোকা, তীক্ষ, sharp, keen. ধাৰাসৰ, বি. (সং, ধাৰা, বৈমোন পানী + আসাৰ, বৃষ্টিৰ টোপাবোৰৰ শ্ৰেণী ) সেঁতৰ দৰে ৰৈ থকা, ছেদ ভেদ নোহোৱা (72799 atit), ceaseless (said of raiu). ধাৰাৰে, ক্ৰি. বি. ছেদ ভেদ নোহোৱাকৈ; $763, caselessly, in a stream ধাৰী, স. শ. (সং. ধাবি-ধ, ধৰ আধাৰ- ৰূপে ধৰোতা; পিন্ধাতা; উপভোগ কৰোতা, এট। সংজ্ঞা শব্দৰ পাচত থাকে; যেনে, পৃথিৱীধাৰী, মালাধাৰী; শক্তি saya, holding, bearing', [ussessing, (used in composition (81) ধাৰে, ক্ৰি. বি. (সং. ধাৰ, ঋণ) ধাৰ কৰি, un credit. ধাৰে, ক্ৰি. বি. (সং. ধাৰা, ৰৈ যোৱা পানী) সোত বোৱাৰ দৰে, নোৰোৱাকৈ; যেনে, তেজ থাৰে বৈছে, in a stream. ধাৰ্শিকৃ, বি. { সং. ধাম্মিক---ধৰ্ম্ম, ঈশ্বৰৰ সেৱা, ন্যায়) ঈশ্বৰপৰায়ণ; ন্যায়নি, pigus, righteous. ধাৰ্য্য, কদ, বি. (সং. ধৰ্য--ধ, ধাৰণ কৰ) ধাৰণ কৰিবৰ যোগ্য (এটা সংজ্ঞা শব্দৰ পাচত থাকে; যেনে, আপোনাৰ কথ? শিৰোধাৰ্য্য; নিশ্চয় বা স্থিৰ কৰা; যেনে, এই দুই দেশৰ মাজৰ সীমা ধাৰ্য Cytay , fit to be borne, ( used in composition); determined, settled. ধিক্‌, ভা, অ. (সৎ, ধিক---ধ, নাশ কৰ) ছি, ঘিণ বা তুচ্ছতা প্ৰকাশ কৰা মাত, fe, slane. বি. নীচ, অধম; যেনে, Eta a fr, low, mean, base. ধিকাৰু, স. শ. (সং. ধিক্কাৰ, নিন্দা) নিন্দা, তিৰস্কাৰ, গালি, অপমান, reproach, censure, contempt, abuse. "freta" ইও ব্যৱলত হয়। ধিতিঙ্গা, বি- কাম নকৰি হোৱা এলেহুৱা, নকৰি থকাৰ নিমিত্ত বন কৰিব নোৱৰা; যেনে, বন নকৰাকৈ উঠা মানুহ ধিতিঙ্গা; এতেকে কাম নকবি গা ঘেলাই ফুৰা, uninured to work, unable to engage iu work for want of practice, idle. ধিতিঙ্গালি, গু. শ. নকৰি থকাৰ কাৰণে কাম কৰিব নোৱৰা হোৱা অৱস্থা বা গুণ, কামলৈ আলাহ, the state tor qnality of liug idle, laziness. ধিতৃপিলিঙ্গা, বি. ধিতিঙ্গা, { ঘাইকৈ ডেকা মানুহত খাটে ), uninuted to twork ( (especially applied to a young mau). বিতৃৰাজু, স. শ. (সং. ধাৰা, মটীয়া ৰাজ-হাহ) এবিধ মটীয়া বৰণেৰে বনৰীয়। 419-, the wild gooso. ধিপধিপনি, স. শ. (অং. ঢিপিং ঢিপিং, উশাহত বুকু লৰা বুজোৱা মাত) উশাহ লওঁতে বা ভয় আদি পোৱাত হোৰ বুকুৰ কম্পন; যেনে, বাঘৰ কথা শুনিবৰ পৰা বুকুৰ ধিপধিপনি মৰা নাই, the locating of the licart, palpitation of the heart causeu by fear, &c. ধিপধিপ, অ, ধ- উশাহ লোৱাত বা ভয় att i TT&T, to beat as the heart, to palpitato. ধিয়, স. বা. (সং. ধৈ, ধান ক) ধ্যান কৰ, সদায় মনত ভাবি থাক্‌; যেনে, তোমাকে ধিয়াই থাকে, twineditate upon, tu contemplate, to reflect upon. ধী-ধিয়নি, স. শ. (সং. ধ্যৈ, চিন্তা কৰ) চিনি, ভাবনা, ধূ-দুৱনি, anxiety, solicitude. ধী-ধিয়া, অ, ধা: চিন্তিত বা ভাবিত হ, ধূ-দুৱা, উলপুল ক; যেনে, লৰাটোৰ নৰিয়াৰ বাত্ৰা শুনি মনটোৱে ধী-ধিয়ায় to, to be anxious, to be troubled, as the mind. ধী, বি. (সং, শীৰধী, বুদ্ধি) জ্ঞানী।