পৃষ্ঠা:হেমকোষ.pdf/৫১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ধৰ্মোন্মত্ত ৪৯৪ ধাত্ৰী 2 ধৰ্ম্মোন্মত্ত, স, শ, (সং. ধৰ্ম্মোন্মত্ত - ধৰ্ম, ঈশ্বৰৰ উপাসনা+ উন্মত্ত, বলিয়) আপো- নাৰ ধৰ্ম্মত বিশ্বাস কৰি অন্য ধৰ্মৰ মানুহক হিংসা কৰোতা, ২t religions fanatie. ধৰ্মোপদেশ, স. শ. ( সং. ধৰ্ম্মাপদেশ---ধৰ্ম্ম, সদাচৰণ + উপদেশ, শিক্ষা ঈশ্বৰৰ সেৱাৰ বা সদাচৰণৰ শিক্ষা, religious or inforal instruction. ধৰ্ম্মোপদেশক, স. শ. (স.) ঈশ্বৰৰ সেৱাৰ বা সদাচৰণৰ শিকনি দিওঁ, গুৰু, a religinus or noral instructor, ধৰ্ষ, স, ধা. { সং. ধু, পৰাস্ত ক) মোহিত বা অভিভূত কৰ { মানত খাটে); যেনে, অমুক আনন্দে ধৰ্ষিছে; দেও লাগ'; যেনে, দেৱে বধিলে মানুহ বলিয়াৰ 964 . lo enrapture, to possess, to enter into and influence, said of an evil spirit). ধল, বি. (সং. ধৱল, বগা) বগা, শ্বেত, white. স. শ. বাঢ়নী পানী (বাঢ়ি অহা পানী বগা দেখা যায় }, a flood. ধলা, বি, বৰ্গ, ৮hite. ধৰল, বি. (সং. ধৱল--ধাৱ, পৰিকাৰ হ} বগ, white. {স্ত্ৰী) বলা। ধৱলীকৃত, বি. (সং. ধৱলীত-ধৱল, বগা + কত, ক) বগা কৰা, whitemel. ধা, ৩. ধা. { সং. ধাৱ, হিং.. ধাৱনা, খেদি যা খেদি যা, যুঁজিবলৈ আগ বাঢ়ি যা; যেনে, “হেন শুনি জান্ত, ধাইলা মহা 2998," to rush to battle. ধাই, স. শ. (সং. ধাত্ৰী, লোকৰ লৰা ভোলা তিৰোত) লোকৰ লৰাৰ আলপৈচান ধৰা তিৰোখা; লৰা জন্মাত সাহায্য কৰা fecatul, a wet nurse, a midwife. খাইয়ে ধৰু বা ধায়ে ধৰ, কেঁচুৱা লৰাৰ দৰে টোপনীত হাহ বা কান্দ; যেনে, ছোৱালী- টাক ধাইয়ে ধৰিছে। বৰকৈ হাঁহি তো (fast 3 ); to smile or ery in sleep, as an infant; to laugh vio- lently. ধাউতি, স, শ. (সং, ধ্যৈ, ধ্যান বা চিন্তা ক) সদায় সুচা স্মৰণ, অনুৰাগ; যেনে, গোস্টবিলাকৰ কৃষ্ণুত বৰ ধাউতি আছিল; দেখিবৰ বা পাবৰ বৰ বাঞ্ছা; যেনে, ধনলৈ সকলো মানুহৰে ধাউতি, fonduess, attachment, an earnest desire. ধাঁকুৰ, স, ধা. আঘাত কৰ, ভুকুৰ { বুকত খাটে); যেনে, হিয়া ধাকুৰে, to beat or strike, as the breast. ধাতা, স. শ. ( স. ধাতৃ, পালন কৰোত বিধা, ব্ৰহ্মা, বিষ্ণু, name of Brahma, or Visru. ধাতু, স. শ. (সং. ধাতুব, ধাৰণ কৰ) শৰীৰক ধাৰণ কৰা অৰ্থাৎ ৰাখি থোকা তিনটা বস্তুৰ এটা; যেনে, বায়ু, পিত্ত, কফ; এতেকে প্ৰাণ-বায়ু,; যেনে, “কৃষ্ণ- বৰ্ণ কায়, দেখোতে ধাতু উড়ায়; কোনো মানুহৰ শৰীৰৰ, নেবে নিমিলা, বিশেষ স্বভাৰ বা অৱস্থা; মেনে, ধাতু অনুসাৰে খোৰ। বস্তুৱে মানুহক শুজে বা মুশুজে; মনব বিশেষ স্বভাৱ বা গতি; যেনে, এবাৰ দেখিয়েই মানুহৰ ধাতু বুজা টান; আকধত হোৱা বস্তু; যেনে, সোণ-ৰূপ আদি; ক্ৰিয়াৰ মূল, বাপৰ বুজোৱা মাত; যেনে, ক, খ, ইত্যাদি, of the three principles or humours of the body, as wind, hile, phlegm, the vital breath; idioerasy or idiosyperacy, constitution), ten- per, disposition of mind, a metal, a verbal root or crude verb. ধাতুম, বি. (সং. } ধাতুৰে, অৰ্থাৎ সোণ ৰূপ আদিৰে সজা; যেনে, ধাতুময় পাত্ৰ, metallic. ধাতুস্থ, বি. (সং. ধাতুস্থধাতু, শৰীৰ ৰখা বস্তু + স্থা, থাক্‌) শৰীৰৰ ধাতুত বহা, ধাতুৰ ভিতৰত সোমোৱা, ওপৰ্জোতে লাগি অহ; যেনে, ধাতুস্থ ব্যাধি নুগুচে, cons" titutional, inherent in the body. ধাত্ৰী, স. শ. (সং ধাত্ৰী-ধা, পালন ক) লোকৰ লৰা ভোলা তিৰোতা, a nurse. one