পৃষ্ঠা:হেমকোষ.pdf/৪৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দলদোপা ৪৫ দশ নিক্ষেপ কৰ; gather together. 7. 4. Facy, ( স্ত্ৰী দলাতী। দলদোপা, বি. ( ‘দলদোপ চোৱা) ভৰি দিলে বহি যোৱা আৰু কঁপা, দলদুপয়া, boggy, yieldivg to the feet. দলি, স. শ. (সং. দল, খণ্ড খণ্ড ক; হিং- বং. দলি, চপৰা খানি পৃথিবীৰ পৰা পৃথক কৰা মাটিৰ খণ্ড, চপৰা; এতেকে, হাতেৰে নিক্ষেপ কৰা মাটি, শিল বা ইটাৰ খণ্ড, a clod, a piece of stone, &c. thrown with the land, দলি মা, দলি নিক্ষেপ কৰ; যেনে, দলি মাৰি চৰাই মাৰিলে; দলিৰ দৰে হাতেৰে যেনে, কাপটা দলি মাৰি দে, to pelt, to throw witl the hand. দলিচা, স. শ. ( যাৎ. দুলিচা বা গালিচা ) 177 strat far-la, a carpet, a rug. দলি, কদ, বি. (সং. দলিত-দল, খণ্ড খণ্ড ক) মৰ্দিত, ধ্বংস কৰা, cut to piecos, destroyed. দলিমৰিয়া, স. শ. ( অং. দলি, চপৰা + দলি-মাৰি, মাৰ, আঘাত কৰ) দলি ভঙ্গা, দীঘল নালেৰে কাঠৰ ঘঁতুৰী, a long bandled mallet used in breaking clocts. “দলিবাৰি” এনেও হয়। লিয়নি, স. শ. চপৰণি, অনেক দলি থকা fra, a place abounding with clods. ইলিয়া, স. ধা, চপবা আদি মাৰি পীড়া দি; যেনে, সি ভায়েকক দলিয়ালে; হাতেৰে দূৰৈলৈ নিক্ষেপ ক; যেনে, শিল দলিয়াইছে, to pelt with stone, &c., to ting or throw with the hand. কদ, স. দলিয়াওঁতা, (স্ত্ৰী) দলিয়াতী। সঁশিয়ালি, স. শ. এটাই আনটোলৈ দলি 7) PHÚT, the act of pelting cach other. দলৈ, স. শ. (সৎ, দল, সমূহ) এক দল সোপাৰি বা মৰিয়াৰ মুখ্য লোকৰ উপাধি; মুখ্য গণক, the title of the chief or head of a party of goldsmitlis, or marias, (braziers) or of an as- trologer. ৰজাৰ ঘাই জ্যোতিষীয়া জনক বস্তু দলৈ বোল। গৈছিল। দলৈ, স. শ. (অ. দল, মন্দিৰ দেৱালয়ৰ প্ৰধান পূজাৰি (কামৰূ.), (in Kamrup) the chief officer of a Hindoo temple. দলৌ-বাহ, স, শ, এবিধ বনৰীয়া বাহ, a kind of wild bamboo. দকঁচু, স. শ. এবিধ ৰঙ্গা ধান, প্ৰায়ে তাৰ fsay pai , a kind of paidy. দলৰ্ডাহী, স. শ. জোদৰ্শন বা কন্যা-কাল নোহাৱাকৈ বুঢ়ী হোৱা তিৰোতা, a woman who has become old with- out the appearance of catamenia. দল-দলনি, স. শ. (বং, দলদলিয়া, ভৰি দিলে বহি যোৱা আৰু কঁপা ভৰি দিলে বহি যোৱা আৰু সঞ্চালিত হোৰ মাটি, a quagmire. দদলীয়া, বি. ভৰি দিলে বহি যোৰ দলদুয়া, আৰু কঁপা, boggy, yield- ing under the feet. দলদ কৰে, ক্ৰি. বি. ( অং. দলি, চপৰা) দলিটোৰ দৰে লৰচৰ নকৰাকৈ, নকৰাকৈ (কেঁচুৱা লৰাত খাটে); যেনে, লৰাটো THETHI *** 3 **05, without cry- ixy (said of an infant). দলদোপ, স. শ. { অথ, দোল, সঞ্চালিত হ+ দোপ, ভৰিৰ হেঁচা) ভৰি দিলে বহি যোৱা আৰু আকৌ ওপৰলৈ উঠা গতি, তললৈ গৈ আকৌ ওপৰলৈ উঠা কম্পন; যেনে, সৈৰ ভৰত পৃথিৱীখানে দল দোপ কৰিছে, an uniulatory motion, দৰ্মৰা, স. শ. এবিধ দলনিত থকা চৰাই, a kind of water-rail. দশ, সংখ্যা(সং দশ, দহ) দুই পাঁচ, ten. দশ, স. প. (সংক্ষিপ্ত ৰুশ-ডাঙ্গৰ শৰ ছোৱালীৰ যৌবন কাল বা প্ৰথম ঋন্তু cat ry, arrival at the age