পৃষ্ঠা:হেমকোষ.pdf/৪৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৫ দম্ভী to press down. 7. 4. watey, (স্ত্ৰী) দৱতী। দেব, স. শ. (বং দামামা, বাদ্যবিশেষ) নাগেৰাৰ গঢ়ৰ বৰ ডাঙ্গৰ এবিধ বাদ্য, a large kuttle-drun. দবা দি ধৰ, অকস্মাত বলেৰে গবা মাৰি ধন্; যেনে, দবা দি ধৰি নিলে, to suddenly scize with force. দবাপলি, ঘৰৰ চালৰ মুখত বন্ধু খেৰ, the undermost layer of grass on the caves of a house. দম্, স. ধা, (সং.. দম, বশ ক) বশ ক, লতীয়া কৰ, শান্ত কৰ; যেনে, বলীয়ে নিৰ্ধলক দমে, খঙ্গক দমিব লাগে, to subdue, lo control, to check. দম, স, শ. ওপৰ উপৰি কৰি গোটাই থোৱা বস্তুৰ সমূহ, একে ঠাইতে ওখকৈ গোটাই CRNEY 78, a heaj, a pilo, a large quantity yatlıered together, দম্ খা, একে ঠাইতে অধিক গোট খা, to bu gatlored in large number or quantity. . ঈম বান্ধ, একে ঠাইতে অধিক গোটা, to দমলা, স. শ. ছালৰ ওপৰত বহল হৈ উথহি হোৱা উঠা, ভালে খানি ঠাই জুৰি উখহি উঠা ছাল, a bloteh or swelling on the skin. দমলা মাৰ বা দমলা বান্ধ, ছাল উখহি বহল আৰু চেপেটা উঠঙ্গা হ, to rise in a blotch, দমদম, বি. অনেক দমলাযুক্ত; যেনে, পিঠিখান দমদমল হল, full of blotches. দমদমলি, স. শ. অনেক দমলা; যেনে, এতিয়াও পিঠিৰ দমদমলি গুচা নাই, blotches. দমা, স. বা. (সং. দম, বশ ক) আনৰ tay , to cause to be subilued or (folled, কদ, স. দাওঁ, { স্ত্ৰী) দমাতী। দমা, স. ধা. { অং. দম, বস্তুব সমূহ। ধূপ, গোটা, ওপৰ উপৰি কৰি থ, to gather together, to pile up. 77. 7. hišti, { স্ত্ৰী) দমাতী। দমদম, বি, বহুত, অনেক; যেনে, আসামত হাতী দমাদম, albundant. দমদমে, ক্ৰি. বি. অনেক একে লগে, বহুত কৈ, plentifully. দমিতু, কদ, বি. (স. দমিত—দম, বশ কৰ) বশ কবা, শাসন কৰা, বশীভূত, subdued, controlled, checked. দমোতা, কদ, স. দমন কৰোতা, বশ কৰোতা, a controller, a subdner. শব্দৰ অপভ্ৰংশ, ( পদাত ), pride. দম্পতী, স. শ. (সং. দম্পতী-জায়া, ভাৰ্য্যা + পতি, স্বামী। ভাৰ্য্যা স্বামী দুইও, পৈয়েক ঘৈণীয়েক উভয়, a husband and wife colloctively. দম্ভ, স, শ, (সৎ, দম্ভ--দ, বঞ্চনা কৰ} অহঙ্কাৰ, দৰ্প, pride, দম্ভালি, ও. শ. (সং, দম্ভ, ঐ অহঙ্কাৰি, অহঙ্কাৰী সভাৱ, দৰ্প, pride. দী, বি. (সং. দস্তি-দম্ভ +ই) অহঙ্কাৰী, heap . ‘দন্ত ” দম, কৃ. স. (সং. দমন—দ, বশ কৰ) বশ কৰা, অধীন কৰা বা পৰাস্ত কৰা কাৰ্য, বশ বা অধীন কৰোতা; যেনে,

      • , the act of subduing or

controlling, one who subdues or controls. দমনা, স. শ. {সং. দমন, এবিধ সৰু গছ } এবিধ সুগন্ধি পাতেৰে সৰু গছ, তাৰ পাতেৰে গোসাই সকলে মালা কয়, a kind of plant. দমনীয়, বি. (সং. দমনীয়~-দম্, বশ ক) দমিব পৰা, বশ কৰিবৰ বোগ্য, earable of being subdued. . মৰা, স. . (বং দামড়া, বলদ) উদাত বল, অধিক বয়স নোপোৱা মত গৰু; fe central, a young bull, a king's post or queen's post. proud.