পৃষ্ঠা:হেমকোষ.pdf/৪৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দণ্ডবিধি। ৪৫৩ দমুজ। যি জগৰৰ নিমিত্তে যি শাস্তি হোৱা উচিত তাৰ বিধান; এতেকে দণ্ডৰ আজ্ঞা; যেনে, বিচাৰকে দোষীৰ দণ্ড-বিধান কৰে, an order of punishment. দণ্ডবিধি, স. শ. (সং. দণ্ডবিধি-দণ্ড, শান্তি +বিধি, নিয়ম) দণ্ড দিবৰ নিয়ম, কোন অপৰাধৰ কি দণ্ড তাৰ বিধান থকা পুথি, apunal law. দৱ, স, শ. (সং. দগুৱ~-দণ্ড, উৰ+ ব্ৰহ্, নিচিনা; উঁৰৰ দৰে মাটিত পৰা যায়, এতেকে দীঘল হৈ পৰি কৰা প্ৰণাম, prostrativi), the act of bowing in humility or veneration. জাকাৰ, বি. (সং. দণ্ডাকাৰ—দণ্ড, ভাব+ আকাৰ, ৰূপ) ভঁৰ এডালৰ নিচিনা, দীঘল; দণ্ডৱত হৈ পৰা, resembling a stalf, lying at full length. দণ্ডাজ্ঞা, স. শ. (সং. দণ্ডাজ্ঞা—দণ্ড, শান্তি + আজ্ঞা, আদেশ} শাস্তি দিবৰ আদেশ, an order of punislument, a sentence. দণ্ডাহ, বি. (স.. দণ্ডাই-দণ্ড, শান্তি। অৰ্থ, যোগ্য) দণ্ডৰ যোগ্য, দণ্ডনীয়, punish- able. দণ্ডী, স. শ. (সং. দণ্ডি—দণ্ড, লাখুটি ) হাতত পবিত্ৰ লাখুটি লৈ ফুৰা এবিধ tartat, a religions mendicant carry- in a sacred staff. দণ্ডোত, কদ, স, ( দণ্ড, শাস্তি ক) দণ্ড-কৰা 988, a inan who punishes. (6) দিয়া অপহু, ছলেৰে বা বলেৰে নি। এবাৰ দি পুনৰায় ছলেৰে বা বলেৰে fališty, one who takes back some thing given by himself. . দদাই, স. শ. খুৰা, বোপাইৰ ভাইয়েক, a ]paternal uncle. হিন্দী আৰু বাঙ্গালী ভাষাত জ্যেষ্ঠ ভাতৃক “দাদা” আৰু খুৰাক “কাকা ” বোলা যায়; সেই দুই শব্দ উলটি অসমীয়াত জ্যেষ্ঠ ভাইৰ নাম ‘ককাই” খুৰাৰ নাম “দদাই” হৈছে। দদাশহুৰ, স. শ. (অ. দদাই, খুৰা+শহুৰ, ভাৰ্যাৰ বাপেক) ভাৰ্যাৰ দদাইয়েক, a wilo's paternal uncle .. দধি, স, শ. (সং, দধি-ধা, ধাৰণ কৰ, ‘ধা” দিক আৰু প্ৰথমৰ “ধ” দ হৈছে। C 544=114, coagulated milk. দধি-সাগৰ, স. শ. (সং, দধি, দৈ+সাগৰ, সমুদ্ৰ) দৈ-গাখীৰৰ সাগৰ; বহুত দৈ, the fifth ocean or the occan of curd, a very large quantity of curl. দধীচি, স, শ, এজনা ঋষিব নাম, বৃত্ৰাসুৰক মাৰিবৰ নিমিত্তে বজ্ৰ সাজিবলৈ তেওঁৰ হাড়বিলাক ইন্দ্ৰক দিবৰ কাৰণে তেওঁ প্ৰাণ এৰিলে বুলি পুৰাণত লেখা আছে, the name of a saint. দ, স, শ, জালত লগোৱা ডাঙ্গৰ লেজু, তাৰ দ্বাৰা জাল টনা যায়, 1le rope attached to a fishing net. দনা, স. *. (অং, দন, ঐ ঘোৰাৰ লগম, a bridle. দনা ওল, কাপোৰব ডোৰা ওলাই ওলম্; যেনে, তাৰ চুৰিয়াৰ দিনা ওলমিছে, to hang in tatters. দ, স. শ. দক্ষ ৰজাৰ এজনা জীয়েক, তেওঁক কাশাপ ঋষিয়ে বিয়া কৰিছিল আৰু তেওঁৰ পৰা ৰাক্ষসবিলাক উৎপন্ন হয়, a danghter of Dakshya and wife of Kashyapa. দমুজ, স. শ. (সং. দনুজ—দ+জ, ওপ, ' দৰ পৰা ওপজা) ৰাক্ষস, দানৱ, a demon, a cannibal. দণ্ডতী। দণ্ড, বি. (সং. দণ্ড—দণ্ড, শাস্তি) দণ্ডৰ CRYST, punishable. দত্ত, কদ, বি. (সং. দত্তদা, দান কৰ) দিয়া, দান কৰা, give, livestowed. (স্ত্ৰী) দত্তা। ভালেষ, স, শ, (সং. দত্তাত্ৰেয়-দত্ত, দিয়া + আত্ৰেয়, অত্ৰিৰ পুতেক) এজনা ঋষিৰ নাম, তেওঁক ব্ৰহ্মা বিষ্ণু আৰু শিৱই অত্ৰি ঋষিৰ তোলনীয়া পুতেক কৰি দিছিল, the name of a sage. পহাৰী, স, শ, (সং, দত্তাপহাৰি-দত্ত,