পৃষ্ঠা:হেমকোষ.pdf/৪৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80. তাহানি ডাল, ২. শ. ( স. তালত, বহল ক) এবিধ গছ, তাৰ পাতেৰে বিচনী কৰা যায়, the fan-palm, the palmyra tree. Buraxxux fubelliformia (Gamble). ভাব, স. *. ( সং, তাল-ভড়, আঘাত কৰ) গীতৰ গৰৰ আঘাত বা ঠেলা; সেই আঘাত অনুসৰি বুজোৱা কঁহৰ বাদ্যবিশেষ; গীতৰ ঠেলা বুজাবলৈ মৰ চাপৰি, musi- cal time or measure, a cymbal, a clap of hands to denote musica! time. গত ধৰ, গীতৰ ছেদ বুজাবলৈ হাতেৰে 6797fa ata, to lwat time with the hands. ভাল বা, তাল বজা, to play upon yin- bals. . ভাল, স. শ. (সং. স্তৰ, খলপা খল, কাঠৰ পাট, ইটা বা শিল আদিৰে বহলাই সজা স্থল; যেনে, এইটো ঘৰৰ সাত তল আছে, স্বভাৱতে হোৱা তেনে মূল; যেনে, সাত ভাল পৃথিবী, a story of a house, a stratum. তাল, স. শ. (সৎ.. ভাল, দুৱাৰৰ শলখা, শলখা মৰাৰ নিচিনা হয়, এতেকে) উচ্চ শৰ আদিৰ দ্বাৰা কাণত সোপ লগা যেন বোধ; যেনে, হাতীৰ চিঞৰত কাণে 619 762, temporary cessation of the power of hearing caused by a loud noisc, &c. ভাল মাৰ, ভাল লাগ, উচ্চ শব্দাদিৰ দ্বাৰা কাণত সোপ লগা যেন বোধ হ; যেনে, মেঘৰ গাজনিত কাণে ভাল মাৰে, মানুহৰ কোহলত কাণত ভাল লাগে, to be stu- Ded or overpowered as the sense of heariny is by a loud noise, &c. তাল মাৰি ধৰু, ভেদ বাতি আদি বন্ধ কৰ; যেনে, দৰব-ফেৰা ভাল খাই দিয়া মাত্ৰে ভাল মাৰি ধৰিলে। বন্ধ হ; যেনে, সব খাবৰ পৰা পেটে তাল মাৰি ধৰিছে, to stop as purging or vomiting, to be stopped as ditto. তা লাগু, অভাৱ হ; যেনে, মাছ বা 1752 Ha fotce, to be scarce. তলব, বি. (সং. ভাল ভালু, জিঙৰ ওপৰৰ ভাগ) ভালুত উৎপন্ন হোৱা, ভালু সম্বন্ধীয়, belonging to the palate, palatal. তালি, স. শ. (সং. তাল, বং. লি, চাপৰি) SIET GAFA, a clapping of the hands. তালি, স. শ. {বং তালি, পলি পলি, a pitch. তালি মাৰ, তাপলি মাৰ, to patest, ভালু, স. শ. {স, তালু, পাৰ হ) মুখৰ ভিতৰৰ ওপৰৰ ভাগ; মাজ মূৰ, jalate, the crown of the head. তালে-তালে, ক্ৰি. বি. (সং. তাল, গীতৰ স্বৰৰ ঠেলা বা পৰিমাণ ) প্ৰতি তালত, তাল অনুসৰি, তা নভঙ্গাকৈ, aeeosding to musical time. , তালৈ, স্থা, সৰ্ব্ব, সেই ঠাইলৈ, titliat place. তাল-যুৰীয়া(-জু), বি. এযোৰ ভালৰ দৰে সকলো প্ৰকাৰে সমান, শual in every rospeet. . তাৱ, ক্ৰি. বি. (সং. তাৱতৃ--তদূ, সেই ) সেই পৰ্য্যন্ত; সেই পৰিমিত, intil, up to. ভাৱৈ, স. শ. (বং ভাবুই, সখিৰ বাপেক ) সখিৰ বাপেক; বোপাইৰ সখিয়েক; আপোন নামে যোৱা মানুহৰ বাপেক, a friend of one's father, a friend's fathor, the father of one's Dame sakc. তাসম্বক, তেওঁবিলাকক; ভাষাৰে, তেওঁ- লোকেৰে; তাসম্মাহন্তে, তেওঁলোকৰ পৰা; তাসম্বৰ, তেওঁলোকৰ; তাসত, তেওঁ লোকত। এইবোৰ পদ পদ্যত হে চলে। তাহ, “হোন” চোৱা। তাহানি, ক্ৰি. বি. (সং. তহিনি, সেই দিন) আগৰ দিনত, পূৰ্ব্ব কালত, formerly. ক. সৰ্ব, পূৰ্ব কাল; যেনে, Befes **), former time.