পৃষ্ঠা:হেমকোষ.pdf/৪৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উগুমগ ৪০৩ দীঘলীয়া আৰু সৰু ডিঙ্গিৰে লোটা, গৃগী লোটা, a vessel for water with a long Darrow neck. ডগমগ, স. শ. ( হিং, ডগমগ, সঙ্কলিত, কপি থকা) লৰি থকা দীপ্তি, জকমক, জলমল, a sparkle. ডগমগ, অ. ধা. জলমলা, কম্পিত দীপ্তি 49, to sparkle, to glitter, to ylisten. ডমগীয়া, বি. জলমলীয়া, কম্পিত কান্তিযুক্ত, sparkling, glittering. উঁৱা, বি. (ব. ডেঙ্গুয়া, অকলশৰীয়া) অকলৈ থকা, লগ নথকা, লৰাতিৰোতা নথকা; যেনে,ভঙ্গুৱা মানুহ,living alone, having neither wife or children. ভই,। স. শ. (সং. দণ্ড, মানি) মুখত ঠা, জোঙ্গা লে-লগোৱা পোন হাতী-

  • You fa, an elephant goal.

ডঢ়া, স, ধা. { সং. দৃঢ়, ডাঠ) দৃঢ় কৰ, সবল কৰ, বল বাগ্ধ; যেনে, “গুঢ়াই আপোনাক মাস তিনি।” ডাঠকপে কৈ সাৱধান কৰ, কোনো কাৰ্যাৰ কি ফল হব পাৰে, তাক বুজাই সতৰ্ক কৰ, to strengthen, to van. ক. স. ওঢ়াওঁতা, (স্ত্ৰী) ডঢ়াতী। উফল, স. শ. অসম দেশৰ এজাতি পৰ্শতীয়া 795, a hill tribe of Assam. বিয়া, স. . ( অং. ভাবি, খং প্ৰকাশ) ডাবি দি, বৰকৈ খং বা তিৰস্কাৰ কৰ; per pf Es Ceri, te reprove, rebuke, to threatent. কুদ, স, ডবিয়াওঁ, (স্ত্ৰী) ডবিয়াতী। বিয়া, অ, ধা, { অং, ডাবি, তাল-জাৰি গছৰ ফুলৰ বাহ) তামোল বা সেই জাতিৰ আন গছৰ দৰে ফুল ধৰ; যেনে, ভায়োল ডবিয়াইছে, নাৰিকল ডবিয়াইছে, to put forth flowers, as a palm tree. উঁবুৰা, বি. (অং, ডাব, কটাৰী সুমাই থোৱা নাল ভাৰ লগোৱা, having a folding handle, or a handle that serves as a case of a knife. ভক, স. শ. (সং. অৰু-ডু, অদুকাৰ শব্দ) মাজ চিঞা আৰু দুই মূৰ ঘূৰয়া আৰু ছালেৰে ছোৱা এবিধ বাদ্য, তাক এহাতেৰে লৈ জোকাৰিলে মাজতে জৰীৰে ওলমাই দিয়া এটা গুটিয়ে দুই মূৰে আঘাত কৰি বাদ্য কৰে, a kind of musical instrument shaped like an hour-glass and held in one hand. উইধৰ, স. শ. {স, ডম্বৰুধডম্বৰু, ঐ+ধৰ, ধৰাতা) সদাশিৱ ( তেওঁ ডম্বৰু বজায় ), a fame of Siva, ডৰ, স, শ, (সং. দৰ; হি. বং, ডব, ভয় ) ত্ৰাস, ভয়, fear. ভ,। অ. ধা, ভয় কৰ, লাস পা; যেনে, ভৰা, মৃত্যুলৈ সকলো জন্তুৰ বা ভয়, to be afraid. কৃদস. ৰোতা, ভৰাওঁতা, { স্ত্ৰী) ডৰতী, ডৰাতী। ডৰা, স. শ. মাটিৰ খণ্ড, মাটিৰ খন্দা, a hatch of land, a plot of ground. ডৰাড, বি. নেক খণ্ড হোৰ; যেনে, কাপোৰখান ফাটি ডৰাঙৰ হল; কো- বোৱাত সঁচ বহি খাখন্দ হোৱা, সে বন্ধা; যেনে, কোবাই পিঠিখান ডাঙৰ fact, divided into patches, tom into> strips, lacerated, as the back hy flogging. . ডৰাঙৰে, ক্ৰি. বি. অনেক ভৰ কৰি, ইৰাৰ পাচত সি ডৰ কৰি; যেনে, উৰাডৰে ৰুলে, in many patches, patel by patch. উৰুৱা, স. বা. (অং, ড, ভয় কৰ} ভয় খুৱা, ভয় দেখা; যেনে, লৰাক ভৰুৱাইছে, to put in fear, to intimidato. 7. স, ভৰুৱাওঁ, (স্ত্ৰীউৰুৱাতী। উল, দ, ধ, (সং. দল, মৰ্দন কৰ) জাৰে ঘঁহি ফাল; যেনে, মাহ ডলে, to split. by grinding in a mill, as pulse. ডল, স. ধা. { অং. ভাল, ঠাল) ডাল কাট; যেনে, আম জোপা ডলিছে, to top of thie branches of, to prunc, to trip. উল, স, ধা, আনৰ দ্বাৰা জাতেৰে ফুল বা ভাল কটা, to cause to be ground in a mill or to be pruned. 2. 7. ডলাওঁ, (স্ত্ৰী) ভলাষ্ঠী।