পৃষ্ঠা:হেমকোষ.pdf/৪২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঠাকুৰ,। ৩৯৮ ঠাৱৰা ঠাকুৰ, স, শ. (সং. ঠক্কৰ, দেৱতাৰ প্ৰতিমা; ঠাট্ট মাৰ, ঠাট খা, অনেক লোক একত্ৰ হ; বৎ. হি. দেৱতা, ব্ৰাহ্মণ) দেৱালয়ৰ যেনে, বাটত মামুহে ঠাট মাৰিছে, t) পূজাৰি ব্ৰাহ্মণ, বামুণ, a Brabinin throng together. who worships the idol in a temple, ঠান, স. শ. ( হি. বং, ঠাম, গঢ় ) গঢ়, BiraJins in reveral. (স্ত্ৰী) ঠাকুণী। slape, form. ঠাকুৰা, স. শ. গোসানী, দেবী,a gold&s. ঠানুৱা, বি, গঢ়িত, শুৱনি, well-formed, ঠাকুৰীয়া, স. শ. এই দেশৰ বৈষ্ণৱ ধৰ্ম্মত beautiful. প্ৰবৰ্ত কিছু সত্ৰ আৰু সেইবিলাকৰ শিষ্য, ঠানে, ক্ৰি. বি. গঢ়েৰে, প্ৰকাৰে, দৰে সেই শ্ৰেণীৰ লোকে যদিও শঙ্কৰ দেৱে { গতিত খাটে); যেনে, “চম্বুকৰ কাষে চলোৱা বৈষ্ণৱ ধৰ্ম্মকে মানে, তথাপি লোহা অমৈ যেন সনে”–শঙ্কৰ দেৱ, তেওঁৰ স্থাপিত আনবিলাক সত্ৰতকৈ in the manner rail of moving). তেওঁবিলাকৰ মত অলপ বেলেগ। সেই ঠা, স. শ. {বং. ঠাৰ, ইঙ্গিত) ইঙ্গিত, মত প্ৰবৰ্তোৱাবিলাকৰ উপাধি * ঠাকুৰ ” চিয়াৰ, পোনকৈ নকৈ প্ৰকাৰান্তৰেৰে আছিল তাৰ পৰাই এই শব্দ হৈছে, a বুজোৱা কথা; যেনে, হাতৰ ঠাৰ, চকুৰ sect of luisantrus in Assam slight- fra, a hint, a significanti motin ly differing in their tenets from of a limbs. the jodipitists. বি. সেই ঠাকুৰৰ ঠাৰি, স. শ. (সং. স্থা, থাক; লাগি থাকে মঙত প্ৰবৰ্ভা; যেনে, ঠাকুৰীয়া মহন্ত বা এতেকে) পাতৰ, গুটিৰ বা ফুলৰ যি ভাগ , following the above soct. গছত লাগি থাকে; এতেকে কোনো বস্তুব ঠাকুৰীয়া, স. শ. কামৰূপৰ চৌধাৰীৰ তলৰ যি ভাগে তাক ঘাই ভাগে সৈতে লগাই এজন বিষয়; দেৱালয়ৰ ধন তোলা ৰাখে; যেনে, হাতৰ ঠাৰি, a sfem. fant, a fiscal officer, subordinate ঠাল, স. শ. ( হিং. ঠাল, গছৰ ডাল গছৰ to the Chowdhiri in Kamrup, an শাখা বা ডাল, a brane. officer who collects the Jucs of a ঠালি, স, শ, ( হিং. ঠালী, গছৰ ডাল ) temple. ঠালী, গছৰ সৰু ডাল, ইয়াক কামৰূপত ঠা, স. শ. {বং. ঠাট, মূৰ্তি কৰা যন্ত্ৰ) গঢ়, stall" cata, a xmall branch or আকৃতি, a form, a share, twig . ঠাচা, স. শ. (অং. ঠাচ, আকতি) ঢালি ঠাৱৰ, বি. (সং. স্থাৱৰ লৰচৰ নোহহাৰা) কোনো বস্তু কৰিবৰ নিমিত্তে যুগুত কৰা নিশ্চয়, স্থিৰ, লৰচৰ নোহোৱা; যেনে, সেই বস্তুৰ আকৃতি, a moula. এই কথা ঠাৱৰ, certain, settled, fixed. ঠাট, স. শ(হিং. ঠাঠ, ঐশ্বৰ্য) প্ৰভাৱ, স. শ. নিশ্চয়তা, স্থিৰতা; যেনে, এই কথাৰ ঐশ্বৰ্য; মানুহৰ সমূহ, একে ঠাইতে ঠাৱৰ পোৱা নাই, certainty. অ, ধা. গেট খোৱা অনেক লোক, state dig- স্থিৰ হৈ থা; পৰা নোহাৱাকৈ বা nity, pomp, a crowd. পাচ নোহোঁহকাকৈ থা; যেনে, সৰ্গদেৱে ঠাটুকটক, স. শ. (অ. ঠাট, অনেক লোক ৰণত ঠাৱৰিব নোৱাৰি গুৱাহটিলৈ ভটিয়াই। + সং. কটক, সেনা) সেনাৰ আৰু সেনাৰ STA, to remain fixed in a position, লগৰ মানুহৰ সমূহ; এতেকে ডাঙ্গৰ লোকৰ to maintain one's ground in a লগত যোৱ। অনেক লোকৰ সমূহ; যেনে, lattle, কদ, স. ঠাৱৰোত, (স্ত্ৰী) ৰাৰ লগৰ ঠাটুকটকৰ শব্দ, an army and ঠাৱৰষ্ঠী। its camp-followers, a large crowi ঠাৱৰা, শ, ষা, নিশ্চয় কৰ, to ascertain. of people following a great man. কদ, স ঠাৱৰাওঁ, (স্ত্ৰী) ঠাৱৰান্তী। .