পৃষ্ঠা:হেমকোষ.pdf/৪০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জোটনি ৩৭৪ জোটনি, কুদ, স. জোটা কাৰ্য, the act of joining together. . জোটনী স. শ. দুটা বস্তু গোটাই বন্ধা জৰী, a string with which two things are tied together. জোটা, স. বা. ছাপিৰৰ কাৰণ আখৰ লগ লগ; এটা আখৰ আন এটাৰে সৈতে 775 aste aty, to join as type for printing, to spell. 7. *. 419yyat জৰীতে থোপাকৈ বন্ধ বস্তুসমূহ, যোক; যেনে, মাছৰ জোটা, tlings tied to gether in a cluster. 77. 1. Corint ওঁতা, (স্ত্ৰী) জোতী। জোটা পুটি, সশ: (অং..জোটা, লগ জোটা-পোটা, লগা+পুটি, পোটা, অনুৰূ.) দুটা বা অধিকে পৰস্পৰে কৰা টনাটনি, a struggle, a conflict. জোটা-মৰি, স. শ. (অং. জেঁাটা, লগ লগোৱা| +মৰি, এবিধ টেঙ্গা পকিলে মিঠ। হোৱা এবিধ টেঙ্গা ফল, kind of acid fruit which becomes sweet when ripe. . জোটাশলীয়, বি. (অ• জোটাশালী, কোনো কাৰ্যাৰ নিমিত্তে বন্ধা লগ ) কোনো কাৰ্য কৰিবৰ নিমিত্তে লগ বন্ধ, forming a partnership. জোটাশলীয়াকৈ, ক্ৰি. বি. অনেকে মগ fe, in partnership জোটাশালী, স. শ. (অং. জোট!, লগ লগই বন্ধ। পোপ+সং, শালী, যাৰ আছে। কোনো কাৰ্য্যৰ নিমিত্তে অনেকে বন্ধ। লগ, জুটিয়াৰ হোৱা অৱস্থা, & part- nership. জোটু-পোট, স. শ. বিশৃঙ্খল হৈ লগা পাক, আউলীয়া পাক, a tangle, জোথা, স. শ. {সং. জটা, নেমেলোৱা চুলি ) এৰী বা মুগা সূতাৰ ঢৰীয়া ভাগ, the coarse fibrous part of a silk cocoon. জেঁৰ, স. শ. {সং. জ্যোতিঃ, দীপ্তি) জুই লগাবৰ নিমিত্তে বন্ধা খৰিৰ আটি, জুই লগোৱা খৰিৰ আটি, a torch. জোৰ, স. শ. (সৎ, জ্যা, ধেনুৰ জৰী) ধেনুৰ গুণ; ভূল ধুনা ধেনু, তূলাৰ আঁহ মোক- লাবৰ নিমিত্তে এমূৰ মোকটাই বন্ধা চটীয়া Ats, a bow string, a bow used in scntching cotton. জোৱাই, স. শ. {সং. জামাতৃ; হিং. জৱাই; বৎ. জামাই) জীৰ গিৰিয়েক, a son- in-law, জোৱাহি, স. শ. (যাং, জাত, মণিমুক্তাদি) বহুমূলীয়া অলস্কাৰসমূহ, jewellery. জো, স. শ. (সং. অলৌক্স, এবিধ পানীত থকা ভেজ-পিয়া থোক। এবিধ তেজ- পিয়া পোক; তাৰ দুজাতি, এজাতি পানীত থাকে, তাক চেলাপেট আৰু বামত থকা বিধক চিনা-জোক বোলে, a leech. জোকা, স. বা. আমনি কৰি থ? তোল, to excite, to anger, to vex. 7. 7. জোকাওঁতা, (স্ত্ৰী) জোকাৰ্তী। জোকাজুকি, স. শ. এজনে আনজনৰ খং GEETY PYÚ, the art of provoking or vexing each other. . জোকাৰ, স, ধi. ( হিং, ঝকোবনা, সঞ্চালন কৰ) বৰকৈ লৰ, to sliaku. স. শ. সঞ্চালন, লৰোৱ, a shake. জোকাৰ খা, বৰকৈ লৰ, to loe sliakon. জোকাৰ মাৰ, বৰকৈ লৰা, to shalke. জোকাৰণি, স. শ. জোকৰা কাৰ্য্য, লৰোৰ। PÝ, the act of shaking. জোকাৰোতা, দ. স. লাওঁতা, a nian who shakes. (স্ত্ৰী) জোকাৰ্বতী। জোকোৰা, স, শ, { অং. জোকাৰ, লৰা } গেজে, ভেকাহি, one or two cart words uttered with harshness and anger in order to reprove." , হকি চোৱা। জোকোৰা মা, কেটে মাৰ, গেজেৰ মাৰ, to reprove by uttering short and sharp words. জোখ, স, ধ, (হি. জোখনা, পৰিমাণ ক) দীঘল পুতলৰ বা গধুৰৰ পৰিমাণ কৰ, ঝোকাৰ, 13