পৃষ্ঠা:হেমকোষ.pdf/৩৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জেগেলা। জুৰি জুৰি, স, শ, (সং জুটিকা, জট) চিন ৰাখি- বলৈ ওখ তৃণৰ আগ গোটাই দিয়া গাঁঠি; যেনে, হাবিত খাগৰিৰ আগত জুৰি বান্ধি ঠাইৰ চিন ৰখা যায়; মুগা পলু নামি অহা নিবাৰণ কৰিবলৈ মুগা মেলা গছত খেৰ মেৰাই দিয়া বান্ধ, a knot formed with the tops of grass to mark something, a wisp of grass tied round a tree to prevent the innga worm from descending. জুৰুলা, বি. (সৎ, জু, দুৰ্বল হ) দুৰ্বল, বল- হীন, ক্ষীণ, walk, enfeellel, wasted. জুৰুলা পৰু, দুৰ্বল হ, ক্ষীণ হ, দুখীয়া বা ধনহীন হ, to be weak, to the ema ciated, to become poor. জুৰুলি, বি. বৰকৈ তিল, পানী কৈ থকা; যেনে, বৰষুণে জুৰুলি কৰিলে, dreached, saturatel, স, শ, গাৰ পৰা বৈ যোৱা ঘাম বা পানিৰ ধাৰা; যেনে, গা ঘামি জুলি বৈ গৈছে, a flow of syeat or water from the boily. জুৰুলি-জুপুৰি, বি. (অং. জুৰুলি, ঐ জুপুৰি, অনুৰূ.) বৰকৈ তিতা, পানী বৈ

  1. 1, very wet, saturated.

জুৰে, ক্ৰি. বি. (অং. জুৰ, লেহেম) ধীৰে, লাহে লাহে, slowly. জুলাপ, (যাৎ.) ভেদ হোৱা দৰব, a pur- gative, . জুলীয়া, বি. (অ. জোল, পনীয়া বস্তু) পানীৰ নিচিনা, প্ৰৱ, liquid. জুলুকা, বি. বেজাৰত মূৰ ঘুমাই থকা, fast, cheerless, dejected. জুলুকা লাগ, বিমৰ্ষ হ, দুখেৰে মূৰ ঘুমাই থাকূ; যেনে, দুখত পৰিলে মানুহ জুলুকা optcst, to be cheerless or dejected. জুলুকি, স, শ. বাঁহৰ কাঠাৰে সজা এবিধ মাছ ধৰা যতন, পানীৰ যুৱলিলৈ অহা সৰু মাছ জৰে চাৰ মাৰি ধৰা যায়, an implement uscil for catching small fishes that come to the edge of water. ক্ৰি. বি. ঘনে ঘনে, অনেক বাৰ, দুখ দিয়াত খাটে; এই বাৰ জৰে জুলুকি-জুলুকিকৈ শিকালে, repeat edly again and again (said of giving trouble). জুলৈ, স. শ. মেলি বহলোৱা বুঢ়া আঙ্গুলি আৰু তৰ্জনী আঙ্গুলিৰ জোখ, the dis- tance measured with the thumb and the fore-finger estenled. জুহাল, স. শ. (অং. জুইশাল। জুই ধৰা ঠাই, a fire-place. জেউতি, স. শ. {সং, জ্যোতি, কান্তি ) দীপ্তি, প্ৰকাশ, কান্তি, light, splendor. জেউ, স. শ. সবাই কৰা আওখটি, খোজা বস্তু নোপোৱাত লৰাৰ কান্দন, wins of chililren. জেউৰ ধৰ, কোনো বস্তু খুজি নোপোৱাত কা, { লৰাত খাটে, to the vilimsical as a child. , জেওৰা, স. শ. খেতিৰ চাৰিও ফালে পাতলকৈ গোঁজ পুতি দিয়া চাপৰ বেৰা, a lamboo railing, a thin low fence. জে, স, শ, পাত নথকা, ঠাল ঠেঙ্গুলি, fcafless branches and twigs. জেজঙ্গীয়, বি. জেঙ্গৰ নিচিনা, কাইটীয়া, resemloling the above, thorny. জে, অ, ধা. অলপকৈ তিত, সেমেক্‌, to be damp or moist. জেকনি, স, শ. (অং, জে, তিতু) আত, অলপ তিঙি থকা অৱস্থা ( মাটিত থাটে); যেনে, চাপৰ ভেটিভ জেকনি TTS, dampuess (applied to ground). জেকা, স, ধ, অলপকৈ তিয়া, সেমেকা, to cause to be damp, to moisten, কুদ, বি. অলপ তিতা, আ, সেমেকা, damp, moist. জেকেটমেকেট, বি. { অং. জেক, সেমেক) ওঠা এঠি, হাতত লাগি ধৰা; অলপকৈ TOTCT fetl, gunny, viscid, inoist with perspiration. জেগেলা, বি. (অৎ, গেলা, পচা গেল। +