পৃষ্ঠা:হেমকোষ.pdf/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জীয়াতু। যেনে, জীয়াই আছে; বধ নকৰাকৈ; যেনে, জীয়াই ধৰিলে, in the living state, without killing: জীয়াতু, স. শ. (সং. জীৱনা, মৃত্যু) মৰণৰ সমান দুখ, বৰ কষ্ট, নিকাৰ, an excit- ciating pain, great distress, trouble. জীয়া-বাৰী, স, শ, { অং. জীয়া, জীয়াই থকা + বাৰী, বিধৱা) যি তিৰোৰ গিৰীয়েক মৰা নাই কিন্তু অনুদ্দেশ হৈছে, ভায্যাক পবিত্যাগ কৰিছে, a wife whu is separated from her lusland the latter being still alive. জীয়াৰী, স. শ. (অং. জী, দুহিত্} কন্যা, Catatait, a daughter, a girl. জীৰা, স. শ. (সং. ৰ্জীৰক; হিং, বং, জী, এবিধ গুটি ) আঞ্জাত দিয়া এবিধ সৰু সুগন্ধি গুটি, tlie cumin seed. স্ফীৰিলি, বি. (সং. জীৰ্ণ, পুৰণি) অনেক ঠাইত ফটা, পুৰণি হৈ ফাটি ছিটাছিট হোৱা (কাপোত খাটে ), tattered, জীৰ্ণ, বি. (সং. , পুৰণি হৈ ক্ষয় খ) বুঢ়া হৈ দুৰ্বল হোৱা, পুৰণি হৈ ভাগি ছিগি যোৱা, জাহ যোৱা, জীণ, lecrepit, worn out, digestel. জীৰ্ণ-ক, বি. জীণ-নিয়া, আহাৰ ক্ষয় জীৰ্ণ-কাক, Fay, promoting, liges- জীৰ্ণ-কাৰী, জীৰ্ণত, ও. শ. জীৰ্ণ হোৱা বা প্ৰাচীন হৈ ক্ষয় পোৱা অৱস্থা, জীণ যোৱা অৱস্থা, the state of being worn out, digestion. জীৱ, স. শ. {সং. জীৱ, জী) ধাতু, প্ৰাণ, জীয়াই থকা শক্তি; প্ৰাণী, জীয়া জন্তু, the soul, a living being. ীৱ-জন্তু, স. শ. মানুহ গৰু আদি প্ৰাণ থকা পদাৰ্থ, living beings. জীৱ, স. শ. (সং. জীৱ, ঐ) জীয়াই থকা অৱস্থা; প্ৰাণ, পানী, the living state, lifc, vitality, water. জীৱন-চেষ্টা, স. শ. (সং. জীৱন, জীয়াই থকা অৱস্থা+চেষ্টা, যত্ন ) জীয়াই থাকিবৰ জীৱিত্ যত্ন, প্ৰাণ ৰখাৰ উদ্যোগ, strugglo for existence. জীৱনাস্ত, স. শ. (সং. জীৱন, জীয়া অৱস্থা +অন্ত, শেষ ) মৃত্যু, মৰণ, death. জীৱনোপায়ু, স. শ. (সং. জীৱন, ঐ+ উপায়, গতি) জীৱিকা, বৃত্তি, livelihood. জীৱন্ত, বি. (স. জীৱ, জী) জীয়া প্ৰাণ থকা, living, alive. স. শ. জীয়াই থকা অৱস্থা, জীৱন, life, existenice. জীৱন্ধবী, স. শ. এবিধ মণি, a kind of gem. জীৱন্মুক্ত, বি. (সং. জীৱত, জীয়া+মুক্ত, মুক্তি পোৱা) অতিশয় পুণ্যাত্মা, জীয়াই থাকোতেই সকলো পাপ খণ্ডাই কৰ্ম্ম- 74 0 771, exonerated while living from future birth. জীৱম্মত, বি. {সং, জীবৎ, জীয়া+মৃত, মৰা) জীয়াই থাকোতেই মৰা; যেনে, বামুণৰ বিধৱা জীৱন্ত, living lead. জীৱহত্যা, স, শ, ( সৎ, জীৱহত্য-জীৰ, জস্থ + হত্যা, বধ) প্ৰাণিবধ, জন্তুৰ প্ৰাণ Tal, the killing of an animal. জীৱহিংসা, স. শ, ( স. জীৰ + হিংসা, অপকাৰী প্ৰাৰ প্ৰতি অপকাৰ, injury done to an animal. জীবাত্মা, স. শ(স জীৱ, প্ৰাণ + আত্মা, ঈশ্বৰ) প্ৰাণ, জীৱন, যি শক্তিৰ দ্বাৰা প্ৰাণী জীয়াই থাকে। হিন্দু শাস্ত্ৰত লেখামতে আত্মা দুঞ্জনা; এজনা জীৱাগ্না, তেওঁ জীয়া জন্তুৰ প্ৰাণ; তেওঁৰ দ্বাৰা প্ৰাণীবিলাক জীয়াই থাকি সকলো কাৰ্য কৰে, এতেকে তেওঁ পৰালত আপোন কৰ্ম্ম অনুসৰি সুখ-দুখ ভুঞ্জে; আন জনা পৰমাত্মা, তেওঁ প্ৰাণী, প্ৰাণী সকলোতে সমানে থাকে আৰু প্ৰাণীৰ পাপ পুণ্যৰ ভাগী 2, the sentient soul, the vital principle in the body. জীৱিকা, স. শ. {সং, জীৱ, জীয়াই থাক। বৃত্তি, উপজীব্য, জীৱনৰ উপায়, ব্যৱসায়, livelihood, profession. জীৱি কুদ, বি, জীয়া, প্ৰাণ থকা, living, alive.