পৃষ্ঠা:হেমকোষ.pdf/৩৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

abode; জলোদৰি। জলেৰি, স, শ, (সং. জলোদ, শোথ ) শোব-ৰোগ, dropsy. জলৌপলে, বি. থাকিবৰ ঠাই নথকা হোৱা, 574519), deprivert of a place af involved in misery, জুলৌযপৌ, বি. (সং. জলযথা, পানীৰ নিচিনা) পনীয়া, জুলীয়া, পানীৰ নিচিনা, watery. “জলৌলথো” এনেও হয়। জলক, স. শ. (সং. জল, পানী + কৰ, ৰাজহ) পানীত মাছ মৰাৰ বাবে ৰজাক f9 794 , rent of a fishery. জকুৰী, গ. শ. (অং. জলকোৱৰ শব্দৰ স্ত্ৰীলিঙ্গ) জুলকোৱৰৰ ভাৰ্য, পানীত থকা এবিধ দেৱতাৰ কন্যা, a water nymph, a mermaid. জলকোৱ, স. শ. {সং, জলকুমাৰ, পানীৰ ৰজাৰ পুত্ৰ) পানীত থকা এবিধ অপ. 7701, a river yoll. জলগিৰী, স. শ. (অং. জল, পানী+গিৰী, গৰাকী) এবিধ পানীত থকা ভূত, atn cvil spirit residing in water. জলই, স. শ, (সং. জলগোধিকা, এবিধ পানীৰ জন্তু) পানীত পকা এবিধ ওই জাতিৰ জন্তু, তাক মানুহে ঘঁৰিয়ালৰ মাইকী বুলি ভাবে, the monitor. জলজবা, অ, ধা. { অং. জল, খ? ক) খজেৰে জলি উঠ, to be furious with anger. জলজলীয়া, বি. (অং. জল, পোহৰ হ} ফুটফটীয়া, নিৰ্মল, এফালে চালে আন ca Chely, clear, pellucid. জুল, বি. (সং. জলস্থল, পানী আৰু জলথলীয়া, মাটি) বোকাৰ নিচিনা, of tho consistency of mud. . জলপনীয়া, বি. (অং. জপান, অলপ আহাৰ) জলপানৰ নিমিত্তে উপযুক্ত। যেনে, জল্পনীয় বস্তু; জলপান কৰা, অলপ আহাৰ কৰা; যেনে, জলপনীয়া আলহী, fit for launcheon; taking & light repast. জল-পান, স, শ, (সং, জল-পান, পানী খোল) পানী খোৱা; এতেকে অলপ আহাৰ, ভাত-আজাত বাজে আন আহাৰ, the drinking of water; a light mical, a luncheon. জল-পান্ ক, পানী খা, ভাত আঞ্জাত বাজে আন বস্তু খা, to drink wate; to take lunch. জল-পিণ্ড, “পিগু-জল” চোৱা। জলফাই, স. শ. (হিং. জলপাই, এবিধ ফল ) বেলফৈ টেঙ্গা, এবিধ ফল, a olive, জলময়, বি. (সং. জল, পানী+ময়, সদৃশ } ) পানীৰ নিচিনা, চেঁচা; শীঘ্ৰে খ-মুঠা; hace 27, water-like, cool, not easily provoked; full of water. জলমল, স. শ. (অ. জল, কান্তিক জলমলনি, y + মল, অনুৰূ. } জিলিকনি, চকমকনি, ফটিক বা হীৰা আদিৰ নিচিন। Pife, brilliance, lustre. জলমল, অ, ধা. জিলি, তিৰবিৰা, t) glitter, to sparkle. জুমলীয়া, বি. (অ, জলমল, ঐ জিলিক, Garaat, glittering, sparkling. জশাই, স. শ. (সং, জলশায়ী, পানীত শোওতা অৰ্থাৎ পাকোত) ডাঙ্গৰ পুখুৰি বা বিলত থকা এজন অপদেৱতা, atn evil spirit supposed to dwell in largo talks or lakes, “জলশাই ডাঙ্গৰীয়াও" বোলে। জীয়া, বি. (অং. জলশোব, শোথ- ৰোগ ) শোবে ধৰা, শোথ-ৰুগীয়া; শোবে ধৰা মানুহৰ নিচিনা শেতা আৰু তেজ- stat, drvpsical, weak and pale. জলশোব, স. শ{ অং. জল, পানী+শোব, শোথ-বোগ) শোখ-গে, তেজবিলাক, পানী হৈ গা উহা ৰোগ, dropsy. জলসা, স. শ. (জল, পানী + সাৰ, এবিধ বোগ) যনে-ঘনে অধিককৈ সৰু পানী চোৱা ৰোগ, diabetes, অৱ, স. শ. (সং. জৱ, দীপ্তি কৰু) এজাতি ফুল, তাৰ ৰঙ্গা, বগা আৰু পাটল তিনি বিধ; বঙ্গ বিধক গুড় বা বঙ্গা