পৃষ্ঠা:হেমকোষ.pdf/৩৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিৰচিৰা চিপ্ খা চিপ থা, কষ্টেৰে টানি উশাহ লওঁতে দাং খা আৰু তললৈ না, (বুকুত খাটে); যেনে, অমুকৰ বুকুৱে চিপ খাইছে, to leave the breast as when lahoring for breath.. চিপজৰী, স. শ. (অং. চিপ, আঁজোৰ + জৰী, ডােল) আঁজোৰ মাৰিলে চাপ খােল বা খােৰােচ। লগােৱা জৰী, a slip-kriot, চিপ পাত, কোনাে জন্তু ধৰিবৰ নিমিত্তে cara ate, to lay a slip-knot as 21 Snare. চিপ মা, ওপবলৈ টান মাৰ, to pull up- Wards. চিপৰা, স. শ. { অং. চিপ, ওপৰলৈ মৰা আজোৰ এবিধ মাটি খন লােৰ অস্ত্র, an iron instrument for digging, চিপচিপে, ক্রি. বি. প্রতি আঁজোৰত ; যেনে, অমুকে বড়শীৰে চিপচিপে মাছ fats, at every jerk or pull. চিপা, স. বা. (অ. চিপ, আঁজোৰ) কষ্টেৰে গিল ; যেনে, পানী টোপ চিপাই f641 fsfacs, to labour, to swallow. চিপাতৃমণি, স. শ. জৰীৰে গাঁথি ডিঙ্গিত লমাই পিন্ধা সােণৰ আৰু পােলব মণি, ওলমা মণি, a tecklace of beads. চিপাহী, স. শ. (যাং.) সেনা, ৰণুৱা, পদাতি, a soldier, a sepoy. চিপি, স. শ. ( অং, চে হেঁচ, তাৰ ভিতৰত নিসন্ধিকৈ ভৰােৱা যায় এতেকে) বৰ বিহ আৰু গাঁঠিয়ন থােৱা কাঠীৰ পাল, a small wicker case for aconite roots. চিয়া, স. শ. (সং. চিৎ, স্মৰণ কৰ) পােনা- তিৰ দিনলৈ থকা খ্যাতি বা যশস্যা । কীর্তি, কোনাে লােকৰ নাম জলি থাকিবৰ নিমিত্তে তেওঁৰ নামেৰে কৰা কাৰ্য্য বা বস্তু; যি কাৰ্য বা বস্তুৰ দ্বাৰা কোনাে লােকৰ নাম জলি থাকে, or fame descended to posterity, a memorial, something whereby ond's memory is preserved. 7. 84. সঁচা কবৰ নিমিত্তে ঈশ্বৰৰ বা ধৰ্মৰ নাম স্মৰণ কৰা; যেনে, ধৰম চিয়াই শপত কৰাইছে৷ ; সঁচা কম বুলি ঈশ্বৰৰ বা ধৰ্মৰ নাম উচ্চাৰণ কৰ; যেনে, ঈশ্বৰৰ নাম forto FLŠI, to cause a person to swear to the truth of a statement, to swear, to speak the truth. চিয়া, স, শ, সঙ্কেত, ঠাৰ, ইঙ্গিত, কোনাে কথা বুজাবৰ নিমিত্তে কৰা অঙ্গভঙ্গি বা কোর অস্পষ্ট বাক্য, a bint, a distant allusion. চিয়াৰ, স. শ. { অং. চিপ, টেপা মাৰি ধৰ) সােণাৰি বা কমাৰৰ সঁহৰ নিচিনা চেপি ধৰা সঁজুলি, a blacksanitli# tongs, চিয়াৰ মাৰ, সঙ্কেতেৰে ক, অস্পষ্ট কথা বা অঙ্গভঙ্গিৰ দ্বাৰা প্ৰকাশ কৰ, t) hint. চিৰকলীয়া, বি. (সং. চিৰকাল, অনেক কাল। বহুদিনীয়া, যুগমীয়া, পুৰণি, lasting for a long time, ancient, বিকাল, স. শ. (সং. চিৰ, অনেক দিন + কাল, সময় } বহুত কাল, দীর্ঘ সময়, a long period. চিৰকালে, ক্রি. বি. বহুদিন পর্যন্ত, অনেক দিন ব্যাপি, সদায়, fox along wriod, in a long time, always. চিৰ চিৰ, অনুক. অলপীয়া পানী লাহে লাহে বৈ যাওঁতে হােৱাৰ নিচিনা শব্দ বুজোৱা to, an imitative sound used to exprces that of water flowing gently. চিচিৰ কৰে, ক্রি. বি. মৃদু শব্দেৰে অলপ চিচিৰকৈ, অলপকৈ, ধীৰে ধীৰে । যেমে, পানীবােৰ চিৰচিৰ কৰে বৈছে, gently, slowly (said of flowing as } renown চিচিৰণি, স. শ. লাহে-লাহে বৈ যােবা, অলীয়া পানীৰ সৰু শব্দ, a low our- muring sound of water. . চিচিৰা, অ, ধা. মৃদু শব্দ কৰি লাহে লাহে বৈ যা { অলপ পানীত খাটে); যেনে সেই জানৰ পানীয়ে বাৰ মাহে চিৰচিৰাই থাকে। ধীৰে ধীৰে বৈ থকা পানীৰ