পৃষ্ঠা:হেমকোষ.pdf/৩৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চয়ন্। চৰা। কাৰ্যলৈ মানুহৰ মন নিয়ে। স্বৰূপাৰ্থত পিপ বা কুকৰ্মলৈ হোৱা মভিকে লক্ষণৰ দ্বাৰা এটা ভূত বুলি কোৱা হৈছে, Satan, or a personification of the evil pro- pensities of mankind. চয়, কৃদ স. (সৎ, চি, সংগ্ৰহ ক) সংগ্ৰহ কৰা, গোটাৱা; ঘাইকৈ কুল বা ফল গোটোৱা; যেনে, পুষ্প চয়ন কৰা, col- lecting, gathering চৰ, অ. ধা. {সং- ৰে, ওপৰলৈ উই) বৃদ্ধি পা, বা; যেনে, নৰিয়া চৰিছে; কোনো কাৰ্যত আনতকৈ আগবাঢ় বা উচ্চ ই; যেনে, ককাইয়েকতকৈ ভাইয়েক চৰিছে। বেয়া কামত বৰকৈ বাছ; বৰ দুষ্টহ; যেনে, ই বৰকৈ চৰিছে, to increase, to surpass others, to be very wicked. চপ, ফল পকাৰ অন্তত ১ ( কলা গছত 100), to die as a plantain tree after the fruit is ripe. চ, স. শ. (সং. চৰ, গতি কৰ) গুপ্ত দূত, চৰিয়া, a spy. চৰ, অ, ধা. (সং, চৰ, আহাৰ ক) আহাৰ কৰ, ভক্ষণ কৰ; যেনে, গৰু চৰিছে (জত 2706 ), to feed as an animal. চ স. শ. (সং চপট, সকলো আঙ্গুলি মেলা হাতৰ তলুৱা) মুকলি হাতেৰে গালত কৰা আঘাত, গালত মৰা টকা, a slap on the cheelk. . চৰ স. শ. এজনা ঋষিৰ নাম; তেওঁ কৰা এখান বেজালি পুথিৰ নাম, সেই পুথি হিন্দু চিকিৎসা শাস্ত্ৰবিলাকৰ ভিতৰত অতি পুৰণি আৰু লাগতিয়াল, the name of a sage, a medical work composed by him. চমঠু, স. শ. (সং, চৰ, কাম কৰ বা উঠ) নাৱৰিয়াই বহি বঠা মাৰিবৰ নিমিত্তে নাৱৰ আগ আৰু গুৰি পাৰি দিয়া পাট বা চছালি, the flooring of either end of a boat outside the roofing. চৰণ, স. শ. (সং. চৰ, গতি কৰ) ভৰী, পদ; শ্লোকৰ এভাগ, a foot, a division of a stanza. চৰণকমল, স. শ. {সং, চৰণ, ভী+কমল, প) পদ্মৰ তুল্য ভৰী, এতেকে মান্যৱান লোকৰ বা দেৱতাৰ চৰণ, lotus like foot, 6.9., the foot, of a deity, &c. চৰণামৃত, স. শ. (সং. চৰণ, ভৰী+ অমৃত, দেৱতাবিলাকে খোৱা এক বৰ সোৱাদ বস্তু } গোসাইৰ মূৰ্তি, গুৰু বা বামুণৰ ভৰী ধোৱা পানী যাক পুণ্যৰ নিমিত্তে হিন্দুলিলাকে ভক্তিৰে মূৰত লয় আৰু ofta #67, the water in which the foot of an idol, spiritual guido or Brahman has been washed and which the Hindoos rink with great veneration, চৰণি, বি. গৰু আদি চৰোৱ; যেনে, চৰণীয়া, ১ চৰণীয়া ঠাই, grazing, pasttup- ing. চৰ, বি. (সং. চৰ, গতি কৰ) শেষ, অন্ত; যেনে, চৰম কাল, last. স. শ. শেষ কাল, জীৱনৰ শেষ ভাগ, last time, the last part of life. চৰ, অ, ধা. (সং. চ, ছাল) শুকাই চোকোৰা সৰি নকৈ ছাল হ (বসন্ত ৰোগত খাটে); যেনে, অমুক আই লোক 64f965, to dry up and heal, as the small-pyox, &c. চৰ, স. . (সং. চুম্, চুহি ৰস খা) চুপি খা, চেহ, to suck, চৰহেঁতা, কদ, স, চৰহি খোৱা মা, a man who sucks. (স্ত্ৰী) চৰহঁতী। চৰহা মাৰ, আট খাই ধৰ, to adhere. চৰা, স. . ( হিং, চানা, বৰণ লগা ) গলোৱা ধাতুৰে আবৃত কৰ, সোণ আদিৰ পানী লগা; যেনে, ভামত ৰূপ চৰাইছে, সোণ-পানী চৰাইছে, to cover with melted metal. , বি, (অং. চৰ, বৃদ্ধি পা, বাটু ওখ; যেনে, ঘৰটো বৰ চৰা হল; বঢ়া; যেনে, ককাইয়েত কৈও ভাইয়েক চৰা, high, surpassing others. . চল, স. বা. (অৎ চৰ, গালত মৰা চক)