পৃষ্ঠা:হেমকোষ.pdf/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘাগৱিগতীয়াকৈ। ঘাম্। যেনে, ঘাটি লগালে বসন্তৰ পীড়া বাঢ়ে, to offend the goddess of small. ["Ox, &e. কৰ মালা+গ, প্ৰকাৰ } ঘাগৰব মালাৰ দৰে “লম, এফালে কান্ধৰ ওপৰৰ পৰা সিফালে ৰাহুৰ শুলে গাৰ পঁতিলৈ ওলমি

  • , extended from the shoulder

on the one side to the side of the Iwly on the other. ঘাগৰিৰ্গতীয়াকৈ, ক্ৰি. বি. এফালে কান্ধৰ ওপৰৰ পৰা সিফালে গাৰ দাতিলৈ ওল- মাই; যেনে, চেলেংখন দগনিগতীয়াকৈ লৈছে, , extending from the shoulder on the one side to the side of the bunly on the other. ঘাগি, স. শ. ( অ. ঘাই, প্ৰধান ) যি বস্তুক আশ্ৰয় কৰি কান বস্তু গোট খায়; যেনে, লগনী খৰিক ঘাগি পাতি জুই লাগে। আশ্ৰয়; যেনে, পানীত পৰা জাবৰৰ ঘাগি'ত মাছ থাকে, a nucleus, a refuge. ঘাঘ, “ঘাগৰ " চোৱা। ঘ. স. শ. (সং. ঘটু; হিং. বং, ঘাট, পানীলৈ নমা হক তাৰ পৰা উঠ। ঠাই) নৈ বা পুখুৰীত সদায় গা-ধোৱা ঠাই, সদায় নথিৰ পৰা বস্তু-তলা বা মানুহ Taytre, a lathing place on a river- side, &c., a landling place. ঘাটু, অ. বা. ( হিং, ঘটান, কম্ ক) কম হ, টুট; যেনে, জোখত এসেৰ ঘটিল; (গৌৰৱ কমে এতেকে) পৰান্ত হ, হাৰ, to be fess in neasure or quantity, to be deficient, to be defeated. ঘাটি, বি. (হিং. ঘটানা, কম্ কৰ) কম, টুটা, নূন; যেনে, জোখত পাঁচ সেৰ ঘাটি , deficient, less in measure un quantity , ঘাটি, স. শ. (অং, ঘাটু, পৰাম্ভ হ) দাই, জৰ; যেনে, কামত হেলা কৰা চাকৰ suto et, fault, offence. ঘটি খা, জগৰত বা আপদও পৰ; যেনে, আগ-পচ নেচাই কাম-কৰা মানুহে ঘাটি sta, to get into trouble. ঘাটি লগা, শীতলা দেীৰ অপৰাধ কৰ; ঘাটি লাগ, শীতলা দেবীৰ খং হ; যেনে, 14 Etic arista, vide supra. ঘাটে, স. শ(অং. ঘাট, নাৱত উঠা ঘাটোৱা, } বা তাৰ পৰা নমা ঠাই। নাৱেৰে মানুহ পাৰ-কৰোত, a ferryman. ঘাতক্, কদ, স. (সং. ঘাতক, বৰোতা-ইন, বধ ক) বধ কৰোত; নষ্ট কৰোতা, killer, a destroyer, a breaker. (**) ঘাতিকা। ঘাতকী, স. শ. (সং. ঘাতক, ঐ } বধেতা, নষ্ট কৰোতা, ভাঙ্গো; যেনে, বিশ্বাস y, a killer,! <lestroyer, a lreakter. (স্ত্ৰী) ঘাতিনী। ঘাত, ক. স. (সং. যাতন, বধ-হন, বধ ক) বধ কৰণ, নষ্ট কৰণ, the tool killings or destroying . খাতী. স. শ. (সৎ- ঘাতিন, নাশক --হন, নাশ বা বধ ক) বধ কৰোত, নাশ কৰে, { সদায় আন এটা শব্দৰ পাচত লগ লাগি থাকে ); যেনে, অত্মঘাতী, a han who kills, a killer. (1) atat ধাতু, বি. (সং, ঘাতুক, নিব , হিংসা কৰ) নিষ্ঠুৰ, নিমৰমিয়াল; যেনে, “কেনে হেন বোল ঘাতুক বাণী।” (lul, Jurífal. 3. * গুপ্তৰূপে বধো; যেনে, ঘাতুকৰ হাতত প্ৰাণ গল, all assassin. ঘানাকৃ-ঘুমুক, বি. অনিশ্চিতৰূপে শুনা, অলপকৈ ওলোৱা, কণাকণি কৰা, slight- ly rumoured. ঘানাক্‌-যুমুকৈ, ক্ৰি. বি. কণকণিকৈ, আল- , in an uncertain manuer (said of a rumour). ঘা, স. শ. (সং. ঘৰ্ম, ব, ঘাম, তাপত ওলোৱা গাৰ ৰস; হিং, ঘাম, তাপ) তাপৰ নিমিত্তে গাৰ পৰা ওলোৱ ৰস; তপ; যেনে, আজি বৰ ধাম লাগিছে, perspiration, heat. . $1. tota