পৃষ্ঠা:হেমকোষ.pdf/৩০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গ্ৰামস্থ ঘঁৰিয়া গ্ৰীষ্ম, স. শ. (সং. গ্ৰীষ্ম, তাপ--এস, গিল) তাপ; এটা ঋতু, (“ঋতু” শব্দ চোৱা), heat, summer. গ্ৰীষ্মকাল, স. শ. (সং. শ্ৰীষ্মকাল, ঘাম-কাল - গ্ৰীষ্ম, তপত + কাল, সময় ) ঘাম-কাল, এক ঋতু, (ঋতু চোৱা ), summer. গ্লানি, স. শ. {সং. প্লানি, ভাগৰ-গ্লা, ভাগৰ লাগ) ক্লান্তি, ভাগৰ; যেনে, গাৰ গ্লানি গুচা নাই; তাপযশ, দুম; যেনে, পৰৰ গ্লানি কৰা অযুত, fatigue, defamation. শ্ৰামস্থ, বি. (সং. গ্ৰাম, গাওঁত থকা-- গ্ৰাম, ঐ+স্থা, খা) গাত থকা, resid- ing or existing in a village. গ্ৰামি, বি. সং. গ্ৰামিক, গাৱৰ-গ্ৰাম, ঐ } গাৱলীয়া, rarat. গ্ৰামবাসী, বি. (সং, গ্ৰামবাসি, গাওঁত থকা—গ্ৰাম, ঐ + ৱাসি, বাস কৰা) গাৱত নিবাস কৰা, গাত থকা, গৰ্বলীয়া, living in a village, rural. গ্ৰাম্য, বি. { সং.. গ্ৰাম, চহা-গ্ৰাম, ঐ। চহা, সামান্য, নীচ, ২ustic, rincle, rougla. গ্ৰাম্য-কথা, স. শ. (সং. গ্ৰাম্যকথা, নীচ কখা—গ্ৰাম, নীচ+ কথা, আলাপ) নীচ বিষয়ৰ আলাপ; সসাৰৰ কথা, vulgai conversation, conversation on world- ly affairs, গ্ৰাম্যতা, গু. শ. { সং• ) চহা গুণ, vulgar- ness, vulgarity. গ্ৰামধৰ্ম্ম, স. শ. (সং. গ্ৰামাধৰ্ম্ম, শৃঙ্গাৰ ) শৃঙ্গা, স্ত্ৰী-সম্ভোগ, সহবাস, evpulation. গ্ৰা, স, শ. {স. গ্ৰাস, গৰাহগ্ৰস্, ভক্ষণ ক) গৰাহ, এবাৰ মুখত ভৰিবলৈ CITY *ta, a monthful, a quantity equal to a mouthful. গ্ৰাহ, স. শ. (সং, গ্ৰাহ, ঘঁৰিয়াল-গ্ৰহ, ল, ধৰ ঘঁৰিয়াল, a crocodile. গ্ৰাহকৃ, কদ, স, {সং. গ্ৰাহক, লওঁতা-গ্ৰহ, ঐ) লওঁতা, গ্ৰহণ-কৰে, one who receives or takes, a receiver, গ্ৰাহী, বি. (সং, গ্ৰাহি, লওঁতা-গ্ৰহ, ল) এহণ কৰা, লোৱ, receiving, taking. গ্ৰহণ কৰা লোক, old avlio receives (or takes. দুইও অৱস্থাত এটা সৃংজ্ঞা শব্দৰ পাচত থাকে; যেনে, অৰ্থ- খাহী; (স্ত্ৰী) গ্ৰাহিণী |! খস্থ, বি. (সংপ্ৰাঙ্গ, গ্ৰহণযোগ্য গ্ৰহ, ল) লবৰ বা গ্ৰহণ যোগ্য; বিশ্বাস, যোগ্য; যেনে, এই কথা গ্ৰাহ্ন নহয়, fit to be accepted or believed. শ্ৰী, স. শ. (সং. গ্ৰীৱা, ডিঙ্গি-গু, গিল ) ডিঙ্গি, গল, the neck, ঘ, ব্যঞ্জনবিলাকৰ চতুৰ্থ আখৰ, the fourt letter of the consonants. ঘট, স. শ. (সং, ঘট, টেকেলি ) ঘৰিয়ালৰ ঠোটৰ উঠঙ্গা; মানুহৰ ডিঙ্গিৰ আৰ্থ- ফালৰ উঠঙ্গা, ঘটিকা, the portuber- ance on the snont of 1 crocodile, Adam's apple, ঘঁটি, স, শ, নাকৰ ভিতৰৰ ললাম, the air in the nostril. ঘটি-কঢ়া, স. শ.(অং.. ঘঁটি, ঐ+কঢ়া, আছাৰি এৰুওৱা) নাকৰ নোম কচু সৰু লেপ, a pair of small pincurs for plucking out the hair in the nostril. ঘটিকা, স, শ. ( হিং, ঘাটী, ডিঙ্গিৰ ঘট) মানুহৰ { প্ৰায়ে মুনিৰ } ডিঙ্গিৰ আগ- ফালে থকা উঠঙ্গা ঘট, \dam's applc. ঘটীয়া, বি. (অং, ঘাটু, নৈৰ পানী তোলা ঠাই) ঘাটৰ মাছৰ দৰে টেঙ্গধ, ধূ, (বেয়া 955), artful, cunning. ঘটীয়া-শিঙ্গ, স. শ. (অং. টীয়া, টেঙ্গব +শিঙ্গ, এবিধ মাছ) এবিধ সৰু শিঙ্গ মাছ; (সি বড়শীত খোঁটাত বৰ সাৱধান, এতেকে সেই নাম ); a kind of fish. ঘবিয়া, স. শ. (সং. ঘৰ্ধট, এবিধ মাছ। এবিধ মাছ, a kind of fish. ঘঁৰিষা, স. শ. {সং, গিৰিকা, নিগনি) এবিধ ডাঙ্গৰ শলিয়া, a large species of mousc.