পৃষ্ঠা:হেমকোষ.pdf/৩০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গোকুল। গোট খুৱা। গগাকুল, স. শ. (স. গোকুল—গো, গৰু + কুল, সমূহ) গৰুৰখা ঠাই, এতেকে, যমুনা নৈৰ ওচৰৰ এক গাওঁ, যত লৰা-কালভ কৃষ্ণ আছিল, আৰু গৰু চৰাইছিল, place where cows are kept, a village ou the Jamuna where Krishma residcl during his youth and tended Cws. গে। খাদক, স. শ. ( স.. গোখাদক-Kuldhar Rabha (talk)গে, গৰু +খাদক, খাত} গৰুৰ মই খাওঁতা, a leef-cater. গোগোল, স. শ. { ব. হোগলা, এবিধ বন ) এবিধ মুখৰ নিচিনা দীঘল কঠ সঙ্গ। 47. : kind of grass of which mats ilre made. গোঙ্গা, বি. ( ম. গোগে, মুখত সোপ দিয়! মানুহৰ নিচিন শব্দ) ভালকৈ মাত ফুটাই কথা কব নোৱৰা, বেঙ্গা, unable to articulate distinctly. গোঙ্গোৰ, বি. ( অ?ঐ খঙ্গাল আৰু মন ভাঙ্গি কথা নোকোৱা, মানুহেৰে সৈতে হৰিলগবিল ন; যেনে, গেঙ্গো মানুহৰ অশৰ পোৱা টান, coss anil reservoil, not alfable. গোচৰ, স. শ. ( স. গোচৰ—-গো, ইন্দ্ৰিয় + চৰ, গতি কৰ; ইন্দ্ৰিয়লৈ গতি কৰা) ইন্দ্ৰিয়ৰ বোধ-গম্য বস্তু বা বিষয়; যেনে, কৰ গোচৰ, অৰ্থাৎ কাণলৈ যোৱা কথা, perceptible, pereived by. গোচ, স, শ. (সৎ, গোচৰ, ঐ) দোষৰ দণ্ড বিহিবব বা পাব লগীয়া কোনো বস্তু পাবৰ নিমিত্তে লোৰ অহিতে বিচাৰকক কৰা নিবেদন; প্ৰাৰ্থনা, a ease, a suit, a petitiou. গোচৰা-গুচৰি, স. শ. এজনে আনজনৰ ওপৰত গোচৰ কৰা কাৰ্য, the act of sucing or proxecuting each other. গো-চৰ্ম্ম, স. শ. {সং. গোচৰ্ম্ম-গো, গৰু+ চৰ্ম্ম, ছাল) গৰু-ছাল, a towhide. গো-চাৰ, স, শ. (সং. গোচাৰক ~গো, গৰু চৰক, চৰাওঁ) গৰু-চৰাওঁতা, গৰখীয়া, a cotherd, 18 গোছ, স, শ, ( সং, গুচ্ছ, ধোপ; বং গোছা, আটি। খেতিৰ আৰম্ভ কৰোতে প্ৰথমতে ৰোৱা কঠীয়-পুলিৰ কোছা বা মুঠি; তদ্ৰুপ, এতকে জন্তুৰ পাচ ঠেৰ আঁঠুৰ ওপৰে ওখ হৈ থকা সিৰ; মানুহৰ সৰু গাঁঠিৰ পাচ ফালৰ সিৰ, flve first tuft of seedlings transplanted at the beginning of paddy cultivation, the large tendons on the back of the hind log above the knee joint, in manu the back part of the ankle joint. গোছ কাট, ঠেঙ্গৰ সিৰ কাট, to lianist.ring. গোছ ল, খেতিৰ আৰম্ভ কৰ, প্ৰথমে এগোছা 671, to commence the transplanting of padily. গোছা, স, শ, পথাৰত বোৱা ধানৰ পুলিৰ মুঠি; যেনে, কেই গোছা কলি, a bunch of pailly seedlings transplanted. গোজন্ম, বি. (স’- গোজগো, গৰু+ জ, পজ ) গৰুৰ দৰে জন্ম, তত- (sca 947871. born with the feut forcinost. গোজগোজা, অ, ধা. {অং. গোজ, খণ ক) গোজৰ, মুখৰ ভিতৰতে থং প্ৰকাশ কৰ বা অসন্তুষ্টতা দেখা, (প্ৰায়ে উ” ধাতুৰ সাধ্য-ক্ৰিয়াৰ পাচত ই-ভাগান্ত সিদ্ধা ক্ৰিয় হয় ); যেনে, মোৰ কথা শুনি তেওঁ গেজগোজাই উঠিল, to grumble. গোট, স. শ. (সং. গুটিকা, সৰু ঘূৰণীয়া বস্তু গুটি; যেনে, গোট নধৰা গছ; কোনো কাৰ্যৰ ফল; যেনে, তাৰ পৰিশ্ৰমে কি গেট ধৰে কব নোৱাবো; এক বুলি লোৱা পৰিমাণ; যেনে, গোট-পাইক, a fruit, a result, the fruit of one's labonr, init. গোট কৰু, একে লগ কৰ, গোটা; যুঠ কৰ, to gather together, to total up. গোট খ, লগ লাথি, একত্ৰ হ, to assemble, to be united. . গোট খুৱা, একত্ৰ কৰ, লগ লগা, to unite to gather together.