পৃষ্ঠা:হেমকোষ.pdf/২৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩৭ খেৰণি নিপুণ; যেনে, খেতিয়ক মানুহ, skilful in the art of agriculture. থৈ, স. শ. (সং. খেদখি, শোক কৰ) 67942, catto, sorrow, affliction. খেদ, স, ধা. (বৎ. খেদ, দূৰ কৰণ ) বলেৰে দূৰ কৰ; যেনে, ৰজাই দুষ্টক দেশৰ পৰা খেদে; আগ ফাললৈ চলা বা গতি কৰা; যেনে, হালোৱাই গৰু খেদে; ওচৰ চাপিবলৈ লৰি যা, পাচত লৰি যা, ( এই ভাৱত সদয় ই-ভাগান্ত কৃদন্ত ক্ৰিয়া। হয়; যেনে, দিনৰ পৰ্ব্বত, ৰাতিৰ জুই তাক নেখেদি থাকিবা শুই, 1 irit oft, to expel, to urge on, to prirsih, to proceed towards, (Kamrapi)* খেদি যা, অনিষ্ট কৰিবৰ ইচ্ছাৰে বেগাই আগ বাঢ়ি য; যেনে, অমুকক মাৰিবলৈ (1 5175, tu rush forward tu do an injury tu. খে, স. বা. { সং. খেল, ধেমালি কন্) কেনো এবিধ খেলা কৰ; যেনে, পূচি (1966, to bave a game with, to play with , দেখেদীয়া, বি. ( খ. গেদ; পানীৰ মলি) মল-যুক্ত, গেদেবে লগ লাগি অলপ ঘন (141 (3 776 1770), nully, turbidi. খেদা, স, ধা. { আ. খেদ, দূৰ ক) বলেৰে দূৰ ক; আগলৈ গতি কৰা; (কামৰূপ) পঠা, প্ৰেৰণ ক (মানুহ), to drive away, to urge forward to send, (Kanırupi)* খেদা, স. শ. লগ ধৰিবৰ বা আটকিৰৰ কাৰণ পাচত বেগাই যোৱা কাৰ্য; যেনে, খেদা দি তেওঁক ধৰিব নোৱাৰিলো; লগ ধৰিবৰ বা আটকিবৰ নিমিত্তে পাচত বেগই যোৱা মানুহ; যেনে, যোৱাৰ পাচতে তালৈ খেদা গৈছে, the act of pursuing with the view of over- taking or scizing, oue who pursues another with a view to overtake or seize.

  • This meaning in jreculiar to the Kaurupi

dialect. খেদা মা, অনিষ্ট কৰিবৰ মনেৰে কোনো ফাললৈ বেগাই য; যেনে, গাহৰিটোৰে মোলৈ খেদা মাৰি আহিছিল, to dsl. towarıls with intent to injure. খেদা দি, পাচত সৰি যা, ti) pust. খেদাকোৰা, স. শ. লৰালৰি; যেনে, খেদা কোৰা কৰি কাম কৰা; ধৰিবৰ নিমিত্তে পাচত লৰা কাৰ্য্য; যেনে, পলৰীয়। মানুহৰ পাচত খেদাকোৰ। ৰাৰ কাম ats, haste, the act of pursuing with a view to apprehend. খেদাখেদি, স. শ. এটা তানটোৰ ওচৰলৈ ঙ্গেৰে লৰি যোৱা কাৰ্য্য; যেনে, মহ দুটাই খেদাখেদি কখছে, the act of rushing against une apother. খেদিত, কদ, বি. (সং. খেদিত—খিদ, দুখ প} দুঃখিত, Garyastiat, afflictent, Sorrowful. খেনি, স. শ. ইতিকিং, পৰিহাস, tu joke, it jest, a taunt. "fasilo” Copy খে, স, শ, { স. আক্ষেপ, গালি, নিন্দা মনত থকা খং, কপট, st:rt, ill. vill. খেপু, স. শ. (সং. ক্ষিপ, নিক্ষেপ ক ) বাণিজ্য, বা লাভৰ নিমিত্তে কৰ! যাত্ৰা; সেনে, কলিকতালৈ সৰিয়হ লৈ এখেপ গৈছিলো; সেই খেপত এশ টকা পাৰ্শে। a trauling expedition. খেপাথেপি, স. শ. { অং. খেপ, কপট ) পৰস্পৰে মনত খং ৰখা কাৰ্য, এজনে আন জনলৈ মনত ৰখা খৎ, the act of feeling ill-will against one another, mutual ill-will. খেপেখেপে, ক্ৰি. বি. { অং. খে, যাত্ৰা। প্ৰতি খেপত, খেপে-পতি, on eacli titast- ing journey . খেৰ, স. শ. (সং- খেট, এবিধ তৃণ) উ-বন, ঘৰ-ছোৱা বন, ধানৰ গুটি নথকা শুকান 915, thatching grass, jildly straw, খেৰণি, স. শ. উলুবনি, খেৰ থকা ঠাই, ২৪ plot of ground covered with thatel- ।" .