পৃষ্ঠা:হেমকোষ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

fr শব্দবিলাকৰ তাৰ্থৰ চিন। শব্দবিলাকৰ অৰ্থ লিখোতে একে অৰ্থ বুজোৱা দুটা বা অধিক প্ৰতিশব্দ বা ব্যাখ্যাব মাজত একোটা যতি (,) দিয়া গৈছে; যেনে, { মূল শব্দ) গৰাকী (অৰ্থ) প্ৰভু, অধিকাৰ। ইয়াত প্ৰভু আৰু অধিকাৰ দুইৰো একে অৰ্থ। আগৰ প্ৰতিশব্দ বা ব্যাখ্যাতকৈ বেলেগ অৰ্থ বুজোৱা প্ৰতিশব্দ বা ব্যাখ্যাৰ মাজত একোটা দীৰ্ঘ যাত (;) দি সিহঁতৰ অৰ্থ পৃথক কৰা গৈছে; যেনে, (মূং. শং.} গভীব (অৰ্থ) দ; গহীন। এই ঠাইত, এই চিনৰ পাচত থকা গহীন শব্দৰ অৰ্থ তাৰ আগৰ দ শব্দতকৈ বেলেগ। সেই চিনৰ পাচত থকা প্ৰতি শব্দ বা ব্যাখ্যাৰ মাজত দিয়া টিপনী সেইটে। প্ৰতিশব্দ বা ব্যাখ্যাত মাথোন খাটে; যেনে, ( মূং, শং.) লঘু { অৰ্থ } পাতল; কম পৰা ( পীড়াত খাটে)। ইয়াত বেষ্টন ৰেখাৰ মাজৰ “পীড়াত খাটে” এই টিপনী “কমূ-পবা” এই অখত মাথোন খটোৱা গৈছে; সেই {}} চিনৰ আগৰ পাতল” এই অৰ্থে সৈতে তাৰ একো সম্পৰ্ক নাই। সেই দৰেই, এই চিনৰ পাচত দিৱা অৰ্থৰ উদাহৰণে তাৰ আগৰ অৰ্থত নেখাটে; যেনে, { মুং. শং.) ভাল (অৰ্থ) মঙ্গল; সজলোক; যেনে, “ভালৰ শত্ৰু নাই”। এই উদাহৰণে “সজলোক” ইয়াৰ ভাব মাথোন প্ৰকাশ কৰিছে, “মঙ্গল” শব্দেবে সৈতে তাৰ কোনো সম্বন্ধ নাই। ওপৰত লিখা চিনবিলাকত বাজে সমসৰ দ্বাৰা একে পদ হোৱা দুটা শব্দৰ মাজত একদেশ চিহ্ন (-) ব্যবহাৰ কৰা উচিত, আৰু এই পুথিত কৰা হৈছে। কিন্তু সংস্কৃত ভাযাত তাৰ চলন নাই; এতেকে সমাসৰ দ্বাৰা গ লগা জুট সংস্কৃত শব্দৰ মাজত সেই চিন নিদি দুয়োটা পদ এটা কৰি লিখাত কোনো দোষ দেখা দেয়ায়; যেনে, (হৰিৰ নাম ) হৰিনাম, (ইন্দ্ৰৰ লোক ) ইলেক। সেইৰূপে একটা হোৱা দুটা অসমীয়া শব্দৰ মাজত তাক দিয়া ভাল, নিদিলেও বব হানি নাই; মেনে, হাতীৰ দাঁত) হাতীত, ( ৰান্ধনিৰ ঘৰ) ৰান্ধনি-ঘৰ। কিন্তু সেই চিন নিদিলে, দুটা শব্দ বেলেগ নেলিখি একে লগ কৰিব লাগে; যেনে, হৰ্তীত, ৰান্ধনিষৰ ইত্যাদি। অপভ্ৰংশ শব্দ। নিৰোগী, নিৰ্দোষী, নিস্পাপী, মান্যৱন্ত, মান্যৱান ইত্যাদি কিছুমান শব্দ, সংস্কৃত ব্যাকৰণৰ মতে অশুদ্ধ। সংস্কৃত ভাষাত নি, নাই বেগ যাৰ, সি নিৰোগ বা নি, নাই বেগ যৰি, সি নীৰোগ; নি, নাই দোষ যাৰ সি নিৰ্দোষ বা নিৰ, নাই দোষ যাৰ, সি নিৰ্দোষ, সেই দৰেই নি পাপ বা নিষ্পাপ ইত্যাদি শব্দ হয়। এনেবিলাক শব্দ (৫) ঈকাৰান্ত হব নোৱাৰে। আৰু মান (সম্মান) পাবৰ বোগ্য খি, তেওঁ মান্য। এই শব্দৰ পাচত বস্তু বা যোগ কৰি মানৱন্ত বা মান্যৱান শব্দ কৰা সংস্কৃত ব্যাকৰণৰ বিৰুদ্ধ; কিন্তু আমাৰ ভাষাত সেইবোৰ শব্দ বহুকালৰ পৰা চলি আহিছে। সংস্কৃত (সং + মান সম্মান শব্দ অসমীয়াত “সন্মান” এনেকৈ