পৃষ্ঠা:হেমকোষ.pdf/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়িক কাৰ্যকাৰ গাৰ চাৰি ভাগৰ পৰা হোৱাৰ কথা থকাত ইবিলাকে আপোক ঈশ্বৰৰ “কায় ” অৰ্থাৎ গাৰ পৰা উৎপন্ন হোৱা বুলি কৈ কায়স্থ নাম পালে, the higliest class of Sudras whose occupa- tion is enmanship. বি. গাত থকা, existing on the body. কায়িক, বি. (সং. কায়, শৰীৰ শাৰীৰিক, দৈহিক, গাত হোৱা, গাৰ, relating to the body, bodily. কাৰক, স. শ. {সং. ক, ক} কৰোতা; প্ৰায়ে আন সংজ্ঞা শব্দৰ পাচত লগ লাগে; যেনে, কাৰ্যকাৰক, ব্যাকৰণত শব্দৰ কৰ্তা আদি সাভোটা অৱস্থা, a doer, an agent, in grammar) il case, কাৰণু, স, শ. (সং ক, কৰ যাৰ পৰা কোনো কাৰ্য্য বা বস্তু উৎপন্ন হয়, মিমি, হেতু, তন্ত্ৰত ফটিকা, সেই শাস্ত্ৰৰ মতে for fissar R91066); cause, origin, reason. In the Tantms, liquor. কাৰণি, স. শ. ৰোগ উৎপত্তিৰ কাৰণ, বনি; যেনে, বৰষুণত তিতাই তেওঁৰ জৰৰ ptafa 77, an exciting cause of disease. কাৰণ, অব্য. {স কাৰণ, নিমিত্ত। কাৰণে, নিমিত্তে, হেতু, হৈতুকে, by reason of, because. কাৰাগাৰু, স. শ. (সৎ কাৰা, বন্দী কৰা+ আগাৰ, ঘৰ) বন্দীশাল, te jail, a prison. কাৰিকৰ, স. শ. (যাং. কাৰিগৰ) শিল্পকৰ, ধাতু-কাঠ আদিৰ কাম কৰোতা, an artist. কাৰিকা, স, শ, (সং. ক, কৰ; কাৰক শব্দৰ স্ত্ৰীলিঙ্গ) কোনো কাম কৰা ভিৰোল, ব্যাখ্যা, অলপ কৰাৰ শ্লোক আদিক বুজাবৰ নিমিত্তে লিখা অধিক কথা, a paraphrase, an actress, a woman - who does anything. . কাৰিণী, স. শ. (সং- কাৰিণ, কৰোতা, স্ত্ৰী। কোনো কাৰ্য্য কৰা ভিৰোতা, an actress, a woman who does anything. কাৰু, স. শ. (সং. ক, কৰ} শিল্পক, কাৰি- কৰ, an artist. কাৰুণি, বি. (সং. কৰুণা, দয়া) দয়ালু, কৃপাৱস্তু, kind, compassionate. কাৰেং, স. শ. (অৎ কাৰেং, ওখ পকি ঘৰ) দুই, তিনি তলাৰ সুন্দৰ পকি ঘৰ, এতেকে ৰজাৰ ঘৰ, a gorgeous difice, a palace. কাৰ্তবীৰ্য, স. শ. সং. কৃতবীৰ্যৰ পুতেক) পৰশুৰামে বধ কৰা এজনা ডাঙ্গৰ ক্ষত্ৰিয় ৰজা, তেওঁৰ এহেজাৰ হাত আছিল বুলি কথিত আছে, the name of a king killed by Parasurama. এওঁকে কাৰ্ড বীৰ্য্যাৰ্জুন” এনেকৈও বোলে। কাৰ্তিকৃ, স, শ. (সং. কৃত্তিকা, এক নক্ষত্ৰ ) কাতি মাহ; {এই মাহৰ পূণিমাত কৃত্তিকা নক্ষত্ৰ হয় এতেকে সেই নাম ); মহাদেৰ- পাৰ্বতীৰ পুতেক আৰু দেৰতাবিলাকৰ সেনাপতি (এওঁক কৃত্তিকা নক্ষত্ৰে তুলি- f967), tlie scventh month of the Hindoo calendar, a name of the general of Indra's army, and the son of Shiva. The Indian Mars. কাৰ্পণ্য, গু. শ. (সং. কৃপণ, কটুকিনা) কৃপণৰ স্বভাব, কটুকিনালি, niggard- liness. কাৰ, স. শ. (অং. ক, সম্পাদ) চেষ্টা, কাবাৰ, উদ্যোগ, কৰিবৰ নিমিত্তে যুঙন, an endeavour, exertion, an effort. কাৰবাৰী,। বি. চেষ্টা কৰা, উদ্যোগ কৰা, কাবাৰী, যুগুত কৰা, working, making exertions, স. শ. যত্ন কৰে, চেষ্টা কৰা TER, one who makes exertions, or preparations. কাৰ্য্য, স. শ. (সং. ক, ক) কৰ্ম্ম, কৰিব লগা বন, কাম, work, business, duty. কাৰ্যকাৰ, স. শ. (সং. কাৰ্য্য, কাম। কাৰক, কৰো) কাম কৰোতা, বিষয়, a worker, an officer,