পৃষ্ঠা:হেমকোষ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শিৱ, বৈৰ, ঐৈণ, নৱ, প্ৰিয়, দ্বিতীয়, তৃতীয় * ঈ বা এয় অন্তত থকা শব্দবোৰে। অকাৰান্ত; যেনে, স্বৰ্গীয়, বৰ্ষায়, দিৱসায়, গেয়, হেয়, বিধেয় ইত্যাদি। শব্দৰ অন্তত থ কোনো স্বৰৰ চিনেবে যুক্ত নোহোৱা যি অসংগী ব্যময় আগত অনুস্বাৰ বা বিসৰ্গ থাকে, সিও অকস্তকপে উচ্চাৰিত হয়; যেনে, কংস, কংস, সিংহ, মাংস, খ ইত্যাদি। কি শংখ শদ শংখ, এনেবৈও মা যায়। শব্দৰ অশ্বত থকা কোনো স্বৰৰ চিনেবে যুক্ত নোহোৱা সংযোগ ব্যঞ্জনে অকবাস্য; যেনে, ঋ, এ, শদ', বহুম, মূখ ইত্যাদি। তত খি। শ দুবোৰ এই নিয়মৰ বাজ; সিহঁত ব্যঞ্জনাস্ত; যেনে, ক, কোঞ্চ, কাঘ, অন্ধ, গুলঞ্চ, ফা, বায়ু, পেন্ধি ইত্যাদি। ধjৰ অন্তত থকা সংৰ্মী অংক স্ববধ চিনেবে যুক্ত নোহোৱা ব্যঙন কেতিয়াও অকাৰ শুকসে উiতি নই; যেনে, , বন্ধু, কান্দু, চা ইত্যাদি। কোনো স্বৰৰ চিন নথকা এটা মনে ব্য গ্লন অখিৰীয়া ধাতু সদয় অফাবস্তকৈ মত যয়; যেনে, ণ, খ, ব, ব, স, হ ইত্যাদি। ১৯ব পৰা (২০ এৰি) ২৮ লৈকে সংখ্যা বিলাকৰ অন্তৰ শ “”ৰ ৰে উৰিভ হয়; যেনে, উনৈশ (নৈ), চি* {পচি ইত্যাদি। সেই উচ্চ বুজাবলৈ এই অভিধানত, সেইবি শব্দৰ পাচত বেষ্টন বেখব মজও ৮ দিয়া গৈছে; যেনে, উনৈ* {-5}, চল্লিশ (-) ইত্যাদি। এইবিলাক শক সিহঁতৰ মূল অনুসৰি বহু দিন ওপৰত কোৱাৰ দৰে লিখিত জৰু উচ্চাৰিত হৈ থকা জেতু এতিয়া সিহঁতব বণবিন্যসব উচ্চবিং বো অসম্ভব। সেই ৰণবিন্যাস অঞ্চ উচ্চাৰণ পৰস্পৰ অসঙ্গত ই স; কি এইকব শ্ৰেষ্ঠ ওয। ইংৰাজত এনে অসঙ্গতিষ সংখ্যা অলেখ। তাৰ ভাষাত গেইটাৰে তেনে ধৰ শপ থক একে দোষ দেখা নেযায়। অ৮ৈ কু জোৰ৷ শ দটে পঞ্চ মাক পঞ্চ, য়ে প্ৰকাবে উচ্চবিত্ত হয়; কি লেখা প্ৰথম প্ৰকৰে লিখা হে যু। অম, অসমীয়া এই দুটা শক অচম, অচমীয়া বুলি অসম, অসমীয়া, এনেকৈ মতিৰ অক লিখিব লাগে। কিয়নো আগৰ কালত সিহঁত সেই দবে হে ব্যৱহৃত হৈছিল। শব্দৰ অন্তত বা মাজত থকা য, য় ( ইয় ) উচ্চাৰিত হয়; যেনে, হয়, প্ৰয়োজ। কিন্তু কোনো কোনো শত সেই ঠাইতে। সি নিজ উচ্চাৰণ নেৰে, আৰু যিবোৰ শব্দত সি জ উচ্চবিত হয়, সেইৰেৰ পচত বেস্টম-বেখৰ মাজত জ দিয়া গৈছে; নিযোগ্য (-জে-১, বিয়োগ {-জে-), নিযুক্ত (-জু), কাগ {জ) ইত্যাদি। অসমীয়া ভাষাত সাখ৭ গত হ্ৰস্ব অকাৰ্য স্বৰৰ উচ্চাৰণৰ মাজত একো প্ৰভেদ নাই, ছুয়ে হ্ৰস্বকৈ উচ্চাৰিত হয়। কিন্তু কোনো কোনো অসমীয়া শব্দৰ অপি ঋণক দীৰ্ঘকৈ উচচাণ কৰা যায়। সেই উচ্চাৰণ বুজাবলৈ দীৰ্ঘ স্বৰ ব্যৱহাৰ কৰা উচিত, আক কৰাও হৈছে; সেনে, ঘুঘু, কী-কিয়া, ৰী-বিয়া, ইত্যাদি। এইবিলাক শব্দৰ উচ্চাৰণ কিকিয়া, ঘুঘু, বিবিয়া, এনে নহয়; সিহঁত প্ৰথম স্বটে। দীঘলকৈ মাতিব লাগে।

  • গদ্যত বানান্তৰূপে উচ্চাৰিত শব্দবোৰো পণ্যত প্ৰায়ে অকাৰাকৈ মা যায়; যেনে,

(গদ্য) কৃষ্ণৰ, চৰ, শৰণ, মোৰ; { পদ্যত ) কৃষ্ণৰ, চৰণ, শৰণ, মোৰ ইত্যাদি। যেনে,