পৃষ্ঠা:হেমকোষ.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কপাট কপূজপূ কপাট, স. শ. (স’, ক, মূৰ+ পটু, যা দুৱাৰ, ঘৰৰ বাটৰ আৱৰণ, এ door, কপাল, স. শ. (সং. ক, মূৰ + পাল, ৰক্ষা কৰ) মূৰৰ আগফাল, চেলাউৰিৰ ওপৰৰ পৰা চুলিৰ গুৰিলৈকে মূৰৰ ভাগ; মূৰৰ এই ভাগতে বিধই মানুহৰ সুখ-দুখ লিখে বুলি শাস্ত্ৰে কয়, এতেকে কপাল শব্দে মানুহৰ সুখ-দুখৰ অৱস্থা বা ভাগ্য বুজায়; যেনে, কপাল, দুৰ্কপাল, ইত্যাদি; মূৰৰ (247, the foreheal, fate, lack, the skull. কপালী, বি. (কপাল, ভাগ্য) কলীয়া, Etaga, fortunate, lucky. 27. *. কপালত পিন্ধা তালঙ্কাৰ, an ornament, for the forelcad. কপাল-ফুটা, বি, { কপাল + ফুট, ফাট) দুপলীয়া, ভাগ্যহীন, unfortunate, , শ, এবিধ বন, ৰ গুটিবোৰ লৰাই কপালত খুলা মাৰি ফুটাই ৰং কবে এতেকে ce atu, a kinil of plant. চুপালহী, বি. (সং. কপাল, ভাগ্য + হীন, নথকা) দুৰ্ভগীয়া, দুৰ্কপলীয়া,॥nfor- tunate. কপাহ, স. শ. { সং. কাৰ্পাস, পৰিষ্কাৰ নকৰা তুলা) গুটিৰে সৈতে কা তুলা, পৰিষ্কাৰ 5771 YT!, cotton. কপাহনি, স, শ, কপাহৰ খেতি, কপাহ Catat, a cotton plantation. কপাৰ্থী, বি. কপাহৰ দ্বাৰা প্ৰস্তুত কৰা, male of cotton, কপাহগুটীয়া, বি. (কপাহ + টি, ক্ষুদ্ৰ ফল ) কপাহগুটিৰ সমান বা তাৰ নিচিনা, like or equal to a cottou seed. 77. *. কপাহৰ গুটিৰ নিচিনা বগা ফুল ধৰা এবিধ বন; ভৰিৰ তলুৱাত হোৱা এবিধ সৰু খহু, a kind of plant, a small morbid swelling on the sole of the foot. কপি, স. শ. (সং. কপ, অস্থিৰ হ) বান্দৰ, , a monkey. . কপিদা, স. শ. খুৰৰ নিচিনা গঢ়ৰ এবিধ দা, large razor-shaped duo কপিল, স. শ. (সং. কপি, বান্দৰ + ল, গ্ৰহণ কৰ) মুগা বৰণ; সাংখ্য দৰ্শন লিখক মুনিৰ নাম, lyrown color, a celebrated sage, the anthor of the Sankhya Philosophy. কপিল, বি. (সং. কপিল, পিঙ্গলীয়া) অলপ হালধীয়া বৰণেৰে মিহলি মুগা, tawny, yellowisli-brown. স. শ. হালধীয়া-মুগা বলদ, a yellowis-brown bull or bullock. (স্ত্ৰী) কপিলী। কপোত, স, শ, { সং.. কৱ, পখৰা ই ) কপো, পাৰ, a slove, a pigeoll. কঁপৌ, স, শ. (সং. কপোত, এবিধ চৰাই ) পাৰজাতিৰ এৰিধ বনৰীয়া চৰাই, a loy. কপৌফুল, স. শ. (অং. কপৌ, ঐ + ফুল, পুষ্প ) এবিধ গছৰ ওপৰত গজা লতাৰ নিচিনা গছৰ ফুল, ( ভাৰ গঢ় কাপোৰ নিচিনা এতেকে সেই নাম , the late of a parasitic plant, an orchid Bower. কপোল, স. শ. ( অৎ, কপৌ, ঐ+ লত, বগোৱা গছ } এবিধ চেঁকিয়াৰ নিচিনা পাতেৰে লতা, গৰে ঘাই পতা কপোৰ TY 574 qt, kind of creeping plant. কপকপনি, স. শ. { অ. কপকপ, নিৰ্থক কথা ক) অবাৰত অধিককৈ কোৱা কথা, 77far, ille, senseless talk, babble. কপকপ, অ. . (অ. কপক, বিশৃঙ্খল ৰূপে বেগই কোৱা কথাৰ শব্দ) অবাঙ্গ, অধিক কথা ক, অনৰ্থক কথা ক, বক্‌, to Habblc, to talk illy and senselessly. কপকপীয়া, বি. অবাৰত অধিক কথা কোৱা, বকি থকা, আলগা কথাত মাতি ফুৰা, Totat, loquacious, impertinent. কজিপ, স, শ. ( অং. কঁপ, অস্থিৰ হ+অপু, অনুৰূ, পানীত পৰি উঠিবৰ কাৰণে হাত মূৰ জোকাৰি কৰা উদ্যোগ; এতেকে আপদত পৰি উদ্ধাৰ হবলৈ কৰা যত্ন, the struggles of a drowning person, the struggles of a person in mis- fortune,