পৃষ্ঠা:হেমকোষ.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওহালি ১৪১ কই। জনীয়ে ওহাৰিছে, to have to udder enlarged. ওহালি, স. শ. ( অং. বহল বিস্তাৰ টোলো- ঠাৰ পৰা হাতেৰে ঢুকি পোৱা পৰিমাণৰ ভঁৰত তথা কাবে, এবাৰ টোলেঠাত মেৰাবৰ জোখাৰ তত থকা কাপোৰ; যেনে, এই কাপোৰৰ ওহালি পৰিছে, as much cloth as is woven '] before winfling it on the beam of the foum. কথাত ঔদাস্য প্ৰকাশ কৰিছে, inalif. ference, stoicism. ঔদাস্য-ভাৰ, স. শ. {সং. ঔদাস্য + ভাৰ, মনৰ গতি) বৈৰাগ্য, ঔদাস্য, italif- ference, stoicism. ঔপচাৰিক-লক্ষণা, স. শ. (সং. পচাৰিক এটা বস্তুক অন এটা বুলি উক্ত কৰা + লক্ষণ, বাক্যৰ প্ৰণালী বিশেষ? অচেতন বস্তুক সচেতন বস্তুৰ নিচিনাকৈ উক্ত কৰা লক্ষণ; যেনে, অনেক দিন বৰষুণ নোহোৱাত পৃথিবী পিপাসাৰ্তা হৈছে,

  1. tigure of speel in which in-

animate objects are addresserl or spoken of as living tings, ঔষ, বি. (সং. উস, শ্ৰেষ্ঠ ) বাৰ প্ৰকাৰ পুত্ৰৰ ভিতৰত শ্ৰেষ্ঠ; নিজ ভায়াত আপোনাৰ পৰা উৎপন্ন হোৱা; যেনে, 41-49, legeritten by one on one's Own wite. ঔদ্ধদেহিক, বি. (স.. উদ্ধ, এপৰ + দেই, শৰীৰ মৃত্যুৰ পাচত উষ্ট অৰ্থ সৰ্গলাভ কবোৱা, শান্ধাদিত খ??; (, ঔদ্ধ- ci , funeral. স, শ, ( সৎ, ওষধি, গছ তৃণ ঔষধি, তাদি) ৰোগ নষ্ট কৰা গুটি, পাত, মূল, অEি, এতেকে সকলে প্ৰকাৰৰ দৰব, a medicine.

ঔ, বৰ্ণমালাৰ চৈধ্য সংখ্যাৰ আখৰ, the Fourteentli letter of the Alphabet. ঐ স. আ. আঁতৰত থকা সমনীয়া বা সৰু মানুহক মাঠোতে ব্যৱহাৰ কৰা শব্দ; যেনে, হলিৰাম ঔ; তেনে মানুহে মাতিলে উত্তৰ দিয়া শব্দ; যেনে, হলিৰাম , ter), a particle uscel in adl- ressing a common person. ঔ, স. শ. ( উড়িয়া, ঔ, এবিধ গছৰ গুটি ) সকলোৰে জন এবিধ গছৰ গুটি, a kiud of acid fruit. ৪.আই, অব্য. ( তাৎ, ঔ, সম্বোধন + আই, মাতৃ) আচৰিত ভাব বা দুখ বুজোৱা মত, তেনে হৱস্থাত মাকক স্মৰণ কৰা

  • 77* Tota; au interjection, oh, alı.

ঔ, স, অৱ. কুকুৰক মত মাত, a farticle nised in calling a dog. ঔচিত্য, গু. শ. উচিত, উচিত হোৱা 5731, fitness or propriety. ঔ-টেঙ্গা, স. শ. (অং. ঔটেঙ্গা, অম্ল ফল) ve 5194 66, a kind of acid fruit. ঔৎপাতিক, বি. (সং. উৎপাত, অদ্ভুত। অশুভ-সূচক, উৎপীয়, portentous, oninuus. ঔদাৰ্য, গু. শ, (সং. উদাৰ, অকপট } উদাৰতা, উদাৰ গুণ, sincerity, gene- rosity. ঔদাস্য, শু. শ. (সং. উদাস, বিৰাগ) বৈৰাগ্য, অনুৰাগ নথকা অৱস্থা, তেওঁ এই ধ,। ক। ক, ব্যঞ্জনবিলাকৰ প্ৰথম শাখ, the first letter of the constants. ক, স ধ (সং. ক, বাক্য বেল) মাত্, বোল; বৰ্ণনা কৰ, to speak, to say, to tell. কই, স. শ. { যা, কাইদা, নিয়ম) কোনো যন্ত্ৰাদি ব্যৱহাৰৰ নিয়ম বা সঙ্কেত; যেনে, ঘড়ী চলাবৰ কইদ নেজানে; চল, সুচল; যেনে, ধৰিবৰ কই নাই, the angle of using an instrument, &c., con- vcnience.