পৃষ্ঠা:হেমকোষ.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাতি। গোট খাই এটা যেন হোৱা অৱস্থা, মিল, union. . একতীয়া, বি. (অং. এক+কতীয়া, একাললৈ হলা) এফাললৈ কাতি হোৱা, হলনীয়া; 468178y, inclining to one side. একত্ৰ, বি. (সং. এক, ঐ, একে ঠাইতে ) একে লগ, একে ঠাইতে থকা, united together, assembled. একতা, গু. শ. একে লগ হোৱা অৱস্থা, the state of being in one place, united. একত্ৰে, ক্ৰি. বি. একে লগে, together, in one place. একদন্ত, স, শ. {সং. এক, ঐ + দন্ত, সঁাত ) গণেশ (তেওঁৰ এটা মাথোন দাত আছে); a name of Ganesha. একম, বি. {সং. এক মন, চিত্ত ) একে বস্তুতে মন লগোৱা, একচিত্ত, having the mind fixed on one object, in- tent upoll. একমাত্ৰ, বি. (সং. এক+ মাল, কেৱল ) এটা মাথোন, one only, lating to second. একঙ্গ, বি. (অ. এক +কঙ্গন, আঁঠুৰ ওপৰ ভাগ) কঙ্গনলৈকে তল যোৱ দ, thigh-deup একবচ, স. শ. (সং. একৱচন — এক, এটা +চ, ক) { ব্যাক) শব্দৰ বা ধাতুৰ এটা বুজোৱা ৰূপ, the singular number, একা, ক্ৰি. বি. (অং. এক; আন-নথকা) আন প্ৰকাৰ মোহোৱাকৈ, নিশ্চয়ে; যেনে, আহিবি একা, certainly, without fail. {মৌখিক)। একাংশ, স, শ, (সংএক+অংশ, ভাগ) 451st, ono share, একচিল, স. শ. (অং. এক, ঐ+ আঁচল, কাপোৰৰ মূৰ) কাপোৰৰ মূৰ, one end of a cloth, একটু, বি. (অং. এক, ঐ+ আঁই, জানু) আঁঠুৰ সমান দ; যেনে, এই পানী, হল যোৱ কৈ জাবৰ পেলোৱা অৰ্থাৎ জাবৰেৰে টকা; যেনে, ঠাই খান 95pofafa, kuce-dver, covered with rubbish. একাকাৰ, বি. (সং. এক, ঐ + আকাৰ, গ) সকলে একে হোৱা, বিভিন্নতা নথকা; বিশেষকৈ জাতি কুলৰ ভেদ নথকা; যেনে, সকলে একাকাৰ হল, of one caste or religion, একাকী, বি. (সং. একাকিন, অকল ) অকল, লগ নথকা, alone, having m)

0ompanion. (স্ত্ৰী) একাকিনী।

একাগ্ৰ, বি. (সং. এক + অ, আ, মূৰ } একে কথাতে লগোৱা; যেনে, একা মনেৰে; এমন; যেনে, একাৰ্থ হৈ forcs, closely attentive. একাগ্ৰতা, { সং, একাগ্ৰ ) এক মনা হোৱা অৱস্থা, tle state of being closely attentive. একাঠী, বি. (অং. এক +কাঠী, জোখা মাৰি) FRU 1947 1738, muasuring one yard. একাচেকা, বি. { অং. একা, অকল+চেকা, অনুব্ধ.) অকলৈ এক প্ৰকাৰৰ, আনৰ দৰে মহোৱা, লোকক আশয় নিদিয়া, 675176 sr , of a peculiar temper, eccentric; tasily provoked. একাৰিকাচ, স. শ. (সং. অকাৰ্য্য, কৰিব নলগা+ বিকাচ, অনুব্ধ, } শুচি অশুচিব বিচাৰ, ধুতি বিধুতিৰ জ্ঞান; যেনে, অমুকৰ একাছ বিকাছ নাই; ঘৃণা, consideration of what is pure and what is impure, regard for ceremo- nial purity; hato. একাজি, স. শ{ অং. আখা, চৌকা) বস্তু তুলি থবলৈ আখা পতীয়া অৰ্থাৎ চুকিয়া চুকি কৰি বা তিন ডাল মাৰিৰ গম, a triangular frame used as a shelf. একাজী, বি. “ আকাজী” চোৱা। একাতি, বি. {অং, এক +কাতি, তিলৈ হলা) এফলীয়া, এফাললৈ হলা, asiant, inclining to one side.