পৃষ্ঠা:হেমকোষ.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উপনীতু। 1 কৰা; যেনে, অমুক অজাতিৰ তিৰোেত Fosta gone to, arrival, present, cohabiting with a woman. উপগুৰু, স, শ, (সং. উপ, সামান্য + গুৰু, ধৰ্ম্মৰ উপদেশ-দিওঁতা) ৰ মতে গুৰুৱে মন্ত্ৰ দিয়াৰ পাচত পূজাৰ ৰা উপাসনাৰ -foto), an inferior Garu who teaches how to perform the Poojal, &c., after initiation. উপগ্ৰহ, স. শ. (সং, উপ, সামান্য+হ, আকাশত থকা স্থিৰ পোহৰ দিয়া ঘূৰণীয়া পদাৰ্থ) গ্ৰহৰ লগত থকা সামান্য এহ; সেনে, পৃথিবীৰ উপগ্ৰহ চন্দ্ৰ, a satellite, a secondary planet. উপচ, স. শ. (সৎ, উপচক্ৰ, সামান্য চক্ৰ অঞ্জ) আপদ, বিপদ, উপপ, mis- fortune, eafamity. মূল অনুসৰি এই অৰ্থ নহয়। উপচা, স. শ. (সৎ, উপ, উপস.+ চৰ, গতি কৰ} পূজাত দেৱতালৈ উৎসৰ্গ কৰা বস্তু, অনিন, অলঙ্কাৰ, নৈবেদ্য; এতেকে , ornaments, &c., offered to a God; a present. উপজাতি, স. শ. (সং, উপ, উপস. + জাতি, শ্ৰেণী) গছ বা জন্তুৰ কোনো এক জাতিৰ, মাজৰ ক্ষুদ্ৰ শ্ৰেণী, জাতিৰ ডাল, a variety. উপৰ্জীব্য, স. শ. (সং. উপ, উপস.+জীব, জীবনৰ উপায়। জীবিকা, livelihood. উপঢৌকন্, স. শ. (সং. উপ, উপস.+ ঢৌকন, বিচৰা) উপকাৰৰ প্ৰভ্যা নক- ৰাকৈ দিয়া তেঁটী, a present. উপপ, স. শ. (সং. উপ, উপস.+ তাপ, তপ্ত গুণ ) দুৰ্দশা, আপস্, mis. fortunc. উপদেৱ, স. শ. (সং. উপদেৱ-উপ, উপস, +দেৱ, দেৱতা সামান্য দেৱ, an inferior god. (স্ত্ৰী) উপদেৱী। উপদেৱতা, স. শ. {সং, উপ, উপ.+ দেবতা, স্বৰ্গৰ লোক) সমান্ত দেৱতা, ভূত, .: an evil spirit. উপদেশ, স. শ. (সং, উপ, উপস,+দিশ, দেখ) শিক্ষা, পৰামৰ্শ; কি কথা কি দৰে কৰিব লাগে শিকোৱা, instruction; advice. উপদেষ্ণ, ক. স. শিকাওঁত, উপদেশ Fišey, instructor. উপদ্ৰৱ, স. শ. (সং. উপ, উপস. +, গতি কৰ) পৰৰ পৰা হোৱা অনিষ্ট; যেনে, পানীৰ উপদ্ৰৱ, ৰজাৰ উপদ্ৰৱ, বনৰীয়া মহৰ উপদ্ৰৱ; ইত্যাদি, oppression, tyranny; ravago. উপদ্ৰৱকাৰী, বি. (সং. উপদ্ৰৱ, পীড়া বা উপদ্ৰৱী, অনিষ্ট} উপদ্ৰৱ-কৰা, কষ্ট- দিয়া, tyrannical, স. শ. উপদ্ৰৱ কৰো, an oppressor. (স্ত্ৰী) উপদ্ৰৱকাৰিণী। উপদ্বীপ, স. শ. (সং. উপ, সামান্য + দ্বীপ, পানীয়ে বেৰি থকা মাটি ) সৰু দ্বীপ, মাজুলী, an island. উপনগৰ, স. শ. (সং. উপ, ওচৰ নগৰ, ৰজা থকা ঠাই) ভাগৰ নগৰৰ প্ৰান্তভাগ, নগৰৰ ওচৰৰ ক্ষুদ্ৰ নগৰ, sulpur, উপনয়ন্, স. শ. (সং. উপ, সমীপ+নী, লৈ যা) লগুণ দিয়া কাৰ্য, লঙ্ণ-দিয়নি, { পূৰ্বে সেই কাৰ্যৰ পাচতে ব্ৰাহ্মণ বেদ পঢ়িবৰ নিমিত্তে গুৰুৰ গুৰিলৈ গৈছিল, 4607), investiture with the sacred thread. উপনা, স. শ. (সং. উপ, সামান্থ+নাম, যি মাতৰ দ্বাৰা কোনোক জানা যায়। কোনোক সদায় মত প্ৰকাশ্য নাম, সামান্য নাম, উপলুঙ্গা নাম, a familiar name, a pet-nanie; a nick-name. উপনিষদ, স. শ. (সং, উপ, আৰু নি, উপস.+ বদ, ষা) বেদৰ ঘাই ভাগ, বেদৰ বিভাগত পৰমেশ্বৰৰ বিষয় বাদানুবাদ te con otst, the argumentative part of the Vedas. উপনী, কুদ. বি. (সং. উপ, উপস. +নী, লৈ যা কোনো ঠাই পোৱা, উপঞ্জিত হোৱা; সংস্কৃত ই কোনো ঠাইলৈ নিয়া বুজায়; কিন্তু অসমীয়া আপুনি গৈ কোনো ঠাই পোৱা অৰ্থ হয়; যেনে,