পৃষ্ঠা:হেমকোষ.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকাহুন্দী bly আয়োজন

to make sorrowful or cheerless (saich of the face). আকাহলী, “কান্দী” চোৱা। আ-টিলা, স. শ. সৰু আম, আমৰ কলি, A small mango. আম্ পোতনি, স, শ, { অং. আ আৰু পাত) আম্ পাতৰ নিচিনা বৰণেৰে এবিধ che, a species of caterpillar. আমু, স. শ. (সং. অ, নৰিয়া পৰ) আম, এবিধ ফল, a mango. আলি, স. শ. আম-গছৰ পাত গোটাই বাহ সজা এবিধ ৰচীয়া পৰুৱা, a kind of ant. আমলীয়া, বি, { অং. আমৰলি পৰুৱাৰ নিচিনা ৰঙ্গচিয়া) ৰচীয়া, কলা আৰু বগা বৰণৰে মিহলি পখৰা (মতা পাতি হত মাথোন খাটে , variegated, of red, white, and black colors (saiu of a drake ). আল্লখী, স. শ. {সং, আমলকী; হিং. বং. আমৃলা, এবিধ ফল। এবিধ সকলোৱে চিনা গুটি; তাৰ গছ, a kind of fruit, its trec, emblic myrobalan, (Phyl- lanthus emblica). আমল, স. শ. (সং. আম, অজীৰ্ণ + শূল, খোচ মাৰি ধৰা বেদনা) অজীৰ্ণৰ পৰা হোৱ! খোচনি, বিনি, ঠিহ ঠিহনি, pain arising from in ligestinn. আয়ু, স. শ. (সং, আ, উপস+য়া, প) উৎ- প, লাভ, income, gain. আয়তু, বি. (সং. আয়ত্ত, অধীন} বশ, অধীন, তলতীয়া, dependent, আয়ত, স. শ. (সং, আয়, বহলা) পুতল, বিস্তাৰ, দীঘল-পুতলৰ পৰিমাণ, extent, dimensions আয়তী, বি. (সং, আৰ্যৱৰ্তী, বং, এয়ো, স্বামী বা গৰাকী থকা) স্বামী খকা, having a living husband, 4. *. স্বামী-থকা তিৰোল, a woman with ab living husband. আয়, স. শ. (অৎ, ভে, ফিতাহি,) খোৱা থকা বৰ লোকৰ দৰে আচৰণ, pomp, a show of greatness, high style of living. আয়, ভাৰ. অ. পুতৌ কৰা বা সম-বেদন আয়ু বুজোৱা মাত, an exclamation of pity or sympathy. আয়া, স. শ. হিং. } চাকৰণী; লৰা-ছোৱা- লীৰ আলধৰা তিৰো, ধাই, a nurse, a maid servant. আয়াতু, কদ, স. (অং. আহ, আগমন কৰ+যা, গমন ক) অহা-যোৱা কাৰ্য্য বন্ধুৰ দৰে কৰা গতায়াত, the act of coming and going or frequenting; friendly intercourse. আয়া, স. শ. (সং, আ, উপস. + ষ, কাৰবাৰ কৰু) পৰিশ্ৰম, কাৰবাৰ, প্ৰয়াস, 79, effort, exertion, labour. আয়ুধ, স. শ. {স. আ, উপস.+যুধ, যুঁজ) খুঁজৰ অন্ত্ৰ, আহিলা, a weapon. আয়ুব, স. শ. (অং. আয়ু, জীয়াই থকা কাল +বড়, বট গছ) অসম ৰজাই পাটত বহাৰ দিনা আয়ুস বাঢ়িবৰ নিমিত্তে ৰোৱা a $15, a tree planted by the old Assam Rajahs on the day of their coronation. আয়ুৰ্বেদ (-বেদ), স. শ. (সং. আয়ুস, জীয়াই থকা কাল+বেদ, শাহ ) বেজ- পুথি, বৈদ্য-শান্ত, pathology, a work treating of discase and remedy. আমু, স. শ. (সং. অয়, যা) জীয়াই আয়ু, থকা কাল, বয়স, duration of life. আয়ুস, ভা, অ, “আয়” চোৱা। আয়ুস্বান, বি. (সং. আয়ুস + ৰান আৰু আয়ুস্মান, মান, থকা) আয়ুস থক, অনেক কাল জীয়া, long lived. আয়ৈ, “আই” চোৱা। আয়োজ, কদ, স. (সৎ, আয়োজন, অ, উপস,+যুঞ্জ, গোট খুৱা) যোঙ্গা, কোনো কাৰ্য্যৰ নিমিত্তে বস্তু সংগ্ৰহ বা Chryst , preparations made for some undertaking,