পৃষ্ঠা:হেমকোষ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আনাভূৱা। আনাভূৱা, বি. “অনাভূৱা” চো। আনী, কুদ, বি. (সং. আ, উপস. +নী, লৈ যা) অনা, ওচৰ চপোৱা, brouglat. আনুকূল্য, স. শ. (সং. অনুকূল, হিত) সাহায্য, অনুপ্ৰহ, favor, aid. আনুপূৰ্বিক, বি. { সং. অনু, পাচ+ পূৰ্ন, আগ) আদিৰ পৰা অন্তলৈকে থকা, সম্পূৰ্ণ, কোনো ভাগ এৰা নপৰ; যেনে, আনুপূৰ্বিক বিবৰণ, complete, full, আনুষঙ্গি, বি. (সং. অনু, উপস.+ সঙ্গ, লগ) লগত থকা, কথাৰ প্ৰস্তাৱত ওলোৱা, collateral, connected. আনেকা-দিনা, ক্ৰি. বি. (সং. অনৈক দিনে, আন এক দিন } পাচ দিন, on the following day. আনে-বানে, ক্ৰি. বি. (সং. স্থানে আৰু বনে) মতে ততে, সকলে ঠাইতে ( লাভ বা ধন পৰীত খাটে); যেনে, সি আনে- acar 4797, everywhere, ( said of gaining ). আনোত, কৃদ স. { অং. অন্) যি মানুহে আনে, আনয়ন কৰ্তা, (one who lorings anything, (স্ত্ৰী) আনতী। আন্তৰিক্‌, বি. (সং. আন্তৰিক—অন্তৰ, ভিতৰ) মনৰ ভিতৰৰ, internal. আলাজ, স, শ. { যাৎ ) অনুমান, মনৰ ভাব, supposition, conjecturc. আন্দোল, ম. বা. {স. আন্দোল, ওলমি লৰি থাক ) গুটিৰ ভাত ডাল গুল বা পেঁ। খা; যেনে, বগৰী জোপা আন্দুলি পৰিছে, to bna down with fruit, 7. $4.971, সঞ্চালন কৰ, ( পানীত খাটে); যেনে, লৰাই হাতেৰে পানী আন্দোলে, to agitate, as water. আন্দোলন্, কদ, স. (স. আন্দোল, সঞ্চালন কৰ) চৰ্চা; বাৰে বাৰে একে কথাৰে আলচ; যেনে, ডফলা ৰণৰ আন্দোলন হৈছে; সঞ্চালন, agitation of a subject, disturbance, as of water. আন্দোলি, কদ, বি. বাৰে বাৰে আল-কৰা, চৰ্চা-কৰা, লৰোৱ, সঞ্চালিত; যেনে, আপদাহ্। বহও নৈৰ পানী আন্দোলিত হৈছে, agitated. আ, স, শ, (সং. আবন্ধ, যুৱলিৰ জৰী) ঈহেৰে যুৱলি বন্ধা জৰী, the string with which the shaft and yoke are tied together. শান্ধলী, “অন্ধলা” চোৱা। আন্ধাব, স, শ, (সং. অন্ধকাৰ, পোহৰৰ অভাৱ। পোহৰৰ অভাৱ, darkness, বি. পোহব নথকা, dark. অপ, স, শ. (অ. বাপ, বোপাই) বোপাই, ককা; এতেকে বুঢ়া মানুহক মত শব্দ; যেনে, হে আপ! a term usert by the lower classes in addressing their father, grandfather, or an old man, (চহা}। আপঁইত, বি. (সং. অপৰিণত, নপকা পূৰঠ নোহোৰ, কুমলীয়া, অপৈণত, impiature. অপচু, বি. (সং. অপটু, অকাজভাগী ) কুবৃত, আজা, আগঢ়ী, 1sty. অপটু, স. শ. (অ. অ, ন+পট, মৃপ্তি। যাৰ মূৰ্তি নাই বা যি কেতিয়াও মূৰ্তি দেখা নাই; এতেকে যি ভাল বস্তু দেখা নাই; যেনে, আপট পট অৰ্থাৎ ভাল বস্তু নেদেখা মানুহৰ মনত ভাল বস্তু (form) one who never had or suw a good thing আপডাল, স, শ. { স”. আপ্ত, হিতকাৰী ) বক্ষা, প্ৰতিপাল; যেনে, লবাটিৰ আপ- 549 fati, the act of taking care of, looking after or londing. আপত্তি, স. শ. {স, অ, উপস, + পদ, যা} বাধা, কোনো কাৰ্যৰ বিৰোধে কোৱা কথা; আৰ্সেৱাহ, objection, remonstrance. আপদ, স, শ. (সং. আপদ-আ, উপস+ পদ, যা) বিপদ, বিঘিনি, দুৰ্দশা; আপালি, misfortunc, adversity. আপদাহ, স. শ. (অ, আপোন, স্বয়+দায়, জগৰ, মিজাদায়) দাই, জগৰ, ছিদ্ৰ, দোষ