পৃষ্ঠা:হেমকোষ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আঠে-পখে। ৭৭ আতাইতাই। আঠে-পখে, ক্ৰি. বি. (অং. আঠ, দুবাৰ আঠে-পষে, চাৰি + পখ, পোৰ দিন) আঠ দিন বা পখেকৰ মূৰত মাজে মাজে, now and then, occasionally. আঠকুণীয়, বি. (অ. আঠ, অষ্ট+ কোণ, চুক) আঠ-চুকীয়া, octagonal. আঠ-চুকীয়া, বি. (অং. আঠ, অষ্ট+ চুক, কোণ) আঠ চুক থকা, octagonal. আই-খাৰী, স. শ. (অং. আঠ, অষ্ট+খাৰ, লোপৰ গুণ থকা বস্তু) আঠ বিধ খাৰ গোটাই কৰা দৰব, a rnedicine eon. prosed of cight sorts of alkali. আঠ-চল্লিশ, (লিছ), সংখ্যা. {সং. অষ্ট চা- বিংশত; ব. আট চাল্লিশ) আঠ অধিক ppfa, forty-eight. আই-ত্ৰিশ (ত্ৰিছ), সংখ্যা.(সং. অষ্ট ত্ৰিংশত, বং আটত্ৰিশ) আঁঠ অধিক ডেৰ কুৰি, thirty-eight. আইদিশ, “অষ্টদিশ ” চোৱা। আধভুৱা, বি. আঠ বিধ প্ৰঠান ধাতুৰে সজা, consisting of the eight principal metals. “অষ্টধাতু” চোৱা। আই-পৰীয়া, স. শ. (অৎ, আঠ, অষ্ট+ পৰ, দিনৰ বা বাড়ৰ চাৰি ভাগৰ এভাগ) দিন আৰু ৰাতিৰ আঠ ভাগৰ এভাগ দেৱালত খটা মানুহ, আঠ-পৰীয়া আঠ জন থাকে আৰু গাই পতি এপৰ দেৱালত খাটে, a man who serves one-eighth of a day and night at a temple. আই-মঙ্গল স. শ, { অং. আঠ, অষ্ট + মঙ্গল, শুভ কাম) বিয়াৰ আঠ দিনৰ দিনা কন্যাৰ ঘৰ দৰাক দিয়া ভোজ, an entertaini- ment given to the bridegroom at the bride's honse on the eighth day after marriage. আই-ষষ্ঠি, সংখা (সং. অষ্ট বৃষ্টি, বং, আটু- যটি) আঠ অধিক তিনি কুৰি, sixty. cight. আঠসৱৰ, সংখ্যা, (সং. অষ্ট সপ্ততি, বং আটাত্তৰ) আঠ-অধিক সত্তৰি, seventy- eight. আড়ম্বৰ, স. শ. (সং. আড়ম্বৰ---আ, উপস, +দ, বশ ক) কোনো কামৰ আৰম্ভ বৰকৈ ঢোল, দগৰ বজোৱা কাৰ্য, কোনো কাম কৰিবৰ নিমিত্তে বৰকৈ কৰা আৰম্ভ, footfe, ostentations, preparations for something, a show, pomp. আঢ়ৈ, সংখ্যা: (সং. শাৰ্দ্ধৰয়, ব. আড়াই) gewysy, two and a half. আঢ্য, বি. (সং, আ, উপস.+ধ্যৈ, চিন্তা ক) ধনী, চহকী, ricli, julent ( ধন বাঢ়িলে চিন্তা বাড়ে এতেকে)। আঢ্যৱস্ত, বি. ধনী, rich. আততায়ী, স. শ. (সং আতত, বিস্তৃত। ই, গতি কৰ প্ৰোণ মাৰিবলৈ, ঘৰত জুই দিবলৈ বা বলেৰে বস্তু আদি নিবলৈ উদ্যত মানুহ, one attempting to murder, to set fire to the house or to rob, &u. আত, স. শ. (ব, ইৰ, সুগন্ধি ব্য) ফুল আদিৰ পৰা টানি উলিওৱা এবিধ 96, the altar, a scent. আতৰণ, কদ, স. (অ, আ, ন+ৰণ, উদ্ধাৰ আপদ, সঙ্কট, সাৰিবৰউপায় নথকা অৱস্থা; যেনে আতৰণত পৰিলে মানুহৰ বুদ্ধি হেৰায়, difficulty, misfortune. আলচু, স. শ. (ব, আতা, এবিধ ফল। গাত টেমুনা আৰু ভিতৰত ফুট থকা ofT4 a, the custard-apple. আতা, স. শ. (সং. পাতা, ৰক্ষা কৰোতা) পিতা, গুৰু, (সৰ মাত) বুঢ়া, মামানুহ, a father, a worlusel by the followers of the Mohapoorvosialı soet in speaking of their spiritual guide. It is also used in addressing an old respectable man. আতাই, স. শ. “আতৈ” শব্দ ঢোৱা। আইতাই, স, শ. {সং. অতি দ্বাৰা, বৰ শী) অভি ততাতৈয়া, বেগাবেগি; যেনে, আইতাইৰ সময়ত মনত কথা নেথাকে, a great hurry. বি. বৰকৈ ভা- তৈয়া কৰা, বিলম্ব কৰিব নোৱৰা; যেনে,