পৃষ্ঠা:হাঁহি-ধেমালি.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হিষে-মালি। New w বৰডেকা—সঁচা কথা। মঞ্চবা --বান্ধক আৰু অতদূৰ পানীয়ে বোকায়ে আমাৰ ভগা পঞ্চালৈ নি অনৰ্থক কষ্ট দিবব মোৰ মন নাই। তাতে বান্ধৰ আকৌ যিকে লাঞ্জনই জানোৱেই নহয়। বয়স ৮ই জনেৰিব লাভ অতি স্বাভাবিক। ককাইদেউৰ অদেশ গড়ে তদ্ভব চোৱ লীৰ এই ফটোখনকে তোমালৈ অতি যতনেৰে বোজা বান্ধি লৈ আহিছো। এয়া ধৰাচোন, (641 ন দিয়ে )। অঙ্গি : বহুত দিনৰে পৰা আমিৰ চৰ চুবুৰ্বয় অটাইখনে মাথোন ভোগাবেহে কথা কৈ অশ'ধাক বাশ নকধ। যেন। (নকবাৰ প্ৰস্থান )। বিভক। (ক্লেখব পৰ৷ এখন আৰ্চ্চি উলিয়াই এবাৰ নিজৰ মুখত চাই, এবাৰ ফটোখনলৈ চাই বিবিধ ভাবে প্ৰকাশ ) সাক্ষাৎ অপেশ্বৰা। এইবাৰ কিন্তু নেৰিছে। সহ। ঐ কথাই কথা নহয়৷ এইবাৰ এইবাৰ এটা পক্কা বন্দবস্ত এ ধ লৈহে কাৰ্য-ক্ষেতে আগবাঢ়ন। পণ্ডিতে কবৰ পৰে-হ, লেসান নতুবা শৰাৰ পতন। (প্ৰস্থান)। দ্বিতীয় দৃশ বব ডকাৰ ঘৰৰ চোতাল। মকব-( আনন: মাজে মাজে হাত চাপাৰ মাৰি মাৰি প্ৰবেশ – ভাল ঠগিলে। ববডেকাক আকৌ ভাল ঠগিলো। এইবাৰ হলে বেছ এডান দিলো দেই। এবা ইয়াকে বোলে “বুদ্ধি যাৰ বল তাৰ”। সিনে! কটা ফটোখন দেখিয়েই সকলে৷