পৃষ্ঠা:হাঁহি-ধেমালি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। INDONO. NOTEINNINHairwww ২য় দৃশ্য—যোৰহাট নগৰ। ( দৰাবেশে বৰডেকা, বৰধাত্ৰীসকল, ঢুলীয়া, খুলীয়া, ভালী, ভাৰী ইত্যাদিৰ প্ৰৱেশ )। মকৰা -( বৰডেকাৰ কান্ধত চপৰিয়াই আনন্দত হাঁহি life) পাচে বান্ধ, তুমি হলা দৰ৷ আৰু মই দৰাধৰা মানুহ, অৰ্থাৎ দৰাৰ সহচৰ বা সাৰথি বাঃ বাঃ বাঃ! তুমি জানিবা অৰ্জ্জন আৰু মই শ্ৰীকৃষ্ণ, অৰ্থাৎ মই জানিবা গোপিকাবল্লভ বা গোপীমোহন বাঃ বাঃ বাঃ। ফোৰহাট চহৰৰ দ্ৰৌপদী কুৱঁৰীয়ে আজি আমাৰ অৰ্জ্জুনৰ গলত মালা পিন্ধাই স্বামী বৰণ কৰিব বাঃ বাঃ। আৰু তেওঁৰেই মই সহচৰ বাঃ। নাকি কি সৌভাগ্য মোৰ বৰডেকা—বান্ধ, এটা কথা ( মকৰাৰ কাপে কাপে মকা-অ! কি হব এতিয়া! সময়টো বৰ বেয়া হলতো। ওচৰত পাইখানা ডাইখানা এটাও নাই। (অলপ পৰ ভাবি ইফালে সিফালে চায়) সৌ-অলপ দূৰতে পুখুৰী এটা দেখিছা যে ভালৈকে যোৱা। কিন্তু ততাতৈয়া কৰিব৷ দেই যাতে পুলিচৰ চকু নপৰে। (দৰা সাঙ্গ সোলোকাই মূৰত গামোছা মাৰি সক চুৰিয়া সলাই বৰডেকাৰ প্ৰস্থান; ভালেখিনি পৰ ঘূৰি অহা নাই। ঢোল খোল পেঁপা জাগিব