পৃষ্ঠা:হাঁহি-ধেমালি.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁহি-ধেমালি। ছোৱালী ঘৰ পায়গৈ নে নাপায়েই তাৰেহে কব পৰা নাই। ভইচোন কৰবাৰ কথাটো নি কৰবাত লগালি গৈ। মকৰা – তেওঁলোকে পুৱতী নিশাতে ইয়াৰ পৰা খোজ ‘লব আৰু যোৰহাট ষ্টেশনত গৈ ৰৈ থাকিবগৈ। এয়ে ৰন্দৰস্তু। সকলোৱে জানে। সম্বল হলে ইয়াতোকৈ অধিক বন্ধুবান্ধৱৰো তাত অভাৱ নহব। সম্পদত বন্ধুবান্ধৱৰ কি অভাৱ। বিপদত হে পাৰলৈ চান। বাচেকা- এবা, কথাতে কয় হয়ে বোলে “দেশে দেশে কলডাপি দেশে দেশে চ ধান্ধাঃ।” অবাবতে ৰেল কোম্পানিক পইচা কেইটা খুৱাওঁ কেলৈ। ইয়াৰ পৰা আমাৰ যি ডাকৰীয়া যাত্ৰী ওলাইছে সেয়ে পাবগৈ আৰু সবহকৈ কি দৰ্কাৰ : ( মকৰাৰ প্ৰতি ) পাচে বাদ্ধ, এতিয়া নিপাও হলছি ভালেখিনি, ভাগৰো লাগিছে বৰ, খেলন কোন সৌয়াহে; ইয়াৰ পৰা আধা মাইলমান নহৰই হৰলা। পাক চোৰাডোন গোটেইখন সৌৱা হাবিৰ মাজ। তান্মৈ গৈ ভয় ভয় কৰি গোটেই নিশা টোপনি গাৰ্ত কৰি সমা এই মানুহ ঘৰৰ বাটচ'ৰাটোতেই চোক মজাতে ৰোইক'। বেল আহিব ৰাতিপুৱাহে। আমিও দেখে মোকালিতে উঠিলৰ ধৰিম। কোন বোলে পুৰোহিত দেউ? পুৰোহিত-বেয়া বোলো। তোমাৰ কৰাড মোৰ হলে