পৃষ্ঠা:হাঁহি-ধেমালি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

H 1 হাঁহি-ধেমালি। চঞই এতিয়া যাকে লগ পায় ভৰণ পোষণৰ সুধিছে উপায় তেওঁক লাগে কৰ্ত্তব্য সমিধান উপায় কিন্তু কেৱে দিয়া নাই। গুণি-গালি ভাবি চিন্তি N সমিধান শেহত একোকে নাপাই বাপেকে পুতেকে দুয়ো মিলি ভাগা দেৱীক থাকিল ধিয়াই। An