পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্রথম ভাগ।

 

স্বৰবৰ্ণ

   

অ—অসম দেশ মোৰ জনম ঠাই
আ—আহোম ৰজাৰ সমান নাই ।
ই—ইটাগড় কছাৰীৰ নগৰ
ঈ—ঈশান কোণত ঘুগুৰা গড়


   
উ—উমাপতিৰ কৈলাসগিৰি
ঊ—ঊষাৰ নগৰ শোণিতপুৰী
ঋ—ঋষি মুনি সাধু জন
৯—৯ কাৰ যেন দেহাৰ গঠন