পৃষ্ঠা:সন্তমালা.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাল। ৭ সাকাৰ গঠন। কৃষ্ণৰ বিয়ান। চাৰি সত্ৰে জনা। কৰিল স্থাপনা। শুনা নগণ। পশিও শৰণ॥ শুদ্ধ কৰা মন। তাৰা জীবগণ। শুনা নগণ। কৰি এক মন। বৈষ্ণব নিন্দন। নকৰা কখন। নৰ তনু পাই। কি কৰ মনাই। ব্যৰ্থে আয়ু যাই। দুনাই ন পাই। আন পৰিহৰা। গুৰু বাক্য ধৰা। সংসাৰক তৰা। পুৰুষ উদ্ধা। কৰা কৃত কাম। কলিযুগে নাম। ধৰ্ম অনুপাম। লৈয়ো অবিশ্ৰাম। দ্বিজ কোষেৰে। কহে সকাতৰে। যেন জ্ঞানী নৰে। দোষ ক্ষমা কৰে। চৰিত্ৰ পূৰ্বৰ। দেখিয়া বিস্ত। অভ্যাসিবে নৰ। নপাৰে সত্বৰ। সেহিসে দেখিয়া। সক্ষেপ কৰিয়া। মই মূখ হৈয়া। চৰিত্ৰ চাহিয়া। কৰিলো ৰচন। ক্ষমা বুদ্ধজন। নিনিন্দা কখন। || শুনা সৰ্বজন।