পৃষ্ঠা:সন্তমালা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাল। ১৩ গঙ্গা ভৈলা পাৰ। নাহি নৌকা আৰ। মহিমা তাহাৰ। দেখি বৈষ্ণৱৰ। আনন্দ মিলিল। শৰণ পশিল। তান সঙ্গে ৰৈল। হৰি নাম গাইল। বৈৰাগ্য ধৰিয়া। বৈষ্ণবক লৈয়া। হৰিনাম গায়া। ফুৰিলা ভ্ৰমিয়া। শাস্ত্ৰ ভাগবত। ভকতিৰ তত্ব। এ কলি যুগত। নামৰ মহত্ব। মহাত্মা দেখাইলা।। ভক্তি প্ৰচাৰিলা। বৈষ্ণব কৰাইলা। ধৰ্ম্মকে স্থাপিলা। আসাম দেশত। হাজো মাধবত। ভৈলা উপস্থিত। শাস্ত্ৰ ভাগৱত কৰিলা প্ৰকাশ। জ্ঞানৰ আভাষ। ভক্তিৰ প্ৰকাশ। গৈল দশোদিশ। দ্বিজ দামোদৰ। দেখি চৈতন্য। আনন্দ বিন্ত। চিনিলা পূৰ্বৰ। পাৰ্ষদ কৃষ্ণ। হুয়া শাপান্ত ভৈল ৰূপান্তৰ। চিন্তু বৈষ্ণৱৰ। উপদেশ দিল। ভক্তিকে বুজাইলা | নিজ স্থানে গৈলা। || আৰ নেদেখিলা।