পৃষ্ঠা:সখি ঔ সখি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃষ্ণচূড়া ৰাধাচূড়া
 আইঐ দেহি
ৰম্‌ক জম্‌ককৈ ফুলি
 মাৰি থাকে হাঁহি
ব’হাগ বৰ ৰূপহী
 মাহৰ ৰাণী
বৰদৈ চিলাও আহে
 লৰি ঢাপৰি৷

⸺⸺o⸺⸺

(১৯)