পৃষ্ঠা:সখি ঔ সখি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আহৰি নাই
 তোৰ খাবলই
সময় যায় বুলি
 গীত গাবলই।

 

গীততে মচগুল
 আপোন পাহৰা
সুৱদী গীত তোৰ
 মন প্ৰাণ হৰা৷
⸺⸺o⸺⸺

(৬)