পৃষ্ঠা:শ্ৰীশ্ৰী গুৰু গুণমালা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ঃ গীশ্ৰী ক্ৰন্দন জুড়াইল, দ্ৰব্যক মিলাইল, আজিকালি গৈল, কৰ্ম আচৰিল, সভাক পাতিলা, কীৰ্তন কৰিলা, নাৰায়ণ সপ্ত, পৰম মহন্ত, ধৰ্মক সত্ৰক, কাহাক দিলেক, ৰামানন্দ সন্ত, গুৰু যি বোল, এক পাশে গৈলো, সব মাগিলো, মোৰ মাধৱৰ, নাহি সাৰে সাৰ, তেন্তে গৈয়া পাইবা, অশ্বাস কৰিবা, ৰামানন্দে কৈলা, ঢেপ মালা দিলা, মাধৱ মহন্ত, যত উক্ত সম্ভ, আচ কৰিল, শ। আচৰিল॥৩০০। মাস পূৰ্ণ ভৈল, দক্ষিণা কৰিল।৩০১ সমস্ত ছাপিল, নাম সম্বলি॥৩০২৷ বাৰ্তা পুছিল, গুক ৰোলন্ত॥৩০৩ পালিবে ভক্তক, কহিয়ো প্ৰত্যেক॥৩০৪ পৰম মহন্ত, সবে কহিলন্ত ৩০ | ক্ৰন্দন কৰিলো, উপদেশ পাইলো॥৩৬ কিঞ্চিতত অন্ত, কৈলো বাৰেবাৰ।৩০ ৭৪ অসূয়া এৰিবা, আমাক লভিবা ৩৮ সমন্তে শুনিনা, চৰণ সেবিলা॥৩৯ আচাৰ্য ভৈলন্ত, সবে উপাসন্ত॥৩১০