পৃষ্ঠা:শ্ৰীমন্ত শঙ্কৰ দেৱৰ বৰগীত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰগীত পদ—কমন ভাগ্যবতী, ভয়োৰে পৰপাত, মাযু ভেটব যুথ চান। ' উগত সুৰ দুৰ, গেয়োৰে। গোবিন্দ; ভয়ে। গোপবধু অন্ধ।। আষু মথুপুৰে $. মিলব মহোৎসৱ, মাধৱ সাধৱ মান। গোকুল মঙ্গল, দুৰ গেয়ো v নাহি, বাজত বেনু বিসান। আযু জত নাগৰি কৰত নয়ন ভৰি; মুখ পঙ্কজ মধুপানা। হামাৰি বস্তু বিধি, হাতে হল নিধী; কৃষ্ণ কিৰ ৰষ ভান। ২১। কাহামু.--কলৈ। গেয়োৰে-গল। বদন অৰবিন্দ -মুখপ। ভয়োৰে। হল। সুপৰভাত-সুপ্ৰভাত। অজু-আজি। ভেটবদেখিব। মুখচান্দা- মুখচন্দ্ৰ। উগত-উদিত। সূৰ সূৰ্য্য। ভয়ে। হল। আন্ধা-অন্ধাৰ। সাধৱ- সাধিব, কৰিব। মান-সহকাৰ। নাগৰী-নগৰৰ তিৰোতাসকল। বঙ্কাবিধি - বেকা বিধি। বিষাণ-শিঙা। নিধি-ধন ঐশ্বৰ্য্য। কুবেৰৰ নৱনিধি-মহাপদ্ম, পদ্ম, শঙ্খ, মকৰ, কচ্ছপ, কুন্দ, কুল, নীল আৰু পৰ্ব্ব। ৰাগ ধনী। ধ্ৰুং-হেৰহু মাই; চললি বিপিন মধাই। | বেনু বিসান নিসান অৱহ; হৰসে হৰসে খেমু খায়ী | পদ-এহি ৮ যগ মোদন; কন্ধে $ দধি ওদন, গোধন আগু বুলাই। বঙ্কিম নয়ন, সোৰুহ হাদি, হেৰাইতে ভুবন ভুলাই। s পৰি। গয়ে।। * ধাই ধাই। 'হ। s কানে।